• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

2 years ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

14 minutes ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

1 hour ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

2 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

2 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

15 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

15 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

16 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

16 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

17 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

18 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

editor by editor
November 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা, ১৪ লাখ ভোটাৰৰ হাতত ভাগ্য

প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰাৰ্থী হিচাপে নমা প্ৰিয়ংকা গান্ধীৰ আজি অগ্নিপৰীক্ষা। আজি কেৰালাৰ ৱায়ানাড লোকসভাৰ আসনত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ৰাহুল গান্ধীয়ে এৰি থৈ যোৱা আসনত কংগ্ৰেছৰ হৈ নিৰ্বাচন নামিছে প্ৰিয়ংকা।

কিয়নো ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনত ৱায়ানাদৰ লগতে ৰায়ে বৰেলী আসনৰ পৰাও সাংসদ নিৰ্বাচিত হৈছিল। নিয়ম অনুসৰি যিহেতু এজন প্ৰাৰ্থীয়ে কেৱল এখন আসনৰ পৰাহে বিধায়ক হব পাৰে, সেয়ে ৰাহুল গান্ধীয়ে ৱায়নাড এৰি ৰায়ে বৰেলীৰ আসন নিজৰ লগত ৰাখিবলৈ সিদ্ধান্ত লৈছিল।

এতিয়া তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই এই ৱায়নাড আসনৰ পৰাই নিজৰ ভাগ্য পৰীক্ষাৰ বাবে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ৰাজ্যখনত ইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা।

কেৰালাৰ এঅ ৱায়নাড সমষ্টিটোত বিজেপিয়ে প্ৰিয়ংকাৰ বিৰোধে নব্য হৰিদাসক প্ৰক্ষেপ কৰিছে আৰু বাওঁ মিত্ৰজোঁটৰ এলডিএফে সত্যন মোকেৰীক প্ৰক্ষেপ কৰিছে। আজিৰ ভোটদানৰ পাছত হে জানিব পৰা যাব কি হয় ফলাফল।

কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ সক্ৰিয় সংসদীয় ৰাজনীতিত প্ৰৱেশৰ সপোন পূৰণ হ’ব নে নহয়, আজি উপ-নিৰ্বাচনত সিদ্ধান্ত ল’ব ৱায়ানাদৰ ভোটাৰে। ৰাহুল গান্ধীয়ে ৱায়ানাদৰ আসন এৰি যোৱাৰ বাবে ইয়াত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত ১৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ১৪ লাখ ভোটাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionEklectionkeralakerala By Electionwainad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক
জীৱনশৈলী

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

May 17, 2026
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক
বিনোদন

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

May 17, 2026
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!
জীৱনশৈলী

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

May 17, 2026
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত
জীৱনশৈলী

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

May 17, 2026
Next Post
দৈনিক ৰাশিফল- আজি কাতি মাহৰ শুক্লা দ্বাদশীত হ’ব ৰবি যোগ, ৪ ৰাশিৰ জীৱনলৈ আহিব অপাৰ লাভ

দৈনিক ৰাশিফল- আজি কাতি মাহৰ শুক্লা দ্বাদশীত হ'ব ৰবি যোগ, ৪ ৰাশিৰ জীৱনলৈ আহিব অপাৰ লাভ

কোন হ’ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

কোন হ'ব ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, আজি প্ৰথম চৰণৰ ভোটগ্ৰহণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.