• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচায়ে হনুমানৰ অৱতাৰ! কণমানিৰ ওপৰত পৰা পাষণ্ডক আ/ক্ৰ/ম/ণ কৰিলে এপাল বান্দৰে, তাৰপিছত…

সঁচায়ে হনুমানৰ অৱতাৰ! কণমানিৰ ওপৰত পৰা পাষণ্ডক আ/ক্ৰ/ম/ণ কৰিলে এপাল বান্দৰে, তাৰপিছত…

2 years ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

6 minutes ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

21 minutes ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

44 minutes ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

17 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

19 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

19 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

19 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

20 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

20 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

21 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

21 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সঁচায়ে হনুমানৰ অৱতাৰ! কণমানিৰ ওপৰত পৰা পাষণ্ডক আ/ক্ৰ/ম/ণ কৰিলে এপাল বান্দৰে, তাৰপিছত…

সঁচায়ে হনুমানৰ অৱতাৰ! কণমানিৰ ওপৰত পৰা পাষণ্ডক আ/ক্ৰ/ম/ণ কৰিলে এপাল বান্দৰে, তাৰপিছত...

editor by editor
September 23, 2024
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সঁচায়ে হনুমানৰ অৱতাৰ! কণমানিৰ ওপৰত পৰা পাষণ্ডক আ/ক্ৰ/ম/ণ কৰিলে এপাল বান্দৰে, তাৰপিছত…
0
SHARES
851
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুতৰে মতে এয়া ঈশ্বৰৰ লীলাখেলা৷ কোনো কোনোৱে আকৌ কৈছে এয়া বান্দৰ সেনাৰ বিচক্ষণতা আৰু তৎপৰতা৷ এগৰাকী শিশুকন্যাক ধৰ্ষণৰ পৰা ৰক্ষা কৰিলে এপাল বান্দৰে৷ এই খবৰ এতিয়া বিয়পি পৰিছে সমগ্ৰ ছচিয়েল মিডিয়াৰ একাউণ্টে একাউণ্টে৷ ঘটনাটো উত্তৰপ্ৰদেশৰ বাঘপতৰ৷

খবৰ অনুসৰি ছবছৰীয়া শিশুকন্যাক প্ৰলোভন দি এটা পৰিত্যক্ত ঘৰলৈ লৈ গৈছিল এটা ধুৰন্দৰে৷ তাতেই ধৰ্ষণৰ চেষ্টা কৰিছিল৷ আৰক্ষীৰ অভিযোগনামাত নিৰ্যাতিতাৰ পিতৃ-মাতৃয়ে জনাইছে যে এই সময়তেই সেই বিশেষ ঘৰটোত এপাল বান্দৰ সোমাই পৰে৷ বান্দৰজাকে দৌৰি গৈ জপিয়াই পৰে ধুৰন্দৰৰ ওপৰত৷ বান্দৰৰ উপদ্ৰৱতেই সেই ধুৰন্দৰৰ যৌন লালসাৰ পৰা বাচি যায় শিশুকন্যাটি৷

ঘৰলৈ আহি পিতৃ-মাতৃৰ আগত সমগ্ৰ বৰ্ণনা দিছে কণমানিজনীয়ে৷ কেনেকৈ এপাল বান্দৰ সেই ঘৰটোত আহিছিল৷ কেনেকৈ ধুৰন্দৰৰ ওপৰত আক্ৰমণ চলাইছিল৷ আৰক্ষী সুত্ৰৰ পৰা জনোৱা খবৰ অনুসৰি ঘৰৰ কাষৰ পৰাই শিশুকন্যাগৰাকীক লৈ গৈছিল ধুৰন্দৰটোৱে৷ চিচিটিভি কেমেৰাৰ ফুটেজ চায়েই অভিযুক্তক বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে৷

বৰ্তমানো অভিযুক্তৰ কোনো পৰিচয় অৱশ্যে লাভ কৰা নাই৷ যিগৰাকী শিশুকন্যা বা তেওঁৰ পৰিয়ালেও সেই ধুৰন্দৰক চিনি নাপায় বুলি জনাইছে৷ কন্যাগৰাকীৰ পিতৃয়ে কয়, ‘সেই ব্যক্তিয়ে কন্যাক হত্যা কৰাৰ ধমকীও দিছিল৷ বান্দৰকেইটা নাহিলে আমি হয়তো কন্যাক ঘূৰাই নাপালোহেতেন৷’ বাঘপত আৰক্ষীৰ চাৰ্কল অফিচাৰ হৰিছ ভাদোৰিয়াই কয়, ‘কন্যাগৰাকীৰ পৰিয়ালৰ পৰা এফআইআৰ দিয়া হৈছে৷ অভিযোগৰ ভিত্তিত ঘটনাৰ তদন্তও আৰম্ভ হৈছে৷ অভিযুক্তক বিচাৰি তালাছি অভিযান চলি আছে৷ পকছো আইনৰ অধীনত অজ্ঞাতপৰিচয় সেই ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷’ এই খবৰ প্ৰকাশ্যে আহোতেই হৈ চৈ লাগিছে সৰ্বত্ৰতে৷ নেটিজেনে বান্দৰৰ বিচক্ষণতাক লৈ আলোচনাও চলাইছে৷ প্ৰশ্ন উঠিছে, ‘বান্দৰ পশুৱেই যদি অপৰাধ বুজি পায় আমি মানুহবোৰৰ কিয় ইমান নাৰকীয় মানসিকতা?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
Next Post
এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

আগন্তুক ৫দিনলৈকে বৰষুণৰ সম্ভাৱনা, ৰাজ্যৰ ১৬খন জিলালৈ য়েল্লো এলাৰ্ট বতৰবিজ্ঞান কেন্দ্ৰৰ

আগন্তুক ৫দিনলৈকে বৰষুণৰ সম্ভাৱনা, ৰাজ্যৰ ১৬খন জিলালৈ য়েল্লো এলাৰ্ট বতৰবিজ্ঞান কেন্দ্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.