• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

2 years ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

1 minute ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

36 minutes ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

1 hour ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

2 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

3 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

3 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

4 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

4 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

6 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

editor by editor
August 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

শুকুৰবাৰে ৯ আগষ্ট ২০২৪ তাৰিখে উচ্চতম ন্যায়ালয়ে আম আদমি পাৰ্টিৰ নেতা মনীষ শিশোদিয়াক দিল্লী আবকাৰী নীতিৰ কথিত কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতি আৰু ধন সৰবৰাহৰ গোচৰত জামিন মঞ্জুৰ কৰে। ন্যায়াধীশ বি. আৰ. গাভাই আৰু ন্যায়াধীশ কে. ভি বিশ্বনাথনৰ বিচাৰপীঠে এই গোচৰত ৰায় দিয়ে।

ইয়াৰ পূৰ্বে ৬ আগষ্টত আদালতে শিশোদিয়াৰ আবেদন সন্দৰ্ভত নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল। বাতিল কৰা দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ অভিযোগত অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগত ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ শিশোদিয়াক।

শুনানিৰ সময়ত মনীষ শিশোদিয়াৰ অধিবক্তাই কয় যে অক্টোবৰ মাহত কোৱা হৈছিল যে ৬-৮ মাহত গোচৰটো সম্পূৰ্ণ হ’ব পাৰে। যদি এনেকুৱা নহয় তেন্তে অভিযুক্তই পুনৰ জামিন দাবী কৰিব পাৰে। দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছিল অভিযুক্ত। এনে পৰিস্থিতিত পিএমএলএৰ ৪৫ নং ধাৰাত দিয়া জামিনৰ কঠোৰ চৰ্তৰ পৰা শিথিলতা বিচৰা হৈছিল। তদন্তকাৰী সংস্থাটোৱে বিচাৰ পলম হোৱাৰ বাবে অভিযুক্তক জগৰীয়া কৰে।

ইডিয়ে জনোৱা মতে, অভিযুক্তসকলে অপ্ৰয়োজনীয় নথি-পত্ৰ বিচাৰিছে। শ শ আবেদন দাখিল কৰা হৈছিল যদিও তেনে কোনো ৰেকৰ্ডত দেখা পোৱা নাই। ইডি আৰু চিবিআই দুয়োটা গোচৰতে বেছি আবেদন দাখিল কৰা হোৱা নাছিল, সেয়েহে বিচাৰ পলম হোৱাৰ বাবে অভিযুক্তক জগৰীয়া কৰাৰ ক্ষেত্ৰত নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ সৈতে আমি একমত নহয়।

শিশোদিয়াৰ অধিবক্তাই কয় যে, ইডিৰ অধিবক্তাই কৈছিল যে ৩ জুলাইৰ ভিতৰত তদন্ত সম্পূৰ্ণ হ’ব। এয়া ২০২৩ চনৰ অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ক দিয়া ৬-৮ মাহৰ সীমাৰ বাহিৰত। এই পলমৰ বাবে নিম্ন আদালতত বিচাৰ আৰম্ভ হোৱাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাছিল। ব্যক্তিগত স্বাধীনতা এক মৌলিক অধিকাৰ। উপযুক্ত কাৰণ অবিহনে ইয়াক উলংঘা কৰিব নোৱাৰি।

দিল্লী আবকাৰী নীতি প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগত চিবিআইয়ে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত শিশোদিয়াক গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে ২০২৩ চনৰ ৯ মাৰ্চত চিবিআইৰ এফআইআৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত দিল্লী কেবিনেটৰ পৰা পদত্যাগ কৰিছিল শিশোদিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BailDelhi JailDelhi PoliticsDelshimanish sisodiapolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা
শিক্ষা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

May 15, 2026
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক
বাণিজ্য

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

May 15, 2026
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক
জীৱনশৈলী

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

May 15, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
Next Post
অস্ত হ’বলৈ ধৰিছে বুধ, ১২ আগষ্টৰ পৰা সমস্যা বৃদ্ধি পাব এই কেইটা ৰাশিৰ

অস্ত হ'বলৈ ধৰিছে বুধ, ১২ আগষ্টৰ পৰা সমস্যা বৃদ্ধি পাব এই কেইটা ৰাশিৰ

শৰীৰৰ ক’ত ক’ত হ’ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-

শৰীৰৰ ক'ত ক'ত হ'ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.