• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে নিজকে নিজেই পাতিলে বিয়া তাৰপিছতেই ওজন কমি যোৱাৰ বাবেই নিজকে শেষ কৰিলে ২৬ বছৰীয়া সুন্দৰীয়ে

2 years ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

1 hour ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

2 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

3 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

4 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

5 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

6 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰথমে নিজকে নিজেই পাতিলে বিয়া তাৰপিছতেই ওজন কমি যোৱাৰ বাবেই নিজকে শেষ কৰিলে ২৬ বছৰীয়া সুন্দৰীয়ে

প্ৰথমে নিজকে নিজেই পাতিলে বিয়া তাৰপিছতেই ওজন কমি যোৱাৰ বাবেই নিজকে শেষ কৰিলে ২৬ বছৰীয়া সুন্দৰীয়ে

editor by editor
September 30, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰথমে নিজকে নিজেই পাতিলে বিয়া তাৰপিছতেই ওজন কমি যোৱাৰ বাবেই নিজকে শেষ কৰিলে ২৬ বছৰীয়া সুন্দৰীয়ে
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই যুগেই ছ’চিয়েল মিডিয়াৰ যুগ৷ ছচিয়েল মিডিয়া এতিয়া মানুহে নিজৰ প্ৰতিভা প্ৰদৰ্শন, স্বীকৃতি লাভ আৰু ধন উপাৰ্জনৰ মাধ্যমত পৰিণত হৈছে। বহুতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ প্ৰতিভাক বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ বিপৰীতে একাংশই ইয়াক ব্যৱহাৰ কৰি নিজৰ বাৰ্তা বিশ্ববাসীলৈ প্ৰেৰণ কৰিছে।

ছ’চিয়েল মিডিয়াই এতিয়ালৈকে বহু লোকক সফলতাৰ উচ্চতাত উপনীত হোৱাত সহায় কৰিছে। নিজে নিজৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এইগৰাকী বিখ্যাত টিকটক তাৰকা কুব্ৰা আয়কুটৰ নাম  হয়তো আপোনালোকে পূৰ্বেও শুনিছে৷ সেই টিকটক তাৰকা কুব্ৰা আয়াকুটেই আত্মহত্যা কৰিছে।

খবৰ অনুসৰি সোমবাৰে ইস্তানবুলৰ চুলতানবেলি জিলাৰ এটা বিলাসী এপাৰ্টমেণ্টৰ পঞ্চম মহলাৰ পৰা জপিয়াই নিজৰ জীৱন শেষ কৰিছে কুব্ৰাই। আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আইকুটৰ জন্মস্থানতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। টিকটক তাৰকাগৰাকীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে এতিয়া তেওঁৰ লাখ লাখ অনুৰাগীক। কিয় কুব্ৰাই হঠাৎ ল’লে এই সিদ্ধান্ত?

দৰা অবিহনে বিয়া অৰ্থাৎ নিজকে নিজে বিয়া কৰাই কুব্ৰা বিখ্যাত হৈ পৰিছিল। বিয়াৰ ভিডিঅ’টোৰ পিছত কুব্ৰাৰ ফেন ফ’ল’ৱাৰছৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পালে। তাৰপিছতেই ছচিয়েল মিডিয়া তেওঁৰ উপাৰ্জনৰো এক মাধ্যম হৈ পৰিছিল৷ সেইগৰাকী কুব্ৰা এতিয়া এই পৃথিৱীত নাই৷ স্থানীয় কৰ্তৃপক্ষইও মৃতদেহৰ ওচৰত এখন চুইচাইড নোট উদ্ধাৰ কৰিছে। মৃত্যুৰ কাৰণ জানিবলৈ অব্যাহত আছে তদন্ত।  বিগত কেইদিনমানৰ পৰা কুব্ৰাই অহৰহ ছ’চিয়েল মিডিয়াত কিছুমান অদ্ভুত পোষ্ট শ্বেয়াৰ কৰি আহিছে৷

ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁ নিজৰ উদ্বেগ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। এই পোষ্টবোৰে যেন ইংগিত দিয়ে যে তেওঁ ব্যক্তিগত জীৱনত কিছু অসুবিধাৰ সন্মুখীন হৈছে৷  ইয়াৰ উপৰিও শেহতীয়াকৈ তেওঁ নিজৰ ওজনৰ বিষয়ে এটা পোষ্টো শ্বেয়াৰ কৰিছিল।  কম ওজনে কুব্ৰাক চিন্তিত কৰি তুলিছিল। লগতে তেওঁৰ ওজন কমি যোৱাৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰে। কুব্ৰা আয়কুতে তেওঁৰ শেষৰ পোষ্টটোত লিখিছিল- ‘মই সকলোধৰণেই চেষ্টা কৰিছো, কিন্তু মোৰ ওজন বৃদ্ধি হোৱা নাই। মোৰ ওজন দিনক দিনে কমি আহিছে। এতিয়া কি কৰিম নাজানো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
Next Post
২১৫ কিঃমি/ঘণ্টা বেগত আহিছে ঘূৰ্ণীবতাহ! চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা, সতৰ্কবাৰ্তা বতৰ বিজ্ঞানকেন্দ্ৰৰ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন