• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমবয়সীয়াসকলৰ মাজত বাঢ়িছে কলনৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

কমবয়সীয়াসকলৰ মাজত বাঢ়িছে কলনৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

1 year ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

13 minutes ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

31 minutes ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

56 minutes ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

1 hour ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

2 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

2 hours ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

3 hours ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

18 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

19 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

19 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

20 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কমবয়সীয়াসকলৰ মাজত বাঢ়িছে কলনৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

কমবয়সীয়াসকলৰ মাজত বাঢ়িছে কলনৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

editor by editor
November 22, 2024
in জীৱনশৈলী
0
কমবয়সীয়াসকলৰ মাজত বাঢ়িছে কলনৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?
0
SHARES
401
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলন কেনছাৰ মূলত মাজবয়সীয়া বা বেছি বয়সীয়া ব্যক্তিৰ মাজত দেখা যায়৷ কিন্তু আজিকালি কমবয়সীয়া লোকৰ মাজতো এই ৰোগ বৃদ্ধি পাইছে৷ প্ৰাথমিকভাৱে কলনৰ ভিতৰত উপবৃদ্ধিয়েই কলন কৰ্কটৰ প্ৰাথমিকতা৷ সময়ৰ সৈতে এই উপবৃদ্ধিসমূহ কৰ্কটলৈ ৰূপান্তৰিত হয়৷ মলদ্বাৰত সংক্ৰমণ, মলত্যাগৰ সময়ত তীব্ৰ যন্ত্ৰণা বা ৰক্তপাতৰ দৰে সমস্যাসমূহল কলনৰ কৰ্কটৰ লক্ষণ৷

সম্প্ৰতি টাইৱানৰ সৈতে গুঙ্গ মেমোৰিয়েল হাস্পতালে কৰা এক সমীক্ষা অনুসৰি, কমবয়সীয়াসকলৰ ভিতৰত কলন কৰ্কটৰ হাৰ ৩.২শতাংশ হাৰ বাঢ়িছে৷ সমীক্ষাত দেখা গৈছে যে ৫০ বছৰৰ তলৰ লোকসকলৰ কলন কৰ্কট বৃদ্ধি পাইছে৷  কি কি উপসৰ্গই দেখা দিলে আপুনি সতৰ্ক হ’ব? কি কি উপসৰ্গৰ কথা কৈছে চিকিৎসকে?

১. দিনত কিমানবাৰ মলত্যাগৰ প্ৰয়োজন অনুভূত হয়, হঠাৎ তাৰতম্য ঘটিছে নেকি সেই বিষয়ত নজৰ দিয়ক৷ কাৰণ এয়া কলনৰ কৰ্কটৰ অন্যতম লক্ষণ৷
২. হঠাৎ বমি বমি ভাৱ, ওজন কমি যোৱা আদিও কলন কৰ্কটৰ লক্ষণ হ’ব পাৰে৷
৩. কলন কৰ্কট হোৱা ৰোগীসকলে মলত্যাগৰ সময়ত যন্ত্ৰণা অনুভৱ কৰে৷ মলত্যাগৰ পাছতো মল ৰৈ যোৱা যেন অনুভৱ কৰে৷ এয়াও কলন কৰ্কটৰেই উপসৰ্গ৷
৪. মলদ্বাৰৰ ৰক্তপাত কলন কৰ্কটৰ অন্যতম প্ৰধান লক্ষণ৷ অৰ্শ্বৰ সমস্যাতো মলদ্বাৰেৰে ৰক্তপাত হয়৷ এই ৰক্তপাতৰ মাজতো আছে তাৰতম্য৷ অৰ্শ্ব ৰোগীসকলৰ ক্ষেত্ৰত যি ৰক্তপাত হয় সেয়া সাধাৰণতে ৰঙা হয়৷ কলন কৰ্কটত হোৱা ৰক্তপাত অলপ ক’লা ৰঙৰ হয়৷ কলা ৰঙ দেহৰ আভ্যন্তৰৰ পৰা নিৰ্গত ৰক্তৰ সূচক৷
৫. তলপেটৰ বিষো কলন কৰ্কটৰ অন্যতম মুখ্য এটা উপসৰ্গ৷
৬. কলন কৰ্কটত যিহেতু অন্ত্ৰৰ পৰা ৰক্তপাত হয় সেয়ে তেজৰ কমি হ’ব পাৰে৷ যাৰ ফলত আপুনি ক্লান্ত অনুভৱ কৰিব৷
চিকিৎসকৰ মতে স্বাস্থ্যকৰ খাদ্য, নিয়মিত শৰীৰচৰ্চা, মদ্যপান আৰু ধূমপানৰ অভ্যাস ত্যাগ, ৰেড মিট খোৱাৰ ওপৰত নিয়ন্ত্ৰণ আনিলে আপুনি এই ৰোগৰ পৰা কিছু উপশম পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ
জীৱনশৈলী

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

May 6, 2026
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
জীৱনশৈলী

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

May 6, 2026
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে
জীৱনশৈলী

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

May 6, 2026
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?
জীৱনশৈলী

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

May 6, 2026
Next Post
ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.