• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

2 years ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

1 hour ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

2 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

3 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

11 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

11 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

12 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

12 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

13 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

13 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

15 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

15 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

editor by editor
November 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰাৰ্থী হিচাপে নমা প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা। আজি কেৰালাৰ ৱায়ানাড লোকসভাৰ আসনত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ৰাহুল গান্ধীয়ে এৰি থৈ যোৱা আসনত কংগ্ৰেছৰ হৈ নিৰ্বাচন নামিছে প্ৰিয়ংকা।

কিয়নো ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনত ৱায়ানাদৰ লগতে ৰায়ে বৰেলী আসনৰ পৰাও সাংসদ নিৰ্বাচিত হৈছিল। নিয়ম অনুসৰি যিহেতু এজন প্ৰাৰ্থীয়ে কেৱল এখন আসনৰ পৰাহে বিধায়ক হব পাৰে, সেয়ে ৰাহুল গান্ধীয়ে ৱায়নাড এৰি ৰায়ে বৰেলীৰ আসন নিজৰ লগত ৰাখিবলৈ সিদ্ধান্ত লৈছিল।

এতিয়া তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই এই ৱায়নাড আসনৰ পৰাই নিজৰ ভাগ্য পৰীক্ষাৰ বাবে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ৰাজ্যখনত ইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা।

কেৰালাৰ এঅ ৱায়নাড সমষ্টিটোত বিজেপিয়ে প্ৰিয়ংকাৰ বিৰোধে নব্য হৰিদাসক প্ৰক্ষেপ কৰিছে আৰু বাওঁ মিত্ৰজোঁটৰ এলডিএফে সত্যন মোকেৰীক প্ৰক্ষেপ কৰিছে। আজিৰ ভোটদানৰ পাছত হে জানিব পৰা যাব কি হয় ফলাফল।

কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ সক্ৰিয় সংসদীয় ৰাজনীতিত প্ৰৱেশৰ সপোন পূৰণ হ’ব নে নহয়, আজি উপ-নিৰ্বাচনত সিদ্ধান্ত ল’ব ৱায়ানাদৰ ভোটাৰে। ৰাহুল গান্ধীয়ে ৱায়ানাদৰ আসন এৰি যোৱাৰ বাবে ইয়াত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত ১৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ১৪ লাখ ভোটাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionEklectionkeralakerala By Electionwainad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

October 25, 2026
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
Next Post
দৈনিক ৰাশিফল- আজি কাতি মাহৰ শুক্লা দ্বাদশীত হ’ব ৰবি যোগ, ৪ ৰাশিৰ জীৱনলৈ আহিব অপাৰ লাভ

দৈনিক ৰাশিফল- আজি কাতি মাহৰ শুক্লা দ্বাদশীত হ'ব ৰবি যোগ, ৪ ৰাশিৰ জীৱনলৈ আহিব অপাৰ লাভ

কোন হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

কোন হ'ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.