• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্দিক পাণ্ডিয়াৰ এণ্ট্ৰি বেলেগ এটা দলত, সেই দলৰ কেপ্টেইন ভাতৃ ক্ৰুণাল পাণ্ডিয়া

হাৰ্দিক পাণ্ডিয়াৰ এণ্ট্ৰি বেলেগ এটা দলত, সেই দলৰ কেপ্টেইন ভাতৃ ক্ৰুণাল পাণ্ডিয়া

2 years ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

58 minutes ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

2 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

2 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

3 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

4 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

4 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

5 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

5 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

8 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰ্দিক পাণ্ডিয়াৰ এণ্ট্ৰি বেলেগ এটা দলত, সেই দলৰ কেপ্টেইন ভাতৃ ক্ৰুণাল পাণ্ডিয়া

editor by editor
November 20, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
হাৰ্দিক পাণ্ডিয়াৰ এণ্ট্ৰি বেলেগ এটা দলত, সেই দলৰ কেপ্টেইন ভাতৃ ক্ৰুণাল পাণ্ডিয়া
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰ্দিক পাণ্ডিয়াৰ এণ্ট্ৰি বেলেগ এটা দলত, সেই দলৰ কেপ্টেইন ভাতৃ ক্ৰুণাল পাণ্ডিয়া

হাৰ্দিক পাণ্ডিয়াক সদ্যহতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ চিৰিজত খেলা দেখা গৈছিল। অৱশ্যে এই চিৰিজত হাৰ্দিকৰ প্ৰদৰ্শন বৰ এটা উন্নত নাছিল। যাৰ বাবে এতিয়া ঘৰুৱা ক্ৰিকেট খেলিবলৈ ওলাইছে হাৰ্দিক।

এইবাৰ ৰেড বলৰ সলনি হোৱাইট বলত খেলা দেখা যাৰ ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰগৰাকীক। ছৈয়দ মুস্তাক আলী ট্ৰফি টুৰ্নামেণ্টত খেলা দেখা যাব হাৰ্দিকক।

উল্লেখ্য যে, অহা ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হব ছৈয়দ মুস্তাক আলী ট্ৰফি ২০২৪। এই টুৰ্নামেণ্টত বহু বিৰতিৰ পাছত খেলিব হাৰ্দিকে। লগতে ৪ বছৰৰ মূৰকত বৰোডা দলত অংশ লব হাৰ্দিকে। হাৰ্দিক অহাৰ পাছতে এতিয়া বৰোডা দল শক্তিশালী হৈ পৰিছে।

বিশেষ কথা যে, এ দলটোৰ অধিনায়ক হাৰ্দিকৰ জ্যেষ্ঠ ভাতৃ ক্ৰুণাল পাণ্ডিয়া। যাৰ ফলত এতিয়া পুনৰ একেখন খেলপথাৰত একেটা দলত খেলিব দুই ভাতৃয়ে। শেষ বাৰৰ বাবে হাৰ্দিকে ২০২৬ চনত এই ছৈয়দ মুস্তাক আলী ট্ৰফি টুৰ্নামেণ্ট খেলিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketHardick BrotherHardick PandiyaIndian CricketKrunal Pandya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী
জীৱনশৈলী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

August 10, 2026
Next Post
জানেনে, আপুনি চিনি পোৱা এ আৰ ৰহমান পূৰ্বে আছিল দিলীপ কুমাৰ, নাম সলনিৰ পাছৰ কাহিনী কি

জানেনে, আপুনি চিনি পোৱা এ আৰ ৰহমান পূৰ্বে আছিল দিলীপ কুমাৰ, নাম সলনিৰ পাছৰ কাহিনী কি

‘শ্ৰীভূমি’ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

'শ্ৰীভূমি'ত আনন্দ উল্লাহ, বহু বছৰৰ মূৰকত পূৰণ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ণনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.