• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ আয়ুষ্মান যোগ, ভাগ্য খুলিব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ আয়ুষ্মান যোগ, ভাগ্য খুলিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

37 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

1 hour ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

2 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

3 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

16 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

17 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

18 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

19 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

19 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

20 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ আয়ুষ্মান যোগ, ভাগ্য খুলিব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ আয়ুষ্মান যোগ, ভাগ্য খুলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
November 1, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কাইলৈ আয়ুষ্মান যোগ, ভাগ্য খুলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
9.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২ নৱেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই তুলা ৰাশি ত্যাগ কৰি বৃশ্চিক ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ কাতি মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথি৷ কাইলৈ নিশা ৮বাজি ২১ মিনিট পৰ্যন্ত প্ৰতিপদ থাকিব৷ কাইলৈ সমগ্ৰ দেশত পালিত হ’ব অন্নকূট আৰু গোবৰ্ধন পূজা৷ এই সময়ত সূৰ্যই তুলা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ আয়ুষ্মান যোগ আৰু সৌভাহ্য যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে বিশাখা আৰু পাছত অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ২ নৱেম্বৰ লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ নিজৰ খৰচ কমাই হাতত কিছু ধন জমা কৰিব পাৰিব৷ ত্ৰিপুষ্কৰ যোগৰ শুভ প্ৰভাৱত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বাঢ়িব৷ কাইলৈ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তিয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰিব আপুনি৷ নিজৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন দেখা পাব বৃষ ৰাশিৰ জাতকে৷

সিংহ ৰাশি

কাইলৈ সৌভাগ্য যোগৰ শুভ প্ৰভাৱ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামত কাইলৈ আপোনাৰ উৎসাহ বাঢ়িব৷ কাইলৈ আপুনি লোৱা সিদ্ধান্ত লাভজনক হ’ব৷ কাইলৈ অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ জীৱনসংগীৰ সৈতে কোনো ভুল বুজাবুজি হ’ব পাৰে৷

তুলা ৰাশি

কাইলৈ ২ নৱেম্বৰ শনিবাৰৰ দিনটো তুলা ৰাশিৰ জাতকৰ বাবে কাইলৈ দিনটো লাভজনক হ’ব৷ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব পাৰে৷ ৰৈ থকা কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ তুলা ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থা কাইলৈ বহু পৰিমানে উন্নত হ’ব৷
মকৰ ৰাশি
কাইলৈ আয়ুষ্মান যোগৰ শুভ প্রভাৱত নিজৰ পৰিয়ালত সকলো প্ৰয়োজন দূৰ কৰিবলৈ সক্ষম হ’ব মকৰ ৰাশিৰ জাতক৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰিলে কাইলৈ তাৰপৰা আৰ্থিকভাৱে লাভৱান হ’ব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ন পোৱাৰ সম্ভাৱনা আছে৷ যি সমস্যাত আপুনি ইমান দিন ধৰি ভূগি আছে এইবাৰ সেই সমস্যাৰ সমাধান হ’ব৷ কাইলৈ কোনো অতিৰিক্ত দায়িত্ব পাব পাৰে৷

মীন ৰাশি

কাইলৈ ২ নৱেম্বৰ ২০২৪ ত্ৰিপুষ্কৰ যোগৰ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপুনি আনন্দেৰে কটাব৷ হাতলৈ কিছু ধন আহিব পাৰে৷ সমাজসেৱামূলক কাম কৰাৰ ফলত সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব৷ কাইলৈ আপুনি যি কামতেই হাত দিয়ে তাতেই সফলতা পাব৷ আৰ্থিক পৰিস্থিতি বহুপৰিমানে উন্নত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

July 27, 2026
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

July 27, 2026
Next Post
চন্দ্ৰযান-৪ৰ অভিযান কেতিয়া? জনাই দিলে ইছৰো প্ৰধানে, গগনযানক লৈয়ো দিছে ডাঙৰ খবৰ

চন্দ্ৰযান-৪ৰ অভিযান কেতিয়া? জনাই দিলে ইছৰো প্ৰধানে, গগনযানক লৈয়ো দিছে ডাঙৰ খবৰ

হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.