• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

1 year ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

2 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

2 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

3 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

4 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

20 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

21 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

22 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

22 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

24 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 day ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

হৃদয়বিদাৰক... ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

editor by editor
November 16, 2024
in জীৱনশৈলী, ভাৰত
0
হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰপ্ৰদেশৰ ঝাঞ্চি মেডিকেল কলেজত ভয়াৱহ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত অন্তত ১০জন শিশুৰ মৃত্যু হৈছে বুলি জনা গৈছে৷ প্ৰাথমিক অনুমান যে শ্বৰ্ট ছাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সুত্ৰপাত৷ বৰ্তমানলৈকে ৪৪গৰাকী সদ্যোজাতক উদ্ধাৰ কৰা হৈছে বুলি জনা গৈছে৷

শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হৈছে মহাৰাণী লক্ষ্মীবাঈ মেডিকেল কলেজত৷ দুৰ্ঘটনাত গভীৰ শোকপ্ৰকাশ কৰিছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে মেডিকেল কলেজৰ নিউনেটাল ইনছেনটিভ কেয়াৰ ইউনিটত শুকুৰবাৰে নিশা এই জুই লাগে৷ ধোঁৱাই আৱৰি ধৰে চৌপাশ৷ লগে লগেই আৰম্ভ হয় দৌৰাদৌৰি৷ অগ্নিনিৰ্বাপক বাহিনী অহাৰ পূৰ্বে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে ৱাৰ্ডৰ কাঁচ ভাঙি শিশুসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে৷ কিছুসময়ৰ পাছতেই সেই স্থানত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়৷ ঝাঞ্চিৰ জিলাপ্ৰশাসক অবিনাশ কুমাৰে কয়, ‘নিশা ১০ বাজি ৩৫ মিনিটত এই জুই লাগিছে৷ শিশুসকলৰ দুটা ইউনিটৰ মাজত এটাত জুই লাগে৷ সম্ভৱত শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই লাগিছে৷ ৪৪টা শিশুক নিৰাপদে বাহিৰ কৰি অনা হৈছে৷’ উদ্ধাৰ কৰা ৪৪ টা শিশুৰ মাজত ১৬জনৰ অৱস্থা অতি সংকটজনক৷ আটাইকেইটা শিশুৱে এতিয়া অন্য হাস্পতালত চিকিৎসাধীন হৈ আছে৷

হাস্পতালতেই কান্দোনত ভাঙি পৰিছে মৃতকৰ পৰিয়াল৷ দুৰ্ঘটনাত মৃত শিশুৰ পৰিয়ালক সমবেদনা জনাইছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাতে৷ এক্স হেণ্ডেলত তেওঁ লিখিছে, ‘ঝাঞ্চিৰ মেডিকেল কলেজত হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা শিশুসকলৰ মৃত্যুৰ ঘটনা মৰ্মান্তিক আৰু হৃদয়বিদাৰক৷ আহত শিশুসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো৷’ ইতিমধ্যেই চৰকাৰৰ তৰফৰ পৰা মৃত শিশুৰ পৰিয়াললৈ ৫লাখৰ ক্ষতিপূৰণ ঘোষণা কৰিছে যোগী চৰকাৰে৷ আহতসকলকো ৫০ হাজাৰকৈ দিয়া হ’ব৷

এই অগ্নিকাণ্ডৰ ঘটনা চকুৰ সন্মুখতে দেখা কেইবাগৰাকীও ব্যক্তিয়ে সংবাদমাধ্যমৰ আগত মুখ খুলিছে৷ নিজ সন্তানক চকুৰ সন্মুখতে শেষ হৈ যোৱা দেখিছে পিতৃ-মাতৃয়ে৷ কেনেকৈ আইচিইউৰ গ্লাছ ভাঙি শিশুসকলক উদ্ধাৰ কৰিছে পিতৃ-মাতৃয়ে সেই কথাও প্ৰকাশ কৰিছে সংবাদমাধ্যমৰ সন্মুখত৷

লেলিহান জুইৰ শিখাই আৱৰি ধৰা আইচিউতেই কুলদীপ নামৰ এজন ব্যক্তিয়ে নিজৰ সন্তানক উদ্ধাৰৰ বাবে সোমাই গৈছিল৷ তাতেই তেওঁ এটা দুটাকৈ কেইবাটাও শিশুক জুইৰ বাহিৰলৈ ওলিয়াই আনে৷ অন্য শিশুসকলক উদ্ধাৰ কৰি থাকোতেই নিজৰ সন্তানকেই হেৰুৱাই পেলাই কুলদ্বীপে৷

কুলদ্বীপে এই সন্দৰ্ভত কয়, ‘মোৰ সন্তানক মই ৰক্ষা কৰিব নোৱাৰিলো৷ মোৰ পত্নী আৰু মা বিধ্বস্ত হৈ পৰিছে৷ মই ক্ৰন্দনৰত শিশুসকলক দেখি ৰৈ থাকিব নোৱাৰি উদ্ধাৰত নামি পৰিছিলো৷ এজন চিকিৎসকে মোক এনেকৈ জুইৰ মাজত সোমাই যোৱা দেখি ওলাই আহক বুলি কৈছিল৷ তেতিয়া মই চিকিৎসকক কৈছিলো আপোনাৰ সন্তান হ’লে এনেকৈ মৰিবলৈ এৰি দিব পাৰিলেহেতেননে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
Next Post
SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

বিয়াৰ বতৰতেই ভাল খবৰ! ৪০০০ টকালৈকে কমিল সোণৰ দাম! কমিছে ৰূপৰ দামো

বিয়াৰ বতৰতেই ভাল খবৰ! ৪০০০ টকালৈকে কমিল সোণৰ দাম! কমিছে ৰূপৰ দামো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.