• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১ 

দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১ 

2 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

21 minutes ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

58 minutes ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

2 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

2 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

4 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

5 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

8 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১ 

editor by editor
November 1, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১ 
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলীৰ নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ২, গুৰুতৰভৱে আহত ১

কালি ৩১ অক্টোবৰ দীপাৱলীৰ নিশা গুৱাহাটীবাসী এফালে আনন্দ উল্লাস কৰি থকাৰ মাজতে মহনগৰীৰৰ খানাপাৰাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়৷ যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই দুজন লোকে। আন এগৰাকী গুৰুতৰভাৱে আহত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কালি নিশা খানাপাৰত দুখন স্ক’ৰপিঅ বাহনৰ মাজত প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই এগৰাকী যুৱক আৰু এগৰাকী যুৱতীয়ে।

স্থানীয়লোকৰ মতে এখন বাহনে খানাপাৰত পথৰ দিশ সলাব লওতেই নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা ক্ষীপ্ৰ গতিত অহা আন এখন স্ক’ৰপিঅ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰি অভাৰব্ৰীজৰ খুটাত খুন্দা মাৰে। যাৰ ফলত ভাঙি চুৰমাৰ হৈ পৰে এখন স্কৰপিঅ বাহন।

দুৰ্ঘটনা দেখা প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, দুৰ্ঘটনাৰ সময়ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা স্কৰপিও বাহন খনত এজন যুৱক আৰু দুগৰাকী যুৱতী আছিল।

ঘটনাৰ খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ববে প্ৰেৰণ কৰে। আনহাতে গুৰুতৰভাৱে আহত যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। পাছে বৰ্তমানলৈ যুৱক-যুৱতী কেইগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2 diedGuewhataii1 injuredKhanapara Road accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
Next Post
দীপাৱলীৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে মহালক্ষ্মী বৰ্ষ, দেৱীৰ আশীৰ্দত কোন ৰাশিৰ কেনে যাব

দীপাৱলীৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে মহালক্ষ্মী বৰ্ষ, দেৱীৰ আশীৰ্দত কোন ৰাশিৰ কেনে যাব

অন্ত পৰা নাই ধ্বংসলীলাৰ, ২৮ বছৰৰ মূৰকত বানৰ ভয়ংকৰ তাণ্ডৱ, ১৫০ লৈ বৃদ্ধি নিহতৰ সংখ্যা

অন্ত পৰা নাই ধ্বংসলীলাৰ, ২৮ বছৰৰ মূৰকত বানৰ ভয়ংকৰ তাণ্ডৱ, ১৫০ লৈ বৃদ্ধি নিহতৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.