• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

2 years ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

19 minutes ago
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

42 minutes ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

2 hours ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

2 hours ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

3 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

15 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

16 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

16 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

17 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

18 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

18 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

editor by editor
October 21, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এক মন্তব্য প্ৰদান কৰিছে। তেঁও কয় যে, ৰাজ্যত বৃদ্ধিৰ হাৰ বৃদ্ধি পাব লাগে। এই বিষয়ে সকলোৱে চিন্তা কৰিব লাগে আৰু পৰিয়ালসমূহে অন্ততঃ দুটা বা তাতকৈ অধিক সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে।

দৰাচলতে কেন্দ্ৰৰ ইউথ ইন ইণ্ডিয়া-২০২২ৰ প্ৰতিবেদন অনুসৰি আমাৰ দেশত ১৫ৰ পৰা ২৫ বছৰৰ ভিতৰত ২৫ কোটি যুৱক আছে। অহা ১৫ বছৰত আৰু অধিক দ্ৰুতগতিত হ্ৰাস পাব।

মুখ্যমন্ত্ৰী নাইডুৱে লগতে ইয়াকো কয় যে, যদিও আগতে মই জনসংখ্যা নিয়ন্ত্ৰণৰ পোষকতা কৰিছিলোঁ, কিন্তু এতিয়া আমি ভৱিষ্যতৰ বাবে জন্মৰ হাৰ বৃদ্ধি কৰিব লাগিব। চি এন নাইডুৱে কয় যে ৰাজ্য চৰকাৰে এনে এখন আইন অনাৰ পৰিকল্পনা কৰিছে যাৰ অধীনত দুই বা তাতকৈ অধিক সন্তান থকা লোকেহে স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

উল্লেখ্য যে দেশত গড় প্ৰজননৰ হাৰ ২.১ , যিটো কোনো ধৰণৰ চিন্তাৰ বিষয় নহয়। যদিও দক্ষিণৰ ৰাজ্যসমূহত এই সংখ্যা ১.৬ লৈ হ্ৰাস পাইছে যিটো চিন্তাৰ বিষয়।

কেন্দ্ৰৰ ইউথ ইন ইণ্ডিয়া-২০২২ প্ৰতিবেদন অনুসৰি ২০৩৬ চনৰ ভিতৰত দেশৰ মাত্ৰ ৩৪.৫৫ কোটি জনসংখ্যাহে যুৱক হ’ব, যিটো বৰ্তমান ৪৭ শতাংশতকৈও অধিক। এই অনুসৰি বৰ্তমান দেশত ১৫ৰ পৰা ২৫ বছৰৰ ভিতৰত ২৫ কোটি যুৱক আছে। কিন্তু আগন্তুক ১৫ বছৰত আৰু অধিক দ্ৰুতগতিত হ্ৰাস পাব এই সংখ্যা।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)ৰ ইণ্ডিয়া এজিং ৰিপ’ৰ্ট ২০২৩ অনুসৰি ২০১১ চনত ভাৰতৰ যুৱ জনসংখ্যাৰ গড় বয়স আছিল ২৪ বছৰ, যিটোৱে… এতিয়া ২৯ বছৰ হৈ পৰিছে। ২০৩৬ চনৰ ভিতৰত ভাৰতৰ বৃদ্ধ জনসংখ্যা ১২.৫ শতাংশ, ২০৫০ চনৰ ভিতৰত ১৯.৪ শতাংশ আৰু শতিকাৰ শেষৰ ফালে ৩৬ শতাংশ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bew Birth PolicyBirth PolicyChandra Babu Naidu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!
বিজ্ঞান

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

October 31, 2026
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী
ভাৰত

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

October 31, 2026
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা
বিশ্ব

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

October 31, 2026
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান
ভাৰত

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

October 31, 2026
Next Post
শণিৰ শশ যোগৰ বাবে দীপাৱলীৰ সময়ত পকেট খালী হৈ পৰিব ৩ ৰাশিৰ লোকৰ

শণিৰ শশ যোগৰ বাবে দীপাৱলীৰ সময়ত পকেট খালী হৈ পৰিব ৩ ৰাশিৰ লোকৰ

১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.