• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা নৱমীত গুৰু পুষ্য যোগ, আজি সুখ সাফল্যৰে ভৰি উঠিব ৫ৰাশিৰ জীৱন

কৃষ্ণা নৱমীত গুৰু পুষ্য যোগ, আজি সুখ সাফল্যৰে ভৰি উঠিব ৫ৰাশিৰ জীৱন

2 years ago
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

10 minutes ago
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

36 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

1 hour ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

2 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

2 hours ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

3 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

4 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

6 hours ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষ্ণা নৱমীত গুৰু পুষ্য যোগ, আজি সুখ সাফল্যৰে ভৰি উঠিব ৫ৰাশিৰ জীৱন

কৃষ্ণা নৱমীত গুৰু পুষ্য যোগ, আজি সুখ সাফল্যৰে ভৰি উঠিব ৫ৰাশিৰ জীৱন

editor by editor
September 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কৃষ্ণা নৱমীত গুৰু পুষ্য যোগ, আজি সুখ সাফল্যৰে ভৰি উঠিব ৫ৰাশিৰ জীৱন
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ ছেপ্টেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই বিয়লি ৫বাজি ১৩ মিনিটত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি আহিন মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি৷ আজি পিতৃপক্ষৰ নৱম দিন৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি আজি থাকিব গুৰু পুষ্য যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগৰ প্ৰভাৱ৷ আজি থাকিব প্ৰথমে পুনৰ্বাসু আৰু পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজি দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

যি বিষয়ক লৈ ইমান দিনে অসুবিধাত আছিল সেয়া আপুনি নিজৰ বুদ্ধিৰ বলত সমাধান কৰিব পাৰিব৷ ব্যৱসায়ৰ কাৰণে বৃহস্পতিবাৰে কৰোবালৈ যাত্ৰাও কৰিব পাৰে মেষ ৰাশিৰ জাতকে৷ এই যাত্ৰাত আপুনি লাভৱান হ’ব৷ নিজৰ স্বাস্থ্যৰ প্ৰতি আৰু অলপ যত্নবান হওক৷ মাৰ্কেটিঙৰ সৈতে যুক্ত ব্যক্তিয়ে নতুন সুযোগ পাব৷ মেষৰ জাতকৰ আৰ্থিক অৱস্থা টনকীয়াল হ’ব৷

কন্যা ৰাশি

আপুনি যদি ষ্টক মাৰ্কেটত বিনিয়োগ কৰি থাকে তেন্তে বৃহস্পতিবাৰে শ্ৰীবিষ্ণুৰ কৃপাত ভাল ৰিটাৰ্ণ লাভ কৰিব৷ অতিৰিক্ত আৰ্থিক লাভে মনলৈ সুখ কঢ়িয়াই আনিব কন্যা ৰাশিৰ জাতকৰ৷ যি কোনো সমস্যাত নিজৰ জীৱনসংগীক কাষত পাব এই ৰাশিৰ লোকে৷ বিয়লি কোনো সামাজিক অনুষ্ঠানত যোগদান কৰিব পাৰে৷ সন্তানৰ পৰা আপুনি ভাল খবৰ পাব পাৰে৷

তুলা ৰাশি

নাৰায়ণৰ আশীৰ্বাদত বৃহস্পতিবাৰে ব্যৱসায়ত উল্লেখযোগ্য লাভ কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ মনত সুখ আৰু শান্তি বৰ্তি থাকিব৷ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ শুনিলে আপোনাৰ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ বৃহস্পতিবাৰে নিশা পৰিয়ালৰ সৈতে খুব ভাল সময় কটাব৷ পূৰ্বে ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷

মকৰ ৰাশি

আপোনাৰ সংসাৰত দীৰ্ঘদিন ধৰি কোনো অশান্তি চলিছে? অশান্তি থাকিলে গুৰু পুষ্য যোগৰ শুভ প্ৰভাৱত আজি সেয়া দূৰ হ’ব৷ পৰিয়ালৰত কোনো প্ৰবীণ সদস্যই এই বিষয়ত আপোনাৰ সহায় কৰিব৷ সংসাৰত সকলোৰে সৈতে একেলগে মিলি ভাল সময় কটাব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ বহু দিন পুৰণি কোনো বন্ধুৰ সৈতে দেখা হ’ব পাৰে৷

কুম্ভ ৰাশি

শিক্ষাক্ষেত্ৰত আজি কোনো বৃহৎ সাফল্য পাব পাৰে কুম্ভ ৰাশিৰ জাতকে৷ প্ৰতিযোগীতামূলক পৰীক্ষাত সাফল্য  লাভৰ যোগ আছে৷ ব্যৱসায়ীসকলৰ আয় বাঢ়িব৷ নিজৰ আলস্য ত্যাগ নকৰিলে হাতলৈ অহা সুযোগ হেৰুৱাব৷ ব্যৱসায়ীসকলৰ আয় বাঢ়িব৷ দিনটো কামত ব্যস্ত থাকিলেও সন্ধিয়া পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক
জীৱনশৈলী

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

June 2, 2026
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে
জীৱনশৈলী

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

June 2, 2026
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

June 2, 2026
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

June 2, 2026
Next Post
হাড়ত বন গজিলেও বিদ্যুৎ বিভাগৰ বিলে ৰেহাই দিয়া নাই, কোনে পৰিশোধ কৰিব এই বিল?

হাড়ত বন গজিলেও বিদ্যুৎ বিভাগৰ বিলে ৰেহাই দিয়া নাই, কোনে পৰিশোধ কৰিব এই বিল?

হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?

হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.