• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান-শ্বাহৰুখ-অক্ষয়ৰ কোনো শালীনতা নাই, শক্তিমান হোৱাৰ যোগ্য নহয় কোনো ছুপাৰষ্টাৰ- মুকেশ খান্না

ছলমান-শ্বাহৰুখ-অক্ষয়ৰ কোনো শালীনতা নাই, শক্তিমান হোৱাৰ যোগ্য নহয় কোনো ছুপাৰষ্টাৰ- মুকেশ খান্না

1 year ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

10 minutes ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

36 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

57 minutes ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

2 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

2 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

3 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

3 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

4 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

4 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছলমান-শ্বাহৰুখ-অক্ষয়ৰ কোনো শালীনতা নাই, শক্তিমান হোৱাৰ যোগ্য নহয় কোনো ছুপাৰষ্টাৰ- মুকেশ খান্না

editor by editor
November 14, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ছলমান-শ্বাহৰুখ-অক্ষয়ৰ কোনো শালীনতা নাই, শক্তিমান হোৱাৰ যোগ্য নহয় কোনো ছুপাৰষ্টাৰ- মুকেশ খান্না
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান-শ্বাহৰুখ-অক্ষয়ৰ কোনো শালীনতা নাই, শক্তিমান হোৱাৰ যোগ্য নহয় কোনো ছুপাৰষ্টাৰ- মুকেশ খান্না

‘ শক্তিমান ‘ আজিও ৯০ দশকৰ সকলো ল’ৰা-ছোৱালীৰ হৃদয়ত বিশেষ স্থান দখল কৰা এক বিশেষ অনুষ্ঠান। ডি ডি নেচনেলৰ এই অনুষ্ঠানটোৱে মানুহক মনোৰঞ্জন দিয়াই নহয় সমাজত জীৱন যাপনৰ এক উন্নত পদ্ধতিও শিকাইছিল।

এই শ্ব’টোৱে অভিনেতা মুকেশ খান্নাৰ ভাগ্য সলনি কৰি দিছিল একেবাৰে। আজিও মানুহে মুকেশ খান্নাক ‘শক্তিমান’ বুলি মনত কৰে।

একে সময়তে এতিয়া মুকেশ খান্নাই এই শ্ব’টোৰ কাষ্টিং সন্দৰ্ভত স্পষ্ট বক্তব্য দিছে। তেওঁ দাবী যে তেওঁৰ আইকনিক চৰিত্ৰ ভাৰতীয় ছুপাৰহিৰো শক্তিমানত ফিট হ’ব পৰা কোনো অভিনেতা ছবি জগতত নাই।

উল্লেখ্য যে, ২০২২ চনত যেতিয়া ‘শক্তিমান’ শ্ব’টোৰ চিনেমা ডাঙৰ পৰ্দাত আহিব বুলি ঘোষণা কৰিছিল, তেতিয়া ৰণবীৰ সিং ছুপাৰহিৰো হোৱাৰ উৰাবাতৰিত মুকেশ খান্না ক্ষুব্ধ হৈ পৰিছিল।

শেহতীয়াকৈ মুকেশ খান্নাক এক সংবাদ মাধ্যমত সোধা হৈছিল যে এই প্ৰজন্মৰ কোনজন অভিনেতাই এই চৰিত্ৰত অভিনয় কৰিব পাৰিব? সেই প্ৰশ্নৰ উত্তৰত অভিনেতাজনে স্পষ্টকৈ কৈছিল যে তেওঁ নাভাবে যে এটা নামো এই চৰিত্ৰটোৰ লগত খাপ খাই পৰে।

মুকেশ খান্নাই কয়, ‘মোৰ দৃষ্টিত কোনো সঠিক অভিনেতা থাকিলে ২ বছৰ পূৰ্বেই এই চিনেমা নিৰ্মাণ কৰি মুক্তি দিলোহেঁতেন। ছলমান খান, শ্বাহৰুখ খান, অক্ষয় কুমাৰ সকলো ভাল অভিনেতা। আটাইকেইজনেই প্ৰতিভাশালী, কিন্তু শক্তিমান হিচাপে ওলাই অহাৰ লগে লগে শ্বাহৰুখৰ পিছফালে পাঠান, ছলমানৰ পিছফালে ভাইজান, অজয়ৰ পিছফালে সিংহাম আৰু অক্ষয়ৰ পিছফালে হেৰা ফেৰী টেগ লাইন হে দেখা পাব। শক্তিমান হিচাপে কোনো নাহে।

মুকেশ খান্নাই লগতে ইয়াকো কয়, ‘কাৰো শালীনতা নাথাকিব। তেওঁলোক শক্তিশালী হ’ব নোৱাৰে। মই এনেকুৱা এজনক এই চৰিত্ৰৰ বাবে বিচাৰো যাৰ ইমান ডাঙৰ ইমেজ হোৱা নাই। মই এই চৰিত্ৰত এই কাৰণে ফিট হৈছিলো, কাৰণ তাৰ পূৰ্বে মোৰ কোনো অন্য ভাবমূর্তি নাছিল আৰু ই শক্তিমানক আগুৱাই যোৱাত সহায় কৰিছিল৷

মানুহে কয় যে এয়া মোৰ ভুল ধাৰণা আৰু যিকোনো এজন ভাল অভিনেতাই যিকোনো চৰিত্ৰত অভিনয় কৰিব পাৰে। মই বিশ্বাস কৰোঁ যে এজন অভিনেতা যিমানেই ভাল নহওক কিয়, তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিব পাৰে, কিন্তু শক্তিমান কেৱল এটা ভূমিকা নহয়। শক্তিমান হ’বলৈ হ’লে অভিনেতা হোৱাটোৱেই যথেষ্ট নহয়, ইয়াৰ বাবে সঠিক চেহেৰাৰো প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian ActorIndian HeroMukesh KhannaSakshay kumarSaktimanSalman Khansharukh khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
বিজেপিত মোক্ষম আঘাত, মাথো ৩ টা ভোটৰ ব্যৱধানত দিল্লীত আপৰ জয়

বিজেপিত মোক্ষম আঘাত, মাথো ৩ টা ভোটৰ ব্যৱধানত দিল্লীত আপৰ জয়

কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.