• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

1 year ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

1 hour ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

2 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

3 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

3 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

4 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

5 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

22 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

23 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

24 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

1 day ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

1 day ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

editor by editor
August 21, 2024
in বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে
0
SHARES
354
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিভাৰ হৈছে আমাৰ শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ মাজত এটা৷ সেয়ে চেষ্টা কৰিব লিভাৰৰ স্বাস্থ্যৰ দিশত নজৰ দিয়ক৷ অন্যথা শৰীৰ আৰু স্বাস্থ্য বেয়া হৈ পৰিব পাৰে৷ ফেটি লিভাৰৰ পৰা আৰম্ভ কৰি লিভাৰ চিৰোছিছৰ দৰে একাধিক জটিল অসুখ হ’ব পাৰে৷ সেয়ে চেষ্টা ৰাখক যাতে তেনে প্ৰকাৰণৰ লিভাৰ ডিজিজৰ পৰা দূৰত থাকে৷

এই বিষয়টোক লৈ চিন্তা কৰি লাভ নাই৷ কাৰণ কেইবাটাও সহজ নিয়ম মানি চলিলে অনায়াসে লিভাৰৰ অসুখৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰিব৷ সময় নষ্ট নকৰি সকলো নিয়ম সম্পৰ্কে বিশদভাৱে জানি থওক৷  কি কি কাম কৰিলে আপোনাৰ লিভাৰ সুস্থ থাকিব?

ওজন কমাওক

মনত ৰাখিব, ওজন স্বাভাৱিকৰ পৰা বেছি হ’লেই বিপদ৷ সেইক্ষেত্ৰত একাধিক জটিল অসুখে শৰীৰক অশান্তি দিব পাৰে৷ এই তালিকাত লিভাৰ ডিজিজো আছে৷ সেয়ে আজিৰ পৰা ওজন কমোৱাত মন দিয়ক৷ এই কামত সাফল্য পাবলৈ প্ৰথমেই ফাষ্টফুড খোৱাৰ অভ্যাস ত্যাগ কৰক৷ ঘৰতো পাতল খাদ্য খাওক৷ ইয়াৰোপৰি প্ৰতিদিনে এক্সাৰচাইজ কৰাটো জৰুৰী৷ এনেকৈ নিজা ৰুটিন সলনি কৰি ল’লেই আপোনাৰ ওজন কমাটো খাটাং৷

মদ্যপান নকৰিব

সুৰাই সৰ্বনাশ কৰে লিভাৰৰ৷ এই পানীত চুমুক দিলে শৰীৰ আৰু স্বাস্থ্য নষ্ট হয়৷ বিশেষকৈ লিভাৰৰ ক্ষয়ক্ষতি হোৱাৰ আশংকা বাঢ়ে৷ বিপদত পেলাব আপৰে এলকোহোলিক ফেটি লিভাৰ ডিজিজে৷ সেয়ে চেষ্টা কৰক মদ্যপান যিমান সম্ভৱ এৰাই চলক৷ ইয়াৰ সলনি প্ৰতিদিনে পৰ্যাপ্ত পৰিমানে পানী খাওক৷ ফলত লিভাৰত জমা হৈ থকা টক্সিন শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহে৷ আপোনাক বিপদত নেপেলায়৷ আজিৰে পৰাই এই নিয়ম মানি চলক৷

ফাষ্টফুড এৰক

আজিকালি বহুতেই ফাষ্টফুডৰ প্ৰেমত পাগল৷ নহ’লে তেওঁলোকৰ দিন পাৰ নহয়৷ এই সকলোবোৰ অভ্যাস থাকিলে আপোনাৰ লিভাৰ নষ্ট হ’ব খাটাং৷ এই ধৰণৰ খাদ্য শৰীৰৰ বাবে মুঠেও উপাদেয় নহয়৷ এই ধৰণৰ খাদ্য নিয়মিত খালে একাধিক জটিল ৰোগ হ’ব পাৰে৷ চেষ্টা কৰক ফাষ্টফুড এৰিবলৈ৷ তেতিয়া যকৃত সুস্থ সৱল থাকিব খাটাং৷

ব্যায়াম কৰক

অলস জীৱনযাপনৰ বাবেই শৰীৰত ৰোগে বাহ বান্ধে৷ ইয়াৰ ফলত শৰীৰত একাধিক জটিল ৰোগৰ আশংকা বাঢ়ে৷ আনকি লিভাৰ ডিজিজৰ সম্ভাৱনাও বহু পৰিমাণে বাঢ়ি যায়৷ এই অলস জীৱন কটোৱাৰ অভ্যাস ত্যাগ কৰক৷ ইয়াৰ পৰিবৰ্তে নিয়মিত ব্যায়াম কৰক৷ এই ক্ষেত্ৰত জিম গ’লেও উপকাৰ পাব৷ জীম নোযোৱাসকলে ঘৰত ফ্ৰি হেণ্ড এক্সাৰচাইজ কৰিব পাৰে৷ ফ্ৰি হেণ্ড এক্সাৰছাইজতো অনীহা থাকিলে খোজ কাঢ়ক৷ এই কেইটা নিয়ম মানি আপুনিও এক সুস্থ শৰীৰৰ অধিকাৰী হ’ব পাৰে৷

নিয়মিত চেপআপ জৰুৰী

যকৃতৰ স্বাস্থ্য ঠিকে আছেনে সেয়া বুজিবলৈ লিভাৰৰ ফাংছন টেষ্ট বা এলএফটি কৰক৷ যদি লিভাৰ এনজাইমসমূহৰ মাত্ৰা স্বাভাৱিক থাকে তেন্তে চিন্তাৰ কাৰণ নাই৷ লিভাৰ এনজাইমৰ মাত্ৰা বাঢ়ি গলেই দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লওক৷

Disclaimer: প্রতিবেদনটো সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামর্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ
জীৱনশৈলী

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

January 29, 2026
Next Post
ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.