• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

2 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

37 minutes ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

54 minutes ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

1 hour ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

12 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

15 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

15 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

editor by editor
October 21, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এক মন্তব্য প্ৰদান কৰিছে। তেঁও কয় যে, ৰাজ্যত বৃদ্ধিৰ হাৰ বৃদ্ধি পাব লাগে। এই বিষয়ে সকলোৱে চিন্তা কৰিব লাগে আৰু পৰিয়ালসমূহে অন্ততঃ দুটা বা তাতকৈ অধিক সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে।

দৰাচলতে কেন্দ্ৰৰ ইউথ ইন ইণ্ডিয়া-২০২২ৰ প্ৰতিবেদন অনুসৰি আমাৰ দেশত ১৫ৰ পৰা ২৫ বছৰৰ ভিতৰত ২৫ কোটি যুৱক আছে। অহা ১৫ বছৰত আৰু অধিক দ্ৰুতগতিত হ্ৰাস পাব।

মুখ্যমন্ত্ৰী নাইডুৱে লগতে ইয়াকো কয় যে, যদিও আগতে মই জনসংখ্যা নিয়ন্ত্ৰণৰ পোষকতা কৰিছিলোঁ, কিন্তু এতিয়া আমি ভৱিষ্যতৰ বাবে জন্মৰ হাৰ বৃদ্ধি কৰিব লাগিব। চি এন নাইডুৱে কয় যে ৰাজ্য চৰকাৰে এনে এখন আইন অনাৰ পৰিকল্পনা কৰিছে যাৰ অধীনত দুই বা তাতকৈ অধিক সন্তান থকা লোকেহে স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

উল্লেখ্য যে দেশত গড় প্ৰজননৰ হাৰ ২.১ , যিটো কোনো ধৰণৰ চিন্তাৰ বিষয় নহয়। যদিও দক্ষিণৰ ৰাজ্যসমূহত এই সংখ্যা ১.৬ লৈ হ্ৰাস পাইছে যিটো চিন্তাৰ বিষয়।

কেন্দ্ৰৰ ইউথ ইন ইণ্ডিয়া-২০২২ প্ৰতিবেদন অনুসৰি ২০৩৬ চনৰ ভিতৰত দেশৰ মাত্ৰ ৩৪.৫৫ কোটি জনসংখ্যাহে যুৱক হ’ব, যিটো বৰ্তমান ৪৭ শতাংশতকৈও অধিক। এই অনুসৰি বৰ্তমান দেশত ১৫ৰ পৰা ২৫ বছৰৰ ভিতৰত ২৫ কোটি যুৱক আছে। কিন্তু আগন্তুক ১৫ বছৰত আৰু অধিক দ্ৰুতগতিত হ্ৰাস পাব এই সংখ্যা।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)ৰ ইণ্ডিয়া এজিং ৰিপ’ৰ্ট ২০২৩ অনুসৰি ২০১১ চনত ভাৰতৰ যুৱ জনসংখ্যাৰ গড় বয়স আছিল ২৪ বছৰ, যিটোৱে… এতিয়া ২৯ বছৰ হৈ পৰিছে। ২০৩৬ চনৰ ভিতৰত ভাৰতৰ বৃদ্ধ জনসংখ্যা ১২.৫ শতাংশ, ২০৫০ চনৰ ভিতৰত ১৯.৪ শতাংশ আৰু শতিকাৰ শেষৰ ফালে ৩৬ শতাংশ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bew Birth PolicyBirth PolicyChandra Babu Naidu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
Next Post
শণিৰ শশ যোগৰ বাবে দীপাৱলীৰ সময়ত পকেট খালী হৈ পৰিব ৩ ৰাশিৰ লোকৰ

শণিৰ শশ যোগৰ বাবে দীপাৱলীৰ সময়ত পকেট খালী হৈ পৰিব ৩ ৰাশিৰ লোকৰ

১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.