• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেংষ্টাৰ লৰেন্সৰ ভাতৃয়ো মোষ্ট ৱাণ্টেড, ভাতৃ অনমোলৰ ওপৰত NIAৰ ১০ লাখ টকাৰ পুৰস্কাৰ

2 years ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

21 minutes ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

48 minutes ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

4 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

5 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

6 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

7 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

8 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

9 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গেংষ্টাৰ লৰেন্সৰ ভাতৃয়ো মোষ্ট ৱাণ্টেড, ভাতৃ অনমোলৰ ওপৰত NIAৰ ১০ লাখ টকাৰ পুৰস্কাৰ

editor by editor
October 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
গেংষ্টাৰ লৰেন্সৰ ভাতৃয়ো মোষ্ট ৱাণ্টেড, ভাতৃ অনমোলৰ ওপৰত NIAৰ ১০ লাখ টকাৰ পুৰস্কাৰ
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গেংষ্টাৰ লৰেন্সৰ ভাতৃয়ো মোষ্ট ৱাণ্টেড, ভাতৃ অনমোলৰ ওপৰত NIAৰ ১০ লাখ টকাৰ পুৰস্কাৰ

গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোলৰ ওপৰত NIA-এ ১০ লাখ টকাৰ পুৰস্কাৰ আৰোপ কৰিছে। এন আই এৰ মষ্ট ৱাণ্টেড তালিকাতো অন্তৰ্ভুক্ত হৈছে আনমোল বিষ্ণোইৰ নাম। কানাডা আৰু আমেৰিকাত বহি থকা এই গেঙটো চলাই আছে লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোলে।

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰতো আনমোল বিষ্ণোইৰ নাম জড়িত। এই হত্যাকাণ্ডৰ গুলীচালনাকাৰীসকল আনমোল বিষ্ণোইৰ সংস্পৰ্শত আছিল। ছলমান খানৰ ঘৰত গুলীচালনাৰ দায়িত্বও স্বীকাৰ কৰিছে আনমোল বিষ্ণোইয়ে।

৯ মিনিটৰ ভাষণ দি ছলমান খানৰ ঘৰত গুলীচালনা কৰা গুলীচালনাকাৰীক উচটনি দিছিল কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল বিষ্ণোইয়ে। এই কথা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে।

বিগত ১৪ এপ্ৰিলৰ পুৱা বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টৰ ছলমান খানৰ ঘৰৰ বাহিৰত মটৰ চাইকেল চলাই গুপ্তা আৰু পাল নামৰ দুজন লোকে কেইবাটাও গুলীচালনা কৰিছিল। দুয়োজনে গুলী নিক্ষেপ কৰি পলায়ন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anmol BishnoiGangstarLorence BishnoiLorence Bishnoi BrotherSalman Khan Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!
জীৱনশৈলী

May 8, 2026
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!
ভাৰত

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

May 8, 2026
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
Next Post
সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ ফলত ধনতেৰাছৰ পাছতে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ লোকৰ

১ আৰু ০ ৰানতে আউট বিৰাট কোহলী আৰু ৰোহিত শৰ্মা, এতিয়ালৈকে ভাৰতে হেৰুৱালে ৫টা উইকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন