• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ আৰু ০ ৰানতে আউট বিৰাট কোহলী আৰু ৰোহিত শৰ্মা, এতিয়ালৈকে ভাৰতে হেৰুৱালে ৫টা উইকেট

2 years ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

42 minutes ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

1 hour ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

2 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

4 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

6 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

7 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

8 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

9 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১ আৰু ০ ৰানতে আউট বিৰাট কোহলী আৰু ৰোহিত শৰ্মা, এতিয়ালৈকে ভাৰতে হেৰুৱালে ৫টা উইকেট

editor by editor
October 25, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১ আৰু ০ ৰানতে আউট বিৰাট কোহলী আৰু ৰোহিত শৰ্মা, এতিয়ালৈকে ভাৰতে হেৰুৱালে ৫টা উইকেট
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ আৰু ০ ৰানতে আউট বিৰাট কোহলী আৰু ৰোহিত শৰ্মা, এতিয়ালৈকে ভাৰতে হেৰুৱালে ৫টা উইকেট

ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট মেছৰ আজি ২৫ অক্টোবৰ শুকুৰবাৰে আৰম্ভ হৈছে ভাৰতৰ বেটিং। কিন্তু আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে ভাৰতে হেৰুৱাই ৫ টাকৈ উইকেট।

আৰম্ভণি একেবাৰে বেয়া কৰে ভাৰতীয় দলে। নিউজিলেণ্ডে বান্ধি দিয়া ২৫৯ ৰানৰ লক্ষ্য লৈ পথাৰত নমা ভাৰতীয় দলে ৰোহিত শৰ্মাৰ ৰূপত হেৰুৱাই প্ৰথমটো উইকেট।

এক ৰানো কৰিবলৈ সক্ষম নহয় কেপ্টেইন ৰোহিত শৰ্মাই। ৯ টা বল খাই শূন্য ৰানতে আউট হয় হিট মেন। কেৱল ৰোহিতেই নহয়, বিৰাট কোহলীয়ো সম্পূৰ্ণৰূপে বিফল।

কেৱল মাথো ১ ৰান কৰি পেভিলিয়ানলৈ উভতে কিং কোহলী। ৰোহিতৰ দৰেই ৯ টা বলত খাই, কিন্তু মাত্ৰ ১ ৰান কৰে। টিম ছাউথীৰ বলত আউত ৰোহিত আনহাতে মিছেল ষ্টেনাৰৰ বলত কোহলীক আউট কৰি সফল হয় নিউজিলেণ্ড দল।

ৰোহিত আৰু কোহলীৰ বাদে শুভমান গীল, যশছভী জইশৱাল আৰু ঋষভ পণ্ট আউট হয়। শুভমানে ৭২ টা বলত ৩০ ৰান কৰে, জইশৱালে ৬০ টা বলত ৩০ কৰি আউট হয় আৰু ঋষভে ১৯ টা বলত ১৮ ৰান কৰে।

বৰ্তমানে ভাৰতীয় দলটোৰ হৈ ক্ৰীজত আছে ৰবীন্দ জাদেজা আৰু ছৰফৰাজ খান। বৰ্তমানলৈ ভাৰতীয় দলটোৱে কৰিছে ১০০  ৰানো কৰিবলৈ সক্ষম হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs NewZealand . Indian CricketIndian Cricketrohit sarmavirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!
জীৱনশৈলী

May 8, 2026
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

May 8, 2026
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!
ভাৰত

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

May 8, 2026
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
Next Post
ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি স্কুল বাহনত হঠাতে গুলিচালনাৰ লগতে শিল নিক্ষেপ, হাহাকাৰ

দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে….

দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ, ২৮ অক্টোবৰতেই পাব দৰমহা, লগতে....

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন