• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত

অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত

2 years ago
এজন অনা অসমীয়া শ্বুটাৰে সংঘটিত  কৰিলে বিলাস INNৰ  গুলীচালনাৰ ঘটনা!

এজন অনা অসমীয়া শ্বুটাৰে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

10 minutes ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

1 hour ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

2 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

3 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

4 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

4 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

4 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

5 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

5 hours ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

6 hours ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

6 hours ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত

editor by editor
November 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে কৰুণ ঘটনা, ৫০ যাত্ৰীসহ দ-খাৱৈত বাগৰিল বাছ, বৰ্তমানলৈ ২৫ নিহত

উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক বৃহৎ পথ দুৰ্ঘটনা। মাৰ্চুলাৰ সমীপৰ খাৱৈত বাগৰি পৰে এখন বাছ। এই দুৰ্ঘটনাত বৰ্তমানলৈ ২৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে বহু লোক আহত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি শংকা ব্যক্ত উদ্ধাৰকাৰী দলৰ। থিতাতে সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। ঘটনাস্থলীৰ বাবে ৰাওনা হৈছে এছ ডি আৰ এফৰ দল।

তথ্য অনুসৰি আজি পুৱা নাইনি দণ্ডাৰ পৰা ৰামনগৰলৈ যোৱা এখন বাছ খাৱৈত বাগৰি পৰে। গীত জাগীৰ নদীৰ পাৰত বাছখন বাগৰি পৰাত ২৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে বহু লোক আহত হৈছে।

বাছখনে নৈনদণ্ডৰ কিনাথৰ পৰা যাত্ৰী কঢ়িয়াই অনা বুলি প্ৰাথমিক তথ্য লাভ কৰা হৈছে। বাছখন ৰামনগৰলৈ যাবলগীয়া আছিল। চাৰাদ বান্দৰ সমীপত বাছখন নদীত বাগৰি পৰিছে।

দুৰ্ঘটনাৰ সময়ত বাছখনত ৫০জনতকৈ অধিক যাত্ৰী আছিল বুলি সদৰি। দুৰ্ঘটনাটোৰ পিছত নিজেই একাংশ যাত্ৰী বাছৰ পৰা নামি আহে। কিছুমান মানুহ সিঁচৰতি হৈ চিটিকি পৰে। বৰ্তমানেও দুৰ্ঘটনাস্থলীতে চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম। আহতসকলক চিকিৎসালয়লৈ নিয়াৰ কাম চলি আছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentRoad AxccidentUtttarakhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে
অসম

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

October 26, 2026
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!
নিয়োগ

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

October 26, 2026
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?
ভাৰত

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

October 26, 2026
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!
প্ৰযুক্তি

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

October 26, 2026
Next Post
যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ' ভাইৰেল

নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.