• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য

1 year ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

8 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

9 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

10 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

12 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

13 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

14 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য

সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য

editor by editor
October 2, 2024
in জীৱনশৈলী, বিজ্ঞান, লেখা
0
সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্য আমাৰ পৃথিৱীসহ সৌৰজগতৰ কেন্দ্ৰবিন্দু৷ সূৰ্য এক গৰম গেছৰ এক বিশাল বল৷ যি ক্ৰমাগতভাৱে শক্তি উৎপাদন কৰে৷ কিন্তু আপুনি কেতিয়াবা ভাৱিছেনে, সূৰ্য আৰু কিমানদিন জীয়াই থাকিব? সূৰ্যই যি আলোক বা পোহৰ দিয়ে সেয়া চিৰকাল এনেকৈয়ে দি থাকিবনে? বিজ্ঞানীৰ উত্তৰ এটাই৷ নাই চিৰদিন সূৰ্য এনেকৈ নাথাকে৷

সূৰ্য এক নক্ষত্ৰ আৰু প্ৰতিটো নক্ষত্ৰৰ দৰে সূৰ্যৰো বয়স আছে৷ সূৰ্যৰ আনুমানিক বয়স হৈছে ৪.৬ বিলিয়ন বছৰ৷ বিজ্ঞানীয়ে বিশ্বাস কৰে যে সূৰ্য এতিয়া প্ৰাপ্তবয়স্ক৷ অৰ্থাৎ বয়সৰ মাজসময়ত আছে সূৰ্য৷ অৰ্থাৎ সূৰ্যই নিজা জীৱনৰ অৰ্থেক বছৰ অতিবাহিত কৰিছে৷ সূৰ্যৰ ভিতৰত হাইড্ৰজেন নামক এটা উপাদান আছে৷ এই হাইড্ৰজেন পৰমাণু একেলগে মিলিত হৈ হিলিয়াম তৈয়াৰ কৰে৷ এই প্ৰক্ৰিয়াত প্ৰচুৰ শক্তি নিৰ্গত হয়, যাৰ কাৰণে সূৰ্যৰ পোহৰ জ্বলি থকাৰ দৰে উজ্বল৷ সূৰ্যৰ অভ্যন্তৰত থকা সমস্ত হাইড্ৰোজেন নিশেষ হৈ গ’লেই সূৰ্য দেখিবলৈ ৰঙা হৈ পৰিব৷ এই অৱস্থাৰ নাম red giant বুলি কয় বিজ্ঞানীয়ে৷

তাৰপাছতেই ধীৰে ধীৰে এয়া সংকুচিত হৈ এক সৰু নক্ষত্ৰত পৰিণত হ’ব৷ যাক white dwarf বুলি কোৱা হয়৷ বিজ্ঞানীসকলৰ মতে সূৰ্যৰ আয়ুস আৰু এক বিলিয়ন বছৰ বাকী আছে৷ হাইড্ৰোজেন কমি যোৱাৰ পাছত ২-৩ বিলিয়ন বছৰ সময়কাল থাকিব তাৰপাছতেই ধীৰে ধূৰে সূৰ্যৰ মৃত্যু হ’ব৷ আৰু সূৰ্যৰ মৃত্যু হ’লেই পৃথিৱীৰো মৃত্যু ঘটিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
৪দিন নহয়, পূজা এইবাৰ ৩দিন, কেতিয়া মহাষ্টমীৰ অঞ্জলি দিব? সন্ধিপূজা কেতিয়া?

আৰম্ভ দেৱীপক্ষ, সৌভাগ্য উজলি উঠিব ৭ৰাশিৰ, আপোনাৰ ভাগ্যত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন