• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

2 years ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

29 minutes ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

1 hour ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

2 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

3 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

5 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

6 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

18 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

19 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

20 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

20 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

editor by editor
October 1, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব
0
SHARES
661
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

ৰাশিফলত প্ৰতিটো গ্ৰহৰ নিজস্ব স্থান আৰু বিশেষত্ব আছে। যিবোৰে সিহঁতক ইজনে সিজনৰ পৰা পৃথক কৰি তোলে। ৯ টা গ্ৰহৰ ভিতৰত মংগল আৰু বুধকো এক বিশেষ স্থান দিয়া হৈছে। বুধক গ্ৰহৰ ৰাজকুমাৰ আৰু মংগল গ্ৰহক গ্ৰহৰ সেনাপতি বোলা হয়।

যেতিয়াই এই দুটা গ্ৰহৰ ৰাশি সলনি হয় তেতিয়াই ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মানুহৰ জীৱনত পৰে। যিসকল লোকৰ ওপৰত মংগল গ্ৰহ দয়ালু, তেওঁলোকৰ সাহস বাঢ়ি যায়, যাৰ বাবে তেওঁলোকে কঠিন সময়বোৰ সহজে অতিক্ৰম কৰে। যিসকল লোকৰ ৰাশিফলত বুধৰ স্থান শক্তিশালী, তেওঁলোকৰ একাগ্ৰতা শক্তি, ধন-সম্পত্তি বৃদ্ধি পায়।

পঞ্চাঙৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ১০ অক্টোবৰত পুৱা ১১:২৫ বজাত বুধ তুলা ৰাশিলৈ ট্ৰেন্সজিট হ’ব। ১০ দিনৰ পিছত ২০ অক্টোবৰত নিশা ০২:৪৬ বজাত মংগল গ্ৰহ কৰ্কট গ্ৰহত প্ৰৱেশ কৰিব। ইয়াৰ ফলত ৫ ৰাশিৰ সৌভাগ্যৰ দ্বাৰ খোল খাব।

মেষ ৰাশি
মংগল গ্ৰহৰ ট্ৰেনজিটে মেষ ৰাশিৰ লোকৰ প্ৰেম জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। নিয়োজিত লোকসকলৰ যোগাযোগৰ ক্ষমতা বৃদ্ধি পাব, যাৰ বাবে তেওঁলোকে নিজৰ বছ আৰু সহকৰ্মীৰ সন্মুখত নিজৰ ধাৰণা ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰিব। যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ নতুন সুযোগ লাভ কৰিব। লগতে সমাজত মৰ্যাদা বাঢ়িব।

মিথুন ৰাশি
এই ৰাশিৰ লোকৰ বাবেও মংগল আৰু বুধৰ ট্ৰেনজিট শুভ হ’ব। কৰ্মস্থলীত নিয়োজিত লোকৰ সন্মান বৃদ্ধি পাব। ইয়াৰ লগতে কামৰ বোজাও কমি যাব, যাৰ ফলত মানসিক চাপৰ পৰা সকাহ পাব। বিবাহিত আৰু সম্পৰ্কত থকা লোকসকলৰ সংগীৰ সৈতে ভাল সম্পৰ্ক থাকিব। ঘৰৰ পৰিৱেশো আগৰ তুলনাত ভাল হ’ব।

কৰ্কট ৰাশি
মংগল আৰু বুধৰ ট্ৰেনজিটৰ বাবে কৰ্কট ৰাশিৰ লোকে শুভ ফল পাব পাৰে। কাপোৰৰ ব্যৱসায় কৰা দোকানীসকলৰ বিক্ৰী বৃদ্ধি হ’ব, যাৰ ফলত ভাল লাভ হ’ব। শিল্প, স্বাস্থ্য আৰু বিপণনৰ সৈতে জড়িত লোকসকলৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। ইয়াৰ উপৰিও কৰ্কট ৰাশিৰ লোকসকলেও বিনিয়োগৰ পৰা বিপুল লাভ পোৱাৰ সম্ভাৱনা থাকে।

কন্যা ৰাশি
মেষ, মিথুন ৰাশি আৰু কৰ্কট ৰাশিৰ লোকৰ বাহিৰেও মংগল আৰু বুধ ৰাশিৰ পৰিৱৰ্তনে কন্যা ৰাশিৰ লোকৰ ওপৰত শুভ প্ৰভাৱ পেলাব। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা সংঘাত কমি যাব আৰু ঘৰৰ পৰিৱেশ অনুকূল হ’ব। ২০২৪ চনৰ ২০ অক্টোবৰলৈকে সম্পৰ্কত থকা মানুহৰ প্ৰেম জীৱনত থাকিব উৎসাহ আৰু প্ৰেম।

কুম্ভ ৰাশি
মংগল আৰু বুধৰ ট্ৰেনজিটৰ বাবে কুম্ভ ৰাশিৰ লোকৰ প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব। লগতে সামাজিক প্ৰতিপত্তিও বৃদ্ধি পাব। বিবাহিত দম্পতীয়ে অতি সোনকালে নিজৰ নতুন ঘৰটো কিনিব পাৰিব। যিসকলে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে, তেওঁলোকৰ আয় বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। দোকানীসকলেও এই মাহত অপৰিসীম ধন উপাৰ্জনৰ সম্ভাৱনা আছে। পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ পাব, যাৰ ফলত মনটো সুখী হৈ থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!
জীৱনশৈলী

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

October 13, 2026
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!
বিনোদন

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

October 13, 2026
Next Post
বুলডোজাৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়দান, মন্দিৰ হওক বা মছজিদ…

বুলডোজাৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়দান, মন্দিৰ হওক বা মছজিদ...

নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক ৪৫ বছৰীয়াৰ …

নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক ৪৫ বছৰীয়াৰ ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.