• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ নৱেম্বৰত পৃথিৱীৰ কাষলৈ আহিব দৈত্যাকাৰ উল্কাপিণ্ড? পৃথিৱীত খুন্দা মাৰিলে কি হ’ব? জানক বিজ্ঞানীয়ে কি কয়?

1 year ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

14 minutes ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

39 minutes ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

55 minutes ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

1 hour ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

2 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

3 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

4 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

5 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৩ নৱেম্বৰত পৃথিৱীৰ কাষলৈ আহিব দৈত্যাকাৰ উল্কাপিণ্ড? পৃথিৱীত খুন্দা মাৰিলে কি হ’ব? জানক বিজ্ঞানীয়ে কি কয়?

১৩ নৱেম্বৰত পৃথিৱীৰ কাষলৈ আহিব দৈত্যাকাৰ উল্কাপিণ্ড? পৃথিৱীত খুন্দা মাৰিলে কি হ’ব? জানক বিজ্ঞানীয়ে কি কয়?

editor by editor
November 12, 2024
in জীৱনশৈলী
0
১৩ নৱেম্বৰত পৃথিৱীৰ কাষলৈ আহিব দৈত্যাকাৰ উল্কাপিণ্ড? পৃথিৱীত খুন্দা মাৰিলে কি হ’ব? জানক বিজ্ঞানীয়ে কি কয়?
0
SHARES
379
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাছাৰ চিন্তা বাঢ়িছে৷ এক বৃহৎ আকাৰৰ উল্কাপিণ্ড পৃথিৱীৰ দিশে আগুৱাই আহিছে৷ বিজ্ঞানীৰ উদ্বেগ, এই বিশালকায় উল্কাপিণ্ডই যদি পৃথিৱীৰ মাটি স্পৰ্শ কৰে তেন্তে ডাঙৰ বিপৰ্যয় আহিব পাৰে৷ উল্কা প্ৰকৃততে এটা সৰু গ্ৰহ৷ যি সূৰ্যৰ চাৰিওফালে ঘূর্ণিয়মান এক গ্ৰহ৷ এই গ্ৰহই খণ্ড খণ্ডকৈ কেতিয়াবা ভাঙি যায়৷

এনেকৈ ভাঙি যোৱা এটা খণ্ডই পৃথিৱীৰ দিশেৰে গতি কৰিছে৷ বহু গ্ৰহাণু পুৰিও ছাই হৈ গৈছে৷ এনে গ্ৰহাণুৰেই মাজে মাজে পৃথিৱীৰ সৈতে সংঘৰ্ষও হৈছে৷ প্ৰকৃততে মহাকাশত লুকাই আছে বহু ৰহস্য৷ কেতিয়াবা গ্ৰহাণু পৃথিৱীৰ দিশত অগ্ৰসৰ গয়৷ সময়ৰ লগে লগে বিজ্ঞানীয়েও এক নতুন নক্ষত্ৰৰ সন্ধান পাইছে৷ বৰ্তমান জ্যোতিৰ্বিজ্ঞানীয়ে এক বিশেষ সতৰ্কবাণী দিছে৷

এটা বৃহৎ আকাৰৰ গ্ৰহাণু পৃথিৱীৰ কাষলৈ আহি আছে৷ উল্কাৰ আকাৰ আকৃতিক লৈ অৱশ্যে বিজ্ঞানীৰ মাজত মতভেদো আছে৷ ইয়াৰ আকাৰ প্ৰায় ৪৫০*১৭০মিটাৰ৷ আৰু এই উল্কাপিণ্ডই যদি পৃথিৱী স্পৰ্শ কৰে তেন্তে ডাঙৰ বিস্ফোৰণ ঘটিব৷ এই বিস্ফোৰণ শত শত পাৰমাণৱিক বিস্ফোৰণৰ সমান হ’ব৷ যাৰ বাবে চৰম উদ্বেগত আছে নাছা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
জীৱনশৈলী

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
অতিকে শোকাৱহ, ঘৰ লেপিবৰ বাবে মাটি আনিবলৈ গৈ প্ৰাণ হেৰুৱালে এঘৰৰে ৪ মহিলা

৯০ বছৰৰ পাছত দেখা পোৱা যাব কাতি মাহৰ বিশেষ পূৰ্ণিমা, লাভৱান হৈ পৰিব ৩ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন