• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

2 years ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

39 minutes ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

1 hour ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

2 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

3 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

12 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

13 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

14 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

15 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

15 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

editor by editor
October 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ নৱেম্বৰত উপ-নিৰ্বাচন, কংগ্ৰেছ-বিজেপি দুয়ো দলৰে কেউটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যত উপ-নিৰ্বাচন সমাগত। অহা নৱেম্বৰ মাহৰ ১৩ তাৰিখে অসমত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। অসমৰ চামগুৰি, ধলাই, বঙাইগাঁও, বিহালী আৰু ছিদলী সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

সেই উদ্দেশ্যে ইতিমধ্যে বিজেপি আৰু কংগ্ৰেছ দুয়ো দলৰ ফালৰ পৰা কেউটা সমষ্টিৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বৰ্তমানলৈ কংগ্ৰেছৰ কেৱল বিহালী সমষ্টিৰ বাহিৰে অন্য কেউটা সমষ্টিৰে প্ৰাৰ্থীৰ চুড়ান্ত তালিকা প্ৰকাশ কৰা হয়।

আজি সোমবাৰে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বিজেপিৰ বাকি থকা দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম সদৰি কৰে লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰে দলটোৰ প্ৰাৰ্থী তালিকা।

সদৰি কৰা অনুসৰি-

বিজেপি-
চামগুৰিৰ পৰা ডিপ্লু ৰঞ্জন শৰ্মা
নিহাৰ ৰঞ্জন দাস ধলাই সমষ্টি
দিগন্ত ঘাটোৱাৰ বিহালী সমষ্টি
বঙাইগাঁও সমষ্টি দিপ্তীময়ী চৌধুৰী ( এজিপিৰ নেতা ফণী ভূষণ চৌধুৰিৰ পত্নী) (AGP প্ৰাৰ্থী)
ছিদলী সমষ্টিৰ পৰা নিৰ্মল কুমাৰ ব্ৰহ্ম (UPPL)

কংগ্ৰেছৰ-
চামগুৰিৰ পৰা তানজিল হুছেইনক (সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন)।
বঙাইগাঁও সমষ্টিৰ পৰা ব্ৰজেনজিৎ সিনহা (প্ৰাক্তন আৰক্ষী বিষয়া সিনহাই কিছুমাহপূৰ্বে যোগদান কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছত)
ধলাই সমষ্টিৰ পৰা ধ্ৰুৱজ্যোতি পুৰকায়স্থ
ছিদলী সমষ্টিৰ পৰা সঞ্জীৱ ৱাৰীক

উল্লেখ্য যে, ২৩ নৱেম্বৰ তাৰিখে নিৰ্বাচনৰ  ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamby electionCongress BjpCongress Bjp Candidate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
Next Post
‘বিয়াৰ পূৰ্বে ঘনিষ্ট সম্পৰ্ক কৰাটো উচিত নে !’ সুন্দৰ উত্তৰ আমোঘ লীলা দাসৰ

'বিয়াৰ পূৰ্বে ঘনিষ্ট সম্পৰ্ক কৰাটো উচিত নে !' সুন্দৰ উত্তৰ আমোঘ লীলা দাসৰ

এবছৰৰ ফিক্সড ডিপোজিটত সকলোকতৈ বেছি সুদ দিছে এই ৭বেংকে, জানি থওক তালিকা

এবছৰৰ ফিক্সড ডিপোজিটত সকলোকতৈ বেছি সুদ দিছে এই ৭বেংকে, জানি থওক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.