• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

2 years ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

6 minutes ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

28 minutes ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

1 hour ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

2 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

10 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

11 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

11 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

12 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

12 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

13 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

14 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

editor by editor
October 4, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি
0
হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন
0
SHARES
411
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

ইজৰাইলৰ পৰা আহিছে এক ডাঙৰ খবৰ। হিজবুল্লাহৰ নতুন মুৰব্বী হোৱা ছাইফুদ্দিনকো হত্যা কৰা হৈছে। ইজৰাইলৰ সংবাদ মাধ্যমে এই ডাঙৰ দাবী কৰিছে। শেহতীয়াকৈ ইজৰাইলে হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাক হত্যা কৰিছিল, তাৰ পিছতে হিজবুল্লাহৰ কমাণ্ড গ্ৰহণ কৰিছিল ছাইফুদ্দিনে।

ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে, হিজবুল্লাহৰ জ্যেষ্ঠ নেতাসকলৰ বৈঠকৰ সময়তে সেই বৈঠক হোৱা বাংকাৰটোত আক্ৰমণ কৰা হৈছিল। হিজবুল্লাহৰ নতুন মুৰব্বী তথা হাছান নছৰল্লাহৰ ভাতৃ হাশ্বেম ছাইফুদ্দিন সেই বাংকাৰতে আছিল। তাতেই নিহত হয় নতুন মুৰব্বী ছাইফুদ্দিন। অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই এই খবৰ।

উল্লেখ্য যে, ইজৰাইলে ২৭ ছেপ্টেম্বৰত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাক হত্যা কৰিছিল। লেবাননৰ ৰাজধানী বেইৰুটৰ ভিতৰত ৫০ ফুটৰ ভিতৰত নিৰ্মিত বাংকাৰত নাছৰল্লাহ আছিল। ইজৰাইলে ভূগৰ্ভস্থ বিস্ফোৰণ ঘটোৱা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল এনে পৰিস্থিতিত বাংকাৰত বহি থকা নছৰল্লাহ আৰু তেওঁৰ গেংৰ সদস্যসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। এই আক্ৰমণত গধুৰ গোলাবাৰুদ ব্যৱহাৰ কৰা হৈছিল, যাৰ প্ৰতিধ্বনি ৩০ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল।

নছৰল্লাহ হত্যাৰ পিছত এটা ডাঙৰ প্ৰশ্নৰ উত্থাপিত হৈছিল যে হিজবুল্লাহৰ পৰৱৰ্তী নেতা কোন হ’ব। শেষত নছৰাল্লাহৰ ভাতৃ হাচেম ছাইফুদ্দিনক হিজবুল্লাহৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। ২০১৭ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ছাইফুদ্দিনক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল আৰু তেওঁক মষ্ট ৱাণ্টেড ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বেও ছাইফুদ্দিনে ইজৰাইলক ভাবুকি দি আহিছিল।

দাবী কৰা হৈছিল যে নছৰল্লাহক হত্যা কৰাৰ সময়ত ছাইফুদ্দিন আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল। ছাইফুদ্দিনৰ আছিল নছৰল্লাহৰ ভাতৃ। নব্বৈৰ দশকত ইৰাণত পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত তেওঁক পুনৰ বেইৰুটলৈ মাতি অনা হয়। ছাইফুদ্দিনৰ ভাতৃ আব্দুল্লাও তেহৰাণত হিজবুল্লাহৰ দূত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HijabullahHizbullah ChiefIsrealNasarullah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?
বিনোদন

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

August 27, 2026
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’
বিবিধ

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

August 27, 2026
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ
ভাৰত

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

August 27, 2026
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

August 27, 2026
Next Post
৬০ৰ পৰা ২৫ বছৰীয়া হোৱাৰ সপোন দেখুৱাই লুটি নিলে ৩৫ কোটি, টাইম মেচিন দেখুৱাই ঠগালে বহুতক

৬০ৰ পৰা ২৫ বছৰীয়া হোৱাৰ সপোন দেখুৱাই লুটি নিলে ৩৫ কোটি, টাইম মেচিন দেখুৱাই ঠগালে বহুতক

মঞ্চত পৰিবলৈ ওলাইছিল হিনা খান, তেনেতে…

মঞ্চত পৰিবলৈ ওলাইছিল হিনা খান, তেনেতে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.