• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাদ পৰিল একাধিক ডাঙৰ ক্ৰিকেটাৰৰ নাম, চমক দি ঘোষিত হ’ল IPL প্লেয়াৰৰ ৰিটেনছন তালিকা

বাদ পৰিল একাধিক ডাঙৰ ক্ৰিকেটাৰৰ নাম, চমক দি ঘোষিত হ’ল IPL প্লেয়াৰৰ ৰিটেনছন তালিকা

2 years ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

14 minutes ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

2 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

2 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

11 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

12 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

12 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

13 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

13 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

13 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বাদ পৰিল একাধিক ডাঙৰ ক্ৰিকেটাৰৰ নাম, চমক দি ঘোষিত হ’ল IPL প্লেয়াৰৰ ৰিটেনছন তালিকা

বাদ পৰিল একাধিক ডাঙৰ ক্ৰিকেটাৰৰ নাম, চমক দি ঘোষিত হ’ল IPL প্লেয়াৰৰ ৰিটেনছন তালিকা

editor by editor
October 31, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
বাদ পৰিল একাধিক ডাঙৰ ক্ৰিকেটাৰৰ নাম, চমক দি ঘোষিত হ’ল IPL প্লেয়াৰৰ ৰিটেনছন তালিকা
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যাশাৰ জল্পনাৰ অৱসান ঘটাই অৱশেষত ২০২৫ চনৰ আইপিএলৰ বাবে প্লেয়াৰ ধৰি ৰখাৰ তালিকা প্ৰকাশিত হৈছে৷ ১০টা দলে প্লেয়াৰৰ তালিকা ঘোষণা কৰিলে৷ প্ৰত্যাশামতেই এইবাৰ আছে একাধিক চমক৷ এইবাৰ এৰি দিয়া হৈছে বহুকেইগৰাকী লেখত ল’বলগীয়া খেলুৱৈক৷ এৰি দিয়া হৈছে ঋষভ পন্থ, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, ঈশান কিষাণ, যুজবেন্দ্ৰ চাহাল, জছ বাটলাৰ, ৰবিচন্দ্ৰন অশ্বিনৰ দৰে প্লেয়াৰক৷ তেনেকৈ অপ্ৰত্যাশিতভাৱে থাকি গৈছে বহুকেইগৰাকী প্লেয়াৰ৷ সকলোতকৈ ডাঙৰ চমক দিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাৱ কিংছ৷

এইবাৰ প্লেয়াৰ ৰিটেনছনৰ মাজত আৰচিবি গ্লেন মেক্সৱেল, ফাফ ডু প্লেছিককো এৰি দিয়া হৈছে৷ ইয়াৰোপৰি চিৰাজকো এৰি দিয়া হৈছে৷ অন্যহাতে মুম্বাইয়ে এৰিছে ঈশান কিষাণক৷ জানি থওক কিমান টকাৰ বিনিময়ত কোন দলে কাক ৰাখিছে?

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

বিৰাট কোহলি-২১ কোটি

ৰজত পতিদাৰ-১১ কোটি

যশ দয়াল- ৫ কোটি

দিল্লী কেপিটেলছ

অক্ষৰ পেটেল-১৬.৫ কোটি

কুলদীপ যাদৱ- ১৩.২৫ কোটি

ট্ৰিষ্টান ষ্টাবছ-১০ কোটি

অভিষেক পোডেল- ৪কোটি

মুম্বাই ইণ্ডিয়ানছ

জশপ্ৰীত বুমৰাহ- ১৮ কোটি

সূৰ্যকুমাৰ যাদৱ-১৬.৩৫ কোটি

হাৰ্দিক পাণ্ডিয়া- ১৬.৩৫ কোটি

ৰোহিত শৰ্মা- ১৬.৩০ কোটি

তিলক বৰ্মা- ৮ কোটি

ৰাজস্থান ৰয়েলছ

সঞ্জু ছেমছন- ১৮ কোটি

যশস্বী জয়ছোৱাল- ১৮ কোটি

ৰিয়ান পৰাগ- ১৪কোটি

ধ্ৰুৱ জুৱেল-১৪ কোটি

ছিমৰণ হেটমায়াৰ- ১১কোটি

সন্দীপ শৰ্মা- ৪কোটি

পাঞ্জাৱ কিংছ

শশাংক সিং- ৫.৫ কোটি

প্ৰভছিমৰণ সিং- ৪কোটি

গুজৰাট টাইটান্স

ৰছিদ খান- ১৮ কোটি

শুভমন গীল-১৬.৫ কোটি

ছাই সুদৰ্শন- ৮.৫কোটি

ৰাহুল তেওটিয়া-৪ কোটি

শ্বাহৰুখ খান- ৪ কোটি

ছানৰাইজাৰ্ছ হায়দৰাবাদ

পেট কামিন্স- ১৮ কোটি

অভিষেক শৰ্মা- ১৪ কোটি

নীতিশ ৰেড্ডী- ৬কোটি

হেনৰি ক্লাছেন-২৩ কোটি

ট্ৰেভিছ হেড- ১৪ কোটি

লক্ষ্ণৌ ছুপাৰ জায়ান্টছ

নিকোলাছ পুৰাণ- ২১ কোটি

ৰবি বিষ্ণোই-১১ কোটি

মায়াংক যাদৱ- ১১ কোটি

মহছিন খান- ৪ কোটি

আয়ুষ বাদোনি- ৪কোটি

কলকাতা নাইট ৰাইডাৰ্ছ

ৰিংকু সিং- ১৩ কোটি

বৰুণ চক্ৰবৰ্তী- ১২ কোটি

সুনীল নাৰিন-১২ কোটি

আন্দ্ৰে ৰাছেল- ১২ কোটি

হৰ্ষিত ৰানা-৪কোটি

ৰমনদ্বীপ সিং-৪কোটি

চেন্নাই ছুপাৰ কিংছ

ঋতুৰাজ গায়কোয়াড-১৮ কোটি

ৰবীন্দ্ৰ জাদেজা- ১৮ কোটি

মথিশা পাথিৰানা- ১৩ কোটি

শিৱম ডুবে- ১২ কোটি

মহেন্দ্ৰ সিং ধোনী- ৪ কোটি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
Next Post
আজি প্ৰীতি যোগৰ সৈতে আয়ুষ্মান যোগ,​সকলো কামতে উন্নতি লাভ কৰিব ৫ ৰাশিৰ লোকে

আজি প্ৰীতি যোগৰ সৈতে আয়ুষ্মান যোগ,​সকলো কামতে উন্নতি লাভ কৰিব ৫ ৰাশিৰ লোকে

দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১ 

দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.