গামোচা খচকি-মোহাৰি খাস্তাং কৰিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে। স্বৰূপ ওলাইছে বিজেপিৰ সংস্কাৰৰ। চন্দ্ৰমোহন পাটোৱাৰী আৰু আজমলৰ পাৰ্থক্য কি?