• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব?

2 years ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

10 minutes ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

19 minutes ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

1 hour ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

2 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

3 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

4 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

15 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

16 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব?

ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব?

editor by editor
October 19, 2024
in জীৱনশৈলী
0
ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব?
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্মুখত ধনতেৰছ। ধনতেৰছত সোণ ক্ৰয় কৰাটো শুভ বুলি বহুতৰেই লোকবিশ্বাস। কিন্তু সোণো এতিয়া ভেজাল হয় বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হয়। ক্ৰয় কৰা সোণখিনি বিশুদ্ধ নে ভেঁজাল সেয়া কেনেকৈ নিৰ্ণয় কৰিব?

সাধাৰণতে সোণ ক্ৰয় কৰোতে ২৪ কেৰেটৰ সোণেই ক্ৰয় কৰিব লাগে। কিয়নো ২৪ কেৰেট মানে ৯৯.৯ শতাংশ বিশুদ্ধ সোণ। গহনাৰ দোকানসমূহত প্ৰায়েই ২২ কেৰেট সোণেই ব্যৱহাৰ কৰে। ২২ কেৰেটেৰে তৈয়াৰ কৰা অলংকাৰত ৯১.৬ শতাংশ বিশুদ্ধ সোণ থাকে। ২১ কেৰেটত ৮৭ শতাংশ বিশুদ্ধতা থকাৰ বিপৰীতে ১৮ কেৰেটত সোণৰ বিশুদ্ধতা ৭৫ শতাংশ থাকে। আমাৰ দেশত প্ৰায়েই ২২ বা ২১ কেৰেট সোণেৰেই অলংকাৰ গঢ়া হয়।

সোণৰ বিশুদ্ধতা প্ৰমাণ কৰিবলৈ স্পেক্ট্ৰমিটাৰ নামৰ এবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰৰে অলংকাৰবিধ নিৰ্মাণ কৰোতে কিমান পৰিমানৰ বিশুদ্ধ সোণ ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে জানিব পাৰি। প্ৰায়সংখ্যক গহনাৰ দোকানতেই এই যন্ত্ৰ থাকে। সোণ ক্ৰয় কৰাৰ আগতে এই যন্ত্ৰৰ সহায়ত সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাটো জৰুৰী। সোণৰ বিশুদ্ধতাৰ প্ৰমান গহনাত থকা হলমাৰ্কৰ পৰাও জানিব পাৰি। এই হলমাৰ্ক কৰে ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে।

বেছি পৰিমানে সোণ ক্ৰয় কৰাৰ সময়ত মেকিং চাৰ্জৰ ওপৰত কেতিয়াবা ৰেহাই দিয়ে। এই ৰেহাই সম্পৰ্কে ভালধৰণে জ্ঞাত হৈ লোৱাৰ আৱশ্যকতা থাকে। গহনাৰ দোকান অনুযায়ী দাম বেলেগ হয়। তাৰ কাৰণ হৈছে গঢ়া মজুৰি আৰু সোণৰ বিশুদ্ধতাৰ পৰিমান। সেয়ে সোণ ক্ৰয় কৰাৰ আগতে কেইবাখনো দোকানৰ পৰা দামৰ কথা জানি লোৱাটো প্ৰয়োজন।

বহুতেই সোণ ক্ৰয় কৰোতে পাথৰ থকা অলংকাৰ ক্ৰয় কৰে। তেনেক্ষেত্ৰত সোণৰ পৰিমান কম থাকে। বিনিয়োগৰ বাবে সোণ ক্ৰয় কৰিলে পাথৰ নথকা গহণা ক্ৰয় কৰাটোৱেই ভাল বুলি বিশেষজ্ঞসকলে ক’ব খোজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

May 7, 2026
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে
জীৱনশৈলী

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে
জীৱনশৈলী

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

May 7, 2026
Next Post
ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন