• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত… উদ্ধাৰ হৈছে আৰ জি কৰ হাস্পতালৰ চিকিৎসকগৰাকীৰ ডায়েৰী

সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত… উদ্ধাৰ হৈছে আৰ জি কৰ হাস্পতালৰ চিকিৎসকগৰাকীৰ ডায়েৰী

2 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

4 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

29 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

1 hour ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত… উদ্ধাৰ হৈছে আৰ জি কৰ হাস্পতালৰ চিকিৎসকগৰাকীৰ ডায়েৰী

সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত... উদ্ধাৰ হৈছে আৰ জি কৰ হাস্পতালৰ চিকিৎসকগৰাকীৰ ডায়েৰী

editor by editor
August 18, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত… উদ্ধাৰ হৈছে আৰ জি কৰ হাস্পতালৰ চিকিৎসকগৰাকীৰ ডায়েৰী
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰৰ তৰুণী চিকিৎসকক শেষ কৰা ঘটনাক লৈ অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া৷ নিহত চিকিৎকৰ এখন পাৰ্ছনেল ডায়েৰীয়ে এতিয়া লাভ কৰিছে চৰ্চা৷ নিয়মিত ডায়েৰি লিখিছিল চিকিৎসকগৰাকীয়ে৷ চিকিৎসকগৰাকীৰ পিতৃ-মাতৃও সেই সম্পৰ্কে জ্ঞাত আছিল৷ আনকি তৰুণী চিকিৎসক গৰাকীক যিদিনা ধৰ্ষণ কৰি হত্যা কৰা হ’ল সেইদিনা সেই স্থানৰ পৰা উদ্ধাৰ হৈছিল এখন ডায়েৰি৷ সূত্ৰৰ খবৰ অনুসৰি ডায়েৰীৰ কেইবাখনো পৃষ্ঠা চিঙা আছিল৷ সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত, যাৰবাবে ডায়েৰিৰ বিশেষ কেইটামান পৃষ্ঠা নোহোৱা কৰি দিলে অভিযুক্তই বুলি সন্দেহ পৰিয়ালৰ লগতে তেওঁৰ সহকৰ্মীৰো৷

ঘটনাৰ অনুসন্ধানৰ বাবে বিশেষ ডায়েৰিখন চিবিআইৰ হাতত তুলি দিছে ছিটৰ তদন্তকাৰী অফিচাৰে৷ সূত্ৰৰ খবৰ মতে নিহত চিকিৎসকৰ দেহৰ কাষৰ পৰা উদ্ধাৰ হৈছিল বিশেষ ডায়েৰিখন, এই ডায়েৰিখনৰ কেইটামান পৃষ্ঠা ছিঙা আছিল৷ সেই ডায়েৰি আৰু ঘটনাস্থলৰ পৰা উদ্ধাৰ হোৱা চিকিৎসকগৰাকীৰ লেপটপ পূৰ্বেই লৈ গৈছে আৰক্ষীয়ে৷ ডায়েৰিৰ পৃষ্ঠাত ৰহস্যৰ গোন্ধ থাকিলেও সেই ডায়েৰিৰ কেইটামান পৃষ্ঠা চিঙি পেলোৱা হৈছে৷ যাৰবাবে কোনো তথ্য লাভ কৰা নাই ছিটৰ তদন্তকাৰী অফিচাৰে৷

শনিবাৰে ছোদপুৰৰ ঘৰত সংবাদমাধ্যমৰ মুখামুখি হয় নিহত চিকিৎসকৰ পিতৃ-মাতৃ৷ তাতেই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয়, ‘এতিয়া যি দেখিছো এই ঘটনাৰ আঁৰত বৃহৎ চক্ৰ আছে৷ সেইয়া আমি নহয় সকলোৱে বুজি পাইছে৷ হাস্পতালত অবৈধ কাম নিশ্চয় হৈছিল৷ আমাৰ কন্যাই কিন্তু আমাৰ আগত কাহানিও এই কথা কোৱা নাছিল৷ আমি চিন্তা কৰিম ভাৱিয়েই এইবোৰ কথা তাই হয়তো আমাক কোৱা নাছিল৷ কিন্তু মাজে মাজে তাই কৈছিল আৰ জি কৰলৈ যাবলৈ তাইৰ ভাল নালাগে৷ যিদিনা তাইক শেষ কৰিলে সেই দিনাৰ বহু কথাই তাই ডায়েৰিৰ পৃষ্ঠাত লিখি গৈছে৷ সকলোবোৰ ডায়েৰিত আছে৷ পুলিছে তাইৰ ডায়েৰি চিছ কৰিছে৷’

ডায়েৰিত প্ৰকৃততে কি লিখা আছে সেয়া তদন্তৰ স্বাৰ্থত ৰাজহুৱা কৰিব খোজা নাই পিতৃ-মাতৃয়ে৷ পিতৃ-মাতৃয়ে পোনতে আৰক্ষীৰ ওপৰত ভৰসা কৰিছিল যদিও এতিয়া চিবিআইৰ ওপৰত ভৰসা ৰাখিছে নিৰ্যাতিতাৰ পৰিয়ালে৷ পিতৃ-মাতৃয়ে কয়, ‘প্ৰাথমিক অৱস্থাত আৰক্ষীক ভৰসা কৰিছিলো৷ কিন্তু কিছু গাফিলতি আমাৰ নজৰত অহাৰ বাবে চিবিআই তদন্ত বিচাৰিছিলো৷ চেমিনাৰ ৰুমত সেই কাণ্ড হৈছিল নে আন কৰোবাত হৈছিল সেই কথা এতিয়াও স্পষ্ট নহয়৷ আমাৰ মতে অন্য কৰোবাত এই কাণ্ড কৰি তাইৰ দেহ চেমিনাৰ ৰুমত পেলাই থৈ গৈছে৷ সেয়ে প্ৰমাণ লুকুৱাবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা চলাই থকা হৈছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

September 29, 2026
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.