• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক ৪৫ বছৰীয়াৰ …

নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক ৪৫ বছৰীয়াৰ …

2 years ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

7 minutes ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

31 minutes ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

58 minutes ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

2 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

3 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

4 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

5 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

5 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

6 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

15 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

16 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক ৪৫ বছৰীয়াৰ …

editor by editor
October 1, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক ৪৫ বছৰীয়াৰ …
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক ৪৫ বছৰীয়াৰ …

কাছাৰত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা। নিশা শৌচালয়লৈ যোৱাৰ সময়তে কিশোৰীক বলপূৰ্বকক ধৰ্ষণ কৰিলে প্ৰতিবেশী ইছলাম উদ্দিন নামৰ এগৰাকী ৪৫ বছৰীয়া লম্পটে।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে কাছাৰৰ কাটিগড়া চাংজুৰাই গাঁৱত। জানিব পৰা মতে, নিশাৰ সময়ত ১২ বছৰীয়া কিশোৰীগৰাকীয়ে ঘৰৰপ ৰা কিছু নিলগত থকা শৌচালয়লৈ গৈছিল। তেতিয়াই অন্ধকাৰ আৰু কোনো নথকাৰ সুযোগ বুজি প্ৰতিবেশী ইছলাম উদ্দিনে কিশোৰীক জোৰজৱৰদস্তি ধৰি ওচৰৰে খেতিপথাৰত লৈ যায় ।

সেই পথাৰতে লম্পটে কিশোৰীৰ সৈতে অসৎ স্বৰিতাৰ্থ পূৰণ কৰে। ঘটনা সংঘটিত কৰি ধৰ্ষণকাৰী ইছলামে সেইস্থানৰ পৰা পলায়ন কৰাৰ পাছত কিশোৰী যেতিয়া ঘৰত উপস্থিত হয় তেতিয়াহে পৰিয়ালৰ লোকে জানিবপাৰে কন্যাৰ সৈতে সংঘটিত হোৱা ঘটনাৰ বিষয়ে।

আজি পুৱাই ভুক্তভোগী কিশোৰীৰ পৰিয়ালে কাটিগড়া আৰক্ষী চকীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত গোচৰ তৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত নামি পৰিছে লগতে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamCacharCachar rap caserape caseRape Case in Cachar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
Next Post
বাংলাদেশক পৰাস্ত কৰিয়ে বিশ্ব ক্ৰিকেটত এনে অভিলেখ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত ভাৰত

বাংলাদেশক পৰাস্ত কৰিয়ে বিশ্ব ক্ৰিকেটত এনে অভিলেখ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত ভাৰত

ICUত গুলিবিদ্ধ গোবিন্দা, হাস্পতালৰ পৰা ভাইৰেল অভিনেতাৰ অডিঅ’ ক্লিপ, কি কৈছে গোবিন্দাই?

ICUত গুলিবিদ্ধ গোবিন্দা, হাস্পতালৰ পৰা ভাইৰেল অভিনেতাৰ অডিঅ’ ক্লিপ, কি কৈছে গোবিন্দাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.