• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰ পাছত গণেশ চতুৰ্থীত মহাসংযোগ! গণপতিৰ কৃপাত অৰ্থলাভ হ’ব এই ৩ৰাশিৰ জাতকৰ

১০০ বছৰ পাছত গণেশ চতুৰ্থীত মহাসংযোগ! গণপতিৰ কৃপাত অৰ্থলাভ হ’ব এই ৩ৰাশিৰ জাতকৰ

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

36 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

2 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

2 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

3 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

3 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

4 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

6 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

7 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰ পাছত গণেশ চতুৰ্থীত মহাসংযোগ! গণপতিৰ কৃপাত অৰ্থলাভ হ’ব এই ৩ৰাশিৰ জাতকৰ

১০০ বছৰ পাছত গণেশ চতুৰ্থীত মহাসংযোগ! গণপতিৰ কৃপাত অৰ্থলাভ হ’ব এই ৩ৰাশিৰ জাতকৰ

editor by editor
September 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১০০ বছৰ পাছত গণেশ চতুৰ্থীত মহাসংযোগ! গণপতিৰ কৃপাত অৰ্থলাভ হ’ব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
896
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৭ ছেপ্টেম্বৰ শনিবাৰৰ পৰা আৰম্ভ হৈছে গণেশ উৎসৱ৷ মূলত পশ্চিম ভাৰতৰ উৎসৱ হ’লেও আমাৰ ৰাজ্যতো বিগত কেইবাবছৰ ধৰি ধূমধামেৰে পালিত হৈ আহিছে গণেশ পূজা৷ ১৭ ছেপ্টেম্বৰ পৰ্যন্ত চলিব গণেশ উৎসৱ৷ জ্ঞান আৰু বুদ্ধিৰ দেৱতা গণেশ হৈছ বিঘ্নহৰ্তা, সিদ্ধিদাতা৷ তেওঁ আমাৰ সকলোকে বিপদৰ পৰা ৰক্ষা কৰে আৰু মনোকামণা পূৰ্ণ কৰে৷ গণেশৰ আশীৰ্বাদত কেৰিয়াৰত উন্নতি সম্ভৱ হয় আৰু সম্পদ লাভৰো যোগ আছে৷

গণেশ পূজাৰ শুভ যোগ

এই বছৰ গণেশ চতুৰ্থীত বেছ কেইবাটাও শুভ যোগ আছে৷ এইসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ, ব্ৰহ্মা যোগ আৰু ইন্দ্ৰ যোগ৷ তাৰ সৈতে থাকিব স্বাতী নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ৷ ১০০ বছৰ পাছত গণেশ চতুৰ্থীত এইসমূহ শুভ যোগ পৰিছে৷ জানি থওক গণেশ পুজাত সিদ্ধিদাতাৰ কৃপাত কাৰ কাৰ ভাগ্যোদয় হ’ব৷

বৃষ ৰাশি

গণেশ চতুৰ্থীৰ দিনাৰ পৰাই আপোনাৰ জীৱনৰ সকলো বাধা দূৰ কৰিব স্বয়ং বিঘ্নহৰ্তা৷ ইয়াৰ ফলত আৰ্থিকভাৱে লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ আপোনাৰ মনৰ পৰা টেনছন আৰু দ্বিধা দ্বন্দ দূৰ হ’ব৷ চাকৰিত কোনো সমস্যা থাকিলে সেয়াও এই সময়ত দূৰ হ’ব৷ দাম্পত্যৰ সম্পৰ্কত মাধুৰ্য থাকিব৷ নিজৰ লক্ষ্য অৰ্জন কৰাত সফল হ’ব৷ কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা পাব৷ নতুন কোনো কাম কৰাৰ বাবে এই সময় শুভ৷

কন্যা ৰাশি

গণেশ চতুৰ্থীৰ শুভ যোগৰ প্ৰভাৱত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ সন্তানৰ পঢ়াশুনাত থকা সকলো বাধা দূৰ হ’ব৷ সংসাৰত সুখ শান্তি আৰু লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব৷

বৃশ্চিক ৰাশি

গণেশ চতুৰ্থীত আনন্দ আৰু সমৃদ্ধি আহিব বৃশ্চিক ৰাশিক জাতকৰ জীৱনত৷ এই সময়ত সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ নিজৰ এক পৃথক পৰিচয় গঢ়ি তুলিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ পঢ়াশুনাৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ফল লাভ কৰিব৷ গণপতিৰ আশীৰ্বাদত আৰ্থিক সংকট দূৰ হ’ব আৰু নিজৰ কেৰিয়াৰৰ গ্ৰাফ এই সময়ত ওপৰলৈ যাব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে নতুন চুক্তি চূড়ান্ত কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
Next Post
আৰু ৭০ দিন বক্ৰী চলনত থাকিব শনি, সাৱধান নহ’লে ডাঙৰ বিপদৰ মুখত পৰিব এই ৫ ৰাশিৰ জাতক

আৰু ৭০ দিন বক্ৰী চলনত থাকিব শনি, সাৱধান নহ’লে ডাঙৰ বিপদৰ মুখত পৰিব এই ৫ ৰাশিৰ জাতক

অসম এৰিলে চুমি-তাৰ্কিকে! ক’ত আত্মগোপন চুমি-তাৰ্কিকৰ?

অসম এৰিলে চুমি-তাৰ্কিকে! ক’ত আত্মগোপন চুমি-তাৰ্কিকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.