• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

1 year ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

12 minutes ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

36 minutes ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

1 hour ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

20 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

21 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

22 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

23 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

editor by editor
November 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাৰ পোছাকৰ মাপ ল’ব নোৱাৰিব কোনো পুৰুষে৷ মহিলাৰ চুলিও কাটিব নোৱাৰিব কোনো পুৰুষে৷ মহিলাৰ সুৰক্ষাৰ বাবেই এই প্ৰস্তাৱ আনিছে উত্তৰপ্ৰদেশৰ মহিলা কমিছনে৷ বিগত ২৮ অক্টোবৰত মহিলাসকলৰ নিৰাপত্তা আৰু সুৰক্ষাক লৈ ৰাজ্যৰ মহিলা কমিছনৰ এখন বৈঠক অনুষ্ঠিত হৈছিল৷ তাতেই সেই প্ৰস্তাৱ উত্থাপন কৰা হৈছিল৷

মহিলা কমিছনৰ সদস্য হিমানী আগৰৱালাই জনোৱা অনুসৰি বৈঠকত মহিলা কমিছনৰ তৰফৰ পৰা প্ৰস্তাৱ দিয়া হৈছে যে মহিলা দৰ্জিসকলেহে মহিলাসকলক পোছাকৰ মাপ ল’ব পাৰিব৷ কাপোৰ চিলোৱা দোকানসমূহত চিচিটিভিও বহুওৱা উচিত৷ একেই নিয়ম চেলুনসমূহতো হোৱা উচিত৷ মহিলাসকলৰ চুলি কেৱলমাত্ৰ মহিলাইহে কাটিব পাৰিব৷’

মহিলা কমিছনৰ চেয়াৰমেন ববিতা চৌহানে এই প্ৰস্তাৱ দিছে৷ বৈঠকত উপস্থিত অন্যান্য সদস্যসকলেও এই প্ৰস্তাৱত সন্মতি দিছে৷ তেওঁলোকৰ বক্তব্য, দৰ্জি বা নাপিতৰ দৰে পেচাত য’তে ত’তে স্পৰ্শ কৰা হয় ইয়াত মহিলাসকলক বেড টাচ্ছেই বহুতে দিয়ে৷ বহু পুৰুষেই বেয়া উদ্দেশ্যৰেই স্পৰ্শ কৰে বুলি মহিলাই অভিযোগ দিয়ে৷ কিন্তু সকলো পুৰুষৰেই স্পৰ্শ বেয়া তেনে কথাও নাই৷

মহিলা কমিছনে জনোৱা অনুসৰি এয়া প্ৰস্তাৱহে দিয়া হৈছে৷ ৰাজ্য চৰকাৰে এই প্ৰস্তাৱ বিবেচনা কৰিব চাব৷ ৰাজ্য চৰকাৰৰ কাষত এই বিষয়ে আইন অনাৰ অনুৰোধ কৰিব মহিলা কমিছনে৷ এই ঘটনা বিজেপি শাসিত ৰাজ্যসমূহত বাৰে বাৰে উঠিছে৷ বহু ৰাজ্যতেই নাৰী সুৰক্ষিত নহয় বুলি দাবী উঠিছে৷ নানান ধৰণে নাৰীক বেড টাচ্ছ কৰা হৈছে৷ এইবাৰ যোগী ৰাজ্যত নাৰী সুৰক্ষাৰ এই প্ৰস্তাৱ দিছে উত্তৰপ্ৰদেশৰ মহিলা কমিছনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

January 15, 2026
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে
জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

January 15, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

January 15, 2026
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
Next Post
ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন