• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২১ শতিকাতেই শেষ হ’ব মানুহৰ অস্তিত্ব! কেনেকৈ বিলুপ্ত হ’ব মানুহ? কি কয় বিজ্ঞানীয়ে?

1 year ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

17 minutes ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

50 minutes ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

1 hour ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

2 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

3 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

4 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

5 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

1 day ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২১ শতিকাতেই শেষ হ’ব মানুহৰ অস্তিত্ব! কেনেকৈ বিলুপ্ত হ’ব মানুহ? কি কয় বিজ্ঞানীয়ে?

২১শ শতিকাতেই শেষ হ’ব মানুহৰ অস্তিত্ব! কেনেকৈ বিলুপ্ত হ’ব মানুহ? কি কয় বিজ্ঞানীয়ে?

editor by editor
September 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২১ শতিকাতেই শেষ হ’ব মানুহৰ অস্তিত্ব! কেনেকৈ বিলুপ্ত হ’ব মানুহ? কি কয় বিজ্ঞানীয়ে?
0
SHARES
958
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময় আছিল যেতিয়া পৃথিৱীত মানুহ নাছিল, কেৱল গছ, নদী, পাহাৰ, আৰু বিভিন্ন প্ৰাণীৰ বসবাস আছিল৷ তাৰপাছতেই ধীৰে ধীৰে মানুহৰ অস্তিত্বই দেখা দিয়ে৷ তাৰপাছতেই সলনি হৈ যায় পৃথিৱীৰ মানচিত্ৰ৷ ধীৰে ধীৰে মানুহৰ জমসংখ্যা বাঢ়িব ধৰে৷ আৰু এতিয়া মানুহ ইমানেই উন্নত যে তেওঁলোকে পৃথিৱীৰ বাহিৰতো অৰ্থাৎ মহাকাশতো ভ্ৰমণ আৰম্ভ কৰিছে৷ আজি সমগ্ৰ বিশ্বত কম্পিউটাৰৰ ব্যৱহাৰ ভাৱিব নোৱাৰা হাৰত বাঢ়িছে৷ কিন্তু জানেনে কম্পিউটাৰৰ সহায়তো যে ভৱিষ্যদ্বাণী কৰিব পাৰি৷ জানিলে অবাক হ’ব আপুনি৷

কম্পিউটাৰ মডেল ব্যৱহাৰকাৰীয়ে কৰিছে ভৱিষ্যদ্বাণী

এদল বিজ্ঞানীয়ে প্ৰযুক্তি ব্যৱহাৰ কৰি জানিব পাৰিছে যে এই পৃথিৱীত কেতিয়া মানুহৰ অস্তিত্ব শেষ হ’ব৷ অৰ্থাৎ কম্পিউটাৰ মডেল ব্যৱহাৰ কৰি ভৱিষ্যদ্বাণী কৰা হৈছে৷ মাছাচুটেথ ইনষ্টিটিউট অৱ টেকনোলজিৰ বিজ্ঞানীৰ এটা দলে জনসংখ্যা, প্ৰাকৃতিক সম্পদ আৰু শক্তি ব্যৱহাৰৰ দৰে বিষয়সমূহৰ ওপৰত একাধিক ডাটাক লৈ গৱেষণা কৰিছে৷ ক্লাব অফ ৰোমত প্ৰকাশিত এই গৱেষণাত আসন্ন বিৱৰ্তনৰ সীমা তুলি ধৰা হৈছে৷ যি শেষ পৰ্যন্ত মানুহক পতনৰ দিশত লৈ যাব পাৰে৷

পৃথিৱীত মানুহৰ অস্তিত্ব কেতিয়া শেষ হ’ব?

এই গৱেষণাৰ পৰা দলটোৱে জানিব পাৰিছে যে ২১ শতকৰ মাজভাগতে ধ্বংস হ’ব সমাজ৷ অৰ্থাৎ মানুহ বিলুপ্ত হ’বলৈ দুই দশকতকৈয়ো কম সময় আছে৷ হিচাপত কৈছে যে ১৭ বছৰ পাছতেই নাথাকিব মানুহৰ অস্তিত্ব৷ অৰ্থাৎ ২০৪০ চনত পতন ঘটিব মানুহৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

March 11, 2026
Next Post
হঠাৎ এক দুঃখবৰ! পিতৃহাৰা হ’ল মালাইকা আৰোৰা

দুৰ্গাপূজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, সৌভাগ্য চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন