• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ

1 year ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

1 hour ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ

editor by editor
October 17, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ

অৱশেষত আহিল সেই বহুদিনৰ পৰা অধীৰ অপেক্ষাৰে বাট চাই ৰোৱা ঐতিহাসিক ৰায়দান। আজি ১৭ অক্টোবৰ তাৰিখ বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে দিলে অসমৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ৰায়।

১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ নেতৃত্বত সৰ্বোচ্চ ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰ পীঠৰ এই ঐতিহাসিক ৰায়দান।

নাগৰিকত্ব আইনৰ  ৬(ক) দফা সন্দৰ্ভত এই ৰায়দান। এতিয়া ১৯৭১ চনেই হব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ।

এই ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিত্তিবৰ্ষ সন্দৰ্ভত সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ। আনহাতে এই ভিত্তিবৰ্ষৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীষৰ। বিপক্ষে ৰায়দান জে বি পাৰ্ডিৱালাৰ।

ভিত্তিবৰ্ষ সন্দৰ্ভত সপক্ষে ৰায়দান কৰে মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় , ন্যায়াধীশ এম এম সুন্দৰেশ, ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়ধীশ সুৰ্যকান্তৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 6 A actAssam ActCitizenship ActSection 6Asupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

অতিকে শোকাৱহ, টেংকাৰ বিস্ফোৰণ ঘটি প্ৰাণ হেৰুৱালে ১৪০ গৰাকী লোকে

অতিকে শোকাৱহ, টেংকাৰ বিস্ফোৰণ ঘটি প্ৰাণ হেৰুৱালে ১৪০ গৰাকী লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.