• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

2 years ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

20 minutes ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

57 minutes ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

1 hour ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

9 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

10 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

10 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

11 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

12 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

12 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

13 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

14 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

editor by editor
August 21, 2024
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

ভাৰতৰ এটা এনে মন্দিৰ, যি মন্দিৰত নিৰ্ণয় হয় আপুনি স্বৰ্গ যাবনে নৰক। মৃত্যুৰ পাছত কোনে কি স্থান পাই সেয়া ভাৰতৰ হিমাচল প্ৰদেশত থকা এটা মন্দিৰত নিৰ্ণয় হয়। সেই মন্দিৰটো হৈছে ৰাজ্যখনৰ চম্বাত থকা শ্যাম চৌৰাছী মন্দিৰ।

এই মন্দিৰটো বিশ্বৰ একমাত্ৰ যমৰাজৰ মন্দিৰ। মান্যতা অনুসৰি এই মন্দিৰটোত মৃত্যুৰ দেৱতা যমৰাজৰ ন্যায়ালয় বহে। এই মন্দিৰত মৃ্ত্যুৰ পাছত কোনে কি স্থান পাব সেয়া নিশ্চিত হয়।

নিজৰ নিজৰ কাম অনুযায়ী তথা পাপ-পূণ্য অনুযায়ী এই মন্দিৰত থকা যমৰাজে স্বৰ্গ অথবা নৰকলৈ প্ৰেৰণ কৰে। বিশ্বাস কৰা হয় যে, মৃত্যুৰ পাছত সকলোৰে আত্মাবোৰ এই মন্দিৰলৈ আহে।

এই মন্দিৰটো দেখাত ঘৰৰ দৰে আৰু ইয়াত মুঠ ৮৪টা সৰু-ডাঙৰ মন্দিৰ আছে। এটা কোঠাত যমৰাজ আৰু আনটো কোঠাত চিত্ৰগুপ্ত বাস কৰে। এই অঞ্চলত বিশ্বাস কৰা হয় যে মন্দিৰটোৰ চাৰিখন অদৃশ্য দুৱাৰ আছে, সেই দুৱাৰ কেইখন সোণ, ৰূপ, তাম আৰু লোহাৰে নিৰ্মিত।

যমৰাজৰ সিদ্ধান্তৰ পিছত যমদূতসকলে কৰ্ম অনুযায়ী এই দুৱাৰেদি আত্মাক স্বৰ্গ বা নৰকলৈ লৈ যায়। আনকি গৰুড় পুৰাণতো যমৰাজৰ দৰবাৰত চাৰিটা দিশত চাৰিখন দুৱাৰৰ কথা উল্লেখ আছে।

যমৰাজৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাবলৈ ভাই দুজৰ দিনা মন্দিৰত বহু ভক্তৰ সমাগম হয়। কোৱা হয় যে ভাই দুজৰ দিনা যমৰাজে ভনীয়েক যমুনাক লগ কৰিবলৈ আহে। এই কাৰণে ভাই দুজত যমৰাজৰ বিশেষ পূজা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Himachal Pradesh PradeshIndian TempleOnly Yamraj TempleYamraj Temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

April 11, 2026
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
Next Post
সমসপ্তক যোগৰ বাবে ৩০ বছৰৰ পাছত ৫ ৰাশিৰ ভাগ্যলৈ আহি আছে সুখৰ ভাণ্ডাৰ, লগতে আহিব টকা

সমসপ্তক যোগৰ বাবে ৩০ বছৰৰ পাছত ৫ ৰাশিৰ ভাগ্যলৈ আহি আছে সুখৰ ভাণ্ডাৰ, লগতে আহিব টকা

বাৰিষাৰ কালত সহজ পদ্ধতিৰে ৰাখক ছাল-ওঠৰ যত্ন, কোনো দিনে দেখা নিদিয়ে এই ৪ সমস্যা

বাৰিষাৰ কালত সহজ পদ্ধতিৰে ৰাখক ছাল-ওঠৰ যত্ন, কোনো দিনে দেখা নিদিয়ে এই ৪ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.