• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেটৰ বজাৰখন ডাঙৰ হৈছে… ICCৰ অধ্যক্ষ হৈ প্ৰথম মন্তব্যত কি ক’লে জয় শ্বাহে?

ক্ৰিকেটৰ বজাৰখন ডাঙৰ হৈছে… ICCৰ অধ্যক্ষ হৈ প্ৰথম মন্তব্যত কি ক’লে জয় শ্বাহে?

2 years ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

37 minutes ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

2 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

3 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

3 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

4 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

5 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

5 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

6 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

6 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক্ৰিকেটৰ বজাৰখন ডাঙৰ হৈছে… ICCৰ অধ্যক্ষ হৈ প্ৰথম মন্তব্যত কি ক’লে জয় শ্বাহে?

ক্ৰিকেটৰ বজাৰখন ডাঙৰ হৈছে... ICCৰ অধ্যক্ষ হৈ প্ৰথম মন্তব্যত কি ক’লে জয় শ্বাহে?

editor by editor
August 27, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ক্ৰিকেটৰ বজাৰখন ডাঙৰ হৈছে… ICCৰ অধ্যক্ষ হৈ প্ৰথম মন্তব্যত কি ক’লে জয় শ্বাহে?
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ICC ৰ চেয়াৰমেন হ’ল জয় শ্বাহ৷ ২৭ আগষ্ট, মঙলবাৰ আছিল মনোনয়ন জমা দিয়াৰ শেষ দিন৷ শ্বাহৰ বাদে কোনোৱে ইয়াৰবাবে মনোনয়ন জমা নিদিলে৷ ফলত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে তেওঁ৷ শ্বাহৰ নাম ইতিমধ্যে ঘোষণা কৰিছে ICCয়ে৷ বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বকনিষ্ঠ চেয়াৰমেন হৈছে শ্বাহ৷ মাত্ৰ ৩৫ বছৰ বয়সত এই দায়িত্বভাৰ গ্ৰহণ কৰিছে জয় শ্বাহে৷

ভাৰতৰ পৰা পূৰ্বে ৪জন আই চি চিৰ চেয়াৰমেন হৈছে৷ জগমোহন ডালমিয়া, শৰদ পাৱাৰ, এন শ্ৰীনিৱাসন আৰু শশাংক মনোহৰ BCCIৰ পৰা আই চি চি লৈ গৈছে৷ পঞ্চম চেয়াৰমেন হৈছে শ্বাহ৷ চলিত বছৰ ১ ডিচেম্বৰৰ পৰা নতুন দায়িত্ব ল’ব তেওঁ৷ তৃতীয় বাৰৰ বাবে আই চিচিৰ চেয়াৰমেন হ’ব নুখুজিলে গ্ৰেগ বাৰ্কলে৷ নৱেম্বৰ মাহত তেওঁৰ ম্যাদ শেষ হৈছে৷ পৰবৰ্তী চেয়াৰমেন কোন হ’ব বিষয়টোক লৈ বহু দিন ধৰি জল্পনাও চলি আছিল৷ দৌৰত অৱশ্যে তেতিয়াৰে পৰাই আগুৱাই আছিল জয় শ্বাহ৷ এইবাৰ সেই সম্ভাৱনাত চিলমোহৰ পৰিল৷ আগন্তুক ৬ বছৰ ICCৰ অধ্যক্ষ পদ শুৱনি কৰিব জয় শ্বাহে৷

নতুন দায়িত্ব লাভ কৰি সুখী হৈ কয়, ‘আই চি চিৰ চেয়াৰমেন হৈ মই খুব সুখী৷ বিশ্বজুৰি ক্ৰিকেটৰ উন্নতিৰ বাবে মই কাম কৰি যাম৷ মই এনে এক সময়ত দায়িত্ব লৈছো য’ত ক্ৰিকেটৰ বিভিন্ন ফৰমেটৰ মাজত ভাৰসাম্যৰ প্ৰয়োজনীয়তা আছে৷ একেলগে ক্ৰিকেটৰ নতুন নতুন প্ৰযুক্তিও আহিছে৷ ক্ৰিকেটৰ বজাৰখন বাঢ়িছে৷ এই পৰিস্থিতিত ক্ৰিকেটত আৰু কৰিবলগীয়া বহু কাম আছে৷ আমি সেই কাম আৰম্ভ কৰিম৷’

২০২৫ ৰ ছেপ্টেম্বৰত কাৰ্যকাল শেষ হ’লহেতেন জয় শ্বাহৰ৷ কিন্তু আই চিচিৰ চেয়াৰমেন হোৱাৰ পাছত এতিয়া ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ কোন হ’ব বিষয়টোক লৈ আৰম্ভ হৈছে চৰ্চা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী
বিনোদন

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

August 10, 2026
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
Next Post
বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

কাইলৈ দিনজুৰি থাকিব মহালক্ষ্মী যোগ, লক্ষ্মীদেৱীৰ কৃপাত জয়-জয়কাৰ হ’ব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ দিনজুৰি থাকিব মহালক্ষ্মী যোগ, লক্ষ্মীদেৱীৰ কৃপাত জয়-জয়কাৰ হ’ব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.