• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

2 years ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

58 minutes ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

3 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

3 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

3 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

4 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

4 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

5 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

5 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

6 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

7 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

7 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

editor by editor
November 14, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব
0
SHARES
624
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

সকলো পূৰ্ণিমাৰ ভিতৰত কাতি মাহৰ পূৰ্ণিমা তথা কাৰ্তিক পূৰ্ণিমাক আটাইতকৈ ডাঙৰ পূৰ্ণিমা বুলি গণ্য কৰা হয়। ২০২৪ চনত কাৰ্তিক পূৰ্ণিমা ১৫ নৱেম্বৰ কাইলৈ শুকুৰবাৰে পৰিছে।

এই পূৰ্ণিমাৰ দিনটোতে ভগৱান শিৱই ত্ৰিপুৰাসুৰৰ তিনি পুত্ৰক বধ কৰিছিল এই বিশেষ দিনটোত দেৱতাসকলে কাশীত দীপাৱলী পালন কৰি স্নান কৰিছিল।

মান্যতা অনুসৰি এই বিশেষ পূৰ্ণিমাৰ দিনা সকলো নদীতে দেৱ-দেৱতাই বাস কৰে। যাৰ বাবে এই কাৰ্তি পূৰ্ণিমাৰ দিনা নদীত গা ধোৱাটো অতিকে পবিত্ৰ বুলি বিশ্বাস কৰা হয়।

কিন্তু বহু অনুবিধাৰ বাবে বহু লোকে নদীত গা ধুবলৈ যাব নোৱাৰে, তেনে লোকে ঘৰতে গা ধোৱা পানীত গংগা পানী মিহলাই লব পাৰে। তেনে কৰিলেও সুফল পোৱা যায় বুলি বিশ্বাস।

পবিত্ৰ পানীৰে গা ধোৱাৰ লগতে কাৰ্তিক পূৰ্ণিমাৰ দিনা তুলসী পূজা কৰি পানী আগবঢ়াওক, আহত গছ পূজা কৰক, শিৱলিংগক পূজা কৰি পানী আগবঢ়াওক, লগতে চন্দ্ৰক উদ্দেশ্য কৰি পানী আগবঢ়াওক।

কাৰ্তিক পূৰ্ণিমাৰ দিনটোত সুখ আৰু সমৃদ্ধিৰ বাবে এই দিনটোত পবিত্ৰ পানীৰে গা ধুবলৈ নাপাহৰিব, দেৱতাৰ আশীৰ্বাদ চিৰদিন থাকিব।

গা ধোৱাৰ লগতে এই দিনটোত দান-দক্ষিণাৰো গুৰুত্ব অতিশয় বেছি। কাৰ্তিক পূৰ্ণিমাৰ দিনা নিশ্চয়কৈ দান দিব। এই দিনটোত খাদ্য দান আৰু কাপোৰ দানৰ বিশেষ তাৎপৰ্য আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyFull MoonKartick PurnimaKati mahina Full MoonPurnima
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?
বিনোদন

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
Next Post
দৈনিক ৰাশিফল- আজি কাৰ্তিক পূৰ্ণিমাত দেৱ দীপাৱলী লগতে গজকেশৰী যোগ, কাৰ ভাগ্যত কি !

দৈনিক ৰাশিফল- আজি কাৰ্তিক পূৰ্ণিমাত দেৱ দীপাৱলী লগতে গজকেশৰী যোগ, কাৰ ভাগ্যত কি !

ৰাজ্যত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ, উখল-মাখল হাউলী-নলবাৰীৰ পৰা আৰম্ভ কৰি মাজুলীলৈ

ৰাজ্যত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ, উখল-মাখল হাউলী-নলবাৰীৰ পৰা আৰম্ভ কৰি মাজুলীলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.