• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো কৌতুহলৰ অন্ত, আতিশীয়ে হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

সকলো কৌতুহলৰ অন্ত, আতিশীয়ে হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

2 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

1 hour ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

2 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

2 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

3 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

4 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

4 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

5 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

5 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

6 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

7 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

7 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সকলো কৌতুহলৰ অন্ত, আতিশীয়ে হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

editor by editor
September 17, 2024
in ভাৰত, ৰাজনীতি
0
সকলো কৌতুহলৰ অন্ত, আতিশীয়ে হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো কৌতুহলৰ অন্ত, আতিশীয়ে হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

সকলো কৌতুহলৰ অন্ত পৰিল। অৱশেষত ঘোষণা হ’ল নাম । আতিশী হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। আম আদমি পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে। এই কথাত সন্মতি প্ৰকাশ কৰে দলৰ বিধায়কসকলেও।

ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ নেতাসকলে আতিশীৰ নাম দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে পৰামৰ্শ দিছিল ৷

উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালে ১৫ ছেপ্টেম্বৰ দেওবাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত সন্ধিয়া লেফটেনেণ্ট গৱৰ্ণৰ বিনয় ছাক্সেনাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব।

দিল্লী আবকাৰী নীতিৰ গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। ইয়াৰ পিছতে তেওঁক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। চিবিআই গোচৰত ১৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল। ইডি গোচৰত তেওঁ ইতিমধ্যে জামিন লাভ কৰিছিল। ১৩ ছেপ্টেম্বৰতহে তেওঁ তিহাৰ জেলৰ পৰা ওলাই আহিছিল।

ইয়াৰ পিছত দেওবাৰে আপ কৰ্মীক সম্বোধন কৰি পদত্যাগ ঘোষণা কৰে। তেওঁ কয় যে মই লিটমাছ টেষ্ট দিব বিচাৰো। লগতে ইয়াকো কৈছিল যে, “যেতিয়ালৈকে মানুহে তেওঁক সততাৰ প্ৰমাণ পত্ৰ নিদিয়ে, তেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহিব নোৱাৰে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AtishiDelhi CMDelhi New CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
Next Post
পাচলিৰ গুটিৰ বহু গুণ, খাওক আৰু দূৰ কৰক মগজু-হাড়-হৃদযন্ত্ৰ-পেটৰ বহু সমস্যা

পাচলিৰ গুটিৰ বহু গুণ, খাওক আৰু দূৰ কৰক মগজু-হাড়-হৃদযন্ত্ৰ-পেটৰ বহু সমস্যা

কাইলৈৰ চন্দ্ৰগ্ৰহণত ২১ টা বিৰল সংযোগৰ ফলত মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক

কাইলৈৰ চন্দ্ৰগ্ৰহণত ২১ টা বিৰল সংযোগৰ ফলত মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.