• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

1 month ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

9 minutes ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

38 minutes ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

56 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

2 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

3 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

5 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

7 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

সকলো ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে লাখ লাখ চাকৰি পথ মুকলি

editor by editor
August 14, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
0
SHARES
556
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তামিলনাডুৰ উদ্যোগ বৃদ্ধিৰ বাবে সাজু হৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয় ওৰফে থালাপাথী বিজয়ে। এতিয়া তামিলনাডু চৰকাৰে চেন্নাইত অনুষ্ঠিত প্ৰথমটো বৃহৎ বিনিয়োগ সন্মিলনত ৬৭,৫৪২ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ‘ভেট্ৰি তামিলনাডু বিনিয়োগ সন্মিলন ২০২৬’ত মুঠ ৯৭খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই বিনিয়োগৰ প্ৰস্তাৱসমূহে ৰাজ্যত ১২ লাখতকৈ অধিক চাকৰিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। এই নতুন চুক্তিসমূহৰ জৰিয়তে চৰকাৰৰ প্ৰথম ১০০ দিনত তামিলনাডুত আকৰ্ষিত হোৱা মুঠ বিনিয়োগৰ প্ৰস্তাৱে এক লাখ কোটি টকা অতিক্ৰম কৰিছে।

প্ৰতিদিনে ১০০০ কোটি টকা বিনিয়োগৰ দাবী

উদ্যোগ মন্ত্ৰী কীৰথানাই কয় যে চৰকাৰৰ কাৰ্যকালৰ প্ৰতিটো দিনেই গড়ে প্ৰায় ১০০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰা হৈছে। তেখেতে কয় যে এই প্ৰকল্পসমূহে তামিলনাডুক ২০৩৬ চনৰ ভিতৰত ১.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব।

এই খণ্ডসমূহত বৃহৎ বিনিয়োগ

এটা ঔদ্যোগিক গোটে নবীকৰণযোগ্য শক্তি, বৈদ্যুতিক গতিশীলতা, অটোমোটিভ সেৱা আৰু চাৰ্জিং আন্তঃগাঁথনিৰ দৰে খণ্ডত ২৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ ভিতৰত ২০০ মেগাৱাটতকৈ অধিক ক্ষমতাৰ সৌৰ, বতাহ আৰু বেটাৰী প্ৰকল্পও অন্তৰ্ভুক্ত। ওৰাগাডামত ৪০০ একৰ ভূমিত থকা বাণিজ্যিক বাহনৰ ডিজাইন, গৱেষণা, উন্নয়ন আৰু উৎপাদনৰ সুবিধা সম্প্ৰসাৰণৰ বাবে ৪,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব ।

ৰামনাথপুৰমত ১০০০ কোটি টকাৰ প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছে, যিটো জিলাখনৰ প্ৰথমটো বৃহৎ উদ্যোগিক বিনিয়োগ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও কৃষ্ণগিৰিত এটা নতুন উৎপাদন ইউনিটৰ বাবে আৰু কাঁচিপুৰমত বৰ্তমানৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ২০০০ কোটি টকা বিনিয়োগ কৰা হ’ব। জাপানৰ এটা ফাষ্টনিং-প্ৰডাক্ট কোম্পানীয়ে তিৰুভাল্লুৰত ১৬৫১ কোটি টকা বিনিয়োগ কৰিব, যাৰ ফলত প্ৰায় ৪,৩১৬ টা চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। তিৰুৱল্লুৰতো ১০০০ কোটি টকাৰ উদ্যোগিক উদ্যানৰ প্ৰস্তাৱ দিয়া হৈছে। হোছুৰত প্ৰিমিয়াম ঘড়ী, গহনা আৰু ইলেক্ট্ৰনিকছ-অটোমেচনৰ সুবিধা সম্প্ৰসাৰণৰ বাবে ১০০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব। ইয়াৰ ফলত প্ৰায় ১,২০০ টা চাকৰিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

তামিলনাডুৰ মহাকাশ খণ্ডই ৬৫০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে, যাৰ ফলত প্ৰায় ২০০০ চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। জীৱন বিজ্ঞান কোম্পানীসমূহে ফাৰ্মা, ভেছকুলাৰ প্ৰযুক্তি, আৰু স্বাস্থ্যসেৱা উৎপাদন প্ৰকল্পত মুঠ ১৬০০ কোটি ₹ৰ বিনিয়োগ ঘোষণা কৰিছে।

এই সকলোবোৰ কোম্পানীৰ বিনিয়োগৰ ফলত ৰাজ্যখনত অনাগত দিনত ১২লাখতকৈও অধিক নিবনুৱাই সংস্থাপন লাভৰ আশা কৰা হৈছে। এয়া কেৱল ৰাজ্যখনৰ নিবনুৱাসকলৰ বাবেই সুখৰ খবৰ নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীয়েও এই বিনিয়োগৰ ফল লাভ কৰিব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24tamilnaduvijay Thalapathi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.