• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

44 minutes ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

1 hour ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

1 hour ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

4 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

5 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

5 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

6 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

7 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

20 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

21 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

22 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
November 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাৰ বিচাৰত নৱেম্বৰৰ তৃতীয় সপ্তাহত কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব জানেনে? নৱেম্বৰ ২০২৪ সোমবাৰৰ পৰা ২৪ নৱেম্বৰ ২০২৪ দেওবাৰ পৰ্যন্ত নতুন সপ্তাহত কুম্ভ ৰাশিত মাৰ্গীদশাত থাকিব শনি৷ ইয়াৰোপৰি এই সময়ত বৃশ্চিক ৰাশিত সূৰ্য আৰু বুধৰ গোচৰৰ ফলত গঠিত হয় বুধাদিত্য ৰাজযোগ৷ ইয়াৰ সৈতে আগন্তুক সপ্তাহত নিজৰ উচ্চস্থ ৰাশি বৃষত আহি গৌৰী যোগ গঠন কৰিব চন্দ্ৰই৷ জ্যোতিষ গণনাই কৈছে যে এই যোগে কোনো কোনো ৰাশিৰ জাতকক আৰ্থিক উন্নতিৰ শিখৰলৈ লৈ যাব৷ জানি থওক আগন্তুক সপ্তাহত কোন কোন ৰাশিৰ জাতকৰ ফুলিব কঁপাল৷

মিথুন ৰাশি

নৱেম্বৰৰ এই সপ্তাহত সুখ আৰু সৌভাগ্য বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নিজৰ সকলো কাম পৰিকল্পনামনে সময়ত ভিতৰতেই সম্পূৰ্ণ কৰিব পাৰিব৷ কোনো মঙ্গলময় কামেৰে সপ্তাহটো আৰম্ভ কৰিব৷ ব্যৱসায়ীসকলে কাঙ্খিত সাফল্য পাব৷ নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব৷ বিদেশত কেৰিয়াৰ গঢ়াৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

নিজৰ কামৰ পথত থকা সকলো বাধা দূৰ কৰি সফলতাৰ পথেৰে আগুৱাই যাব কৰ্কট ৰাশিৰ জাতক৷ নিজৰ বুদ্ধি আৰু দক্ষতা কামত লগাই সকলো বাধা উফৰাবলৈ সক্ষম হ’ব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ কাৰ্যালয়ত ছিনিয়ৰসকলে আপোনাৰ কামত প্ৰশংসা কৰিব৷ যি প্ৰমোছনৰ বাবে আপুনি ইমান দিনে অপেক্ষা কৰি আছিল সেয়া লাভ কৰিব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহৰ আৰম্ভণিতেই কোনো সুখবৰ পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ সংসাৰত এই সময়ত সুখৰ পৰিবেশ থাকিব৷ পৰিয়ালৰ কোনো সদস্যই বৃহৎ সাফল্য পাব পাৰে৷ চাকৰিয়াল জাতকে এই সময়ত ভাগ্যৰ সহায় পাব৷ ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকে কোনো বৃহৎ দায়িত্ব পাব পাৰে৷ নতুন বাহন ক্ৰয়ৰ ইচ্ছা থাকিলে এই সময়ত পূৰণ হ’ব৷

মকৰ ৰাশি

১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সাফল্যৰে ভৰপুৰ হৈ উঠিব মকৰ ৰাশিৰ জাতক৷ আগন্তুক সপ্তাহত আপুনি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব৷ মাটি বা ঘৰ কিনাৰ সপোন বিক্ৰি কৰাৰ ইচ্ছা পূৰণ হ’ব৷ পাৰিবাৰিক সম্পত্তিক লৈ কোনো সমস্যা থাকিলে এই সময়ত দূৰ হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব৷

মীন ৰাশি

নৱেম্বৰৰ এই সপ্তাহত সৌভাগ্য উজলি উঠিব মীন ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই কোনো বিশেষ ব্যক্তিৰ সহায়ত সকলো সমস্যাৰ সমাধান হ’ব৷ পৰিয়ালৰ মাজত কোনো সমস্যা থাকিলে এই সময়ত দূৰ হ’ব৷ সপ্তাহৰ মাজতেই কোনো সুসংবাদ আহিব৷ পৰিয়ালৰ সৈতে কৰোবাত ফুৰিবলৈ যোৱাৰ প্লেন কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
Next Post
হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

হৃদয়বিদাৰক... ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.