• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদৰি- বিজেপিলৈ যোৱালৈ খাটাং, ৩০ আগষ্টত গেৰুৱা শিবিৰলৈ চম্পাই সোৰেণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদৰি- বিজেপিলৈ যোৱালৈ খাটাং, ৩০ আগষ্টত গেৰুৱা শিবিৰলৈ চম্পাই সোৰেণ

2 years ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

41 minutes ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

1 hour ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

2 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

2 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

5 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

6 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

6 hours ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

14 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

15 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

15 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদৰি- বিজেপিলৈ যোৱালৈ খাটাং, ৩০ আগষ্টত গেৰুৱা শিবিৰলৈ চম্পাই সোৰেণ

editor by editor
August 27, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদৰি- বিজেপিলৈ যোৱালৈ খাটাং, ৩০ আগষ্টত গেৰুৱা শিবিৰলৈ চম্পাই সোৰেণ
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদৰি- বিজেপিলৈ যোৱালৈ খাটাং, ৩০ আগষ্টত গেৰুৱা শিবিৰলৈ চম্পাই সোৰেণ

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেণে অহা ৩০ আগষ্টত ৰাঁচীত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। এই বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ অফিচিয়েল এক্স একাউণ্টত পোষ্টৰ জৰিয়তে এই খবৰ জানিবলৈ দিয়ে। পোষ্টত এখন ফটো শ্বেয়াৰ কৰি এই বিষয়ে জনাই, যি ফটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, চম্পাই সোৰেণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা যায়।

উল্লেখযোগ্য যে চম্পাই সোৰেণে সোমবাৰে নতুন দিল্লীত উপস্থিত হৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰে। সাক্ষাতৰ পাছত নতুন বিকল্প বিচাৰি উলিওৱাৰ কথাও কয় সোৰেণে।

ইয়াৰ পূৰ্বে দিল্লীত উপস্থিত হোৱাৰ লগে লগে চম্পাই সোৰেণে ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে তেওঁক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল দলৰ নেতৃত্বই। পোষ্টটোত তেওঁ লিখিছে যে নিৰন্তৰ অপমানজনক আচৰণৰ বাবে আৱেগিক হৈ পৰাৰ পিছত মই ৰাজনীতিত এটা নতুন বিকল্প গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছো।

চম্পাই সোৰেণে তেওঁৰ দুখৰ ভাগ বতৰা কৰি কয় যে নিৰন্তৰ অপমান আৰু অৱজ্ঞাৰ পিছত ৰাজনীতিৰ পৰা অৱসৰ লোৱা, নিজাকৈ সংগঠন স্থাপন কৰা বা নতুন সংগীৰ সৈতে ভ্ৰমণ কৰাৰ বিকল্প তেওঁৰ হাতত থাকি গ’ল। বিধানসভা নিৰ্বাচনলৈকে যাত্ৰাৰ বাবে মোৰ বাবে বিকল্প মুকলি। অপমান আৰু প্ৰত্যাখ্যানৰ বাবে মই বিকল্প পথ বিচাৰিবলৈ বাধ্য হ’লোঁ। আজিৰে পৰা আৰম্ভ হ’ব মোৰ জীৱনৰ এটা নতুন অধ্যায়।

উল্লেখ্য যে ধন সৰবৰাহৰ গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণক গ্ৰেপ্তাৰ কৰাৰ পিছত চম্পাই সোৰেণক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। ফেব্ৰুৱাৰীৰ পৰা জুলাইলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেখেতে। ২০০৫ চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। কিন্তু হেমন্ত সোৰেণ পুনৰ জেলৰ পৰা উভতি অহাৰ পাছত চম্পাই সোৰেণক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয় আৰু পুনৰ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত হয় হেমন্ত সোৰেণ।

যি কথাতে জ্যেষ্ঠ নেতা চম্পাই সোৰেণে অপমান পোৱাৰ দৰে হয়। চলিত বৰ্ষৰ শেষৰ ফালে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই নিৰ্বাচনলৈ মাজত মাথো দুটামান মাহো অপেক্ষা নকৰি চম্পাই সোৰেণে তেনেদৰে পদত্যাগ কৰিব লগা হোৱাত অপমান পাই এতিয়া বিজেপিলৈ গমণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahbjpCentral Home ministerChampai Sorencm himanta biswa sarmaIndian PoliticsJharkhand Politicspoliticalpolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!
জীৱনশৈলী

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

July 8, 2026
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু
বিনোদন

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

July 8, 2026
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

July 8, 2026
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!
জীৱনশৈলী

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

July 8, 2026
Next Post
ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে

ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে

নিতৌ খালী পেটত গাখীৰৰ সৈতে মিহলি কৰি খাওক এই সামগ্ৰী, শৰীৰক প্ৰদান কৰিব অমৃতৰ দৰে শক্তি

নিতৌ খালী পেটত গাখীৰৰ সৈতে মিহলি কৰি খাওক এই সামগ্ৰী, শৰীৰক প্ৰদান কৰিব অমৃতৰ দৰে শক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.