• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

1 year ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

16 minutes ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

1 hour ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 hour ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

21 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

24 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

editor by editor
November 22, 2024
in জীৱনশৈলী, বিবিধ
0
ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত ৫জি পৰিসেৱা আৰম্ভ হৈছে৷ বহুতেই ৫ জি ফোনো ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে৷ মূলত ইণ্টাৰনেট স্পীড বঢ়োৱাই এই সেৱাৰ মূল উদ্দেশ্য৷ কিন্তু ৫জি পৰিসেৱা পায়ো এতিয়া অসন্তুষ্ট বহু গ্ৰাহক৷ ধীৰ গতিৰ ইণ্টাৰনেটৰ বাবে আহুকালে দেখা দিছে বহু গ্ৰাহকৰ কামকাজত৷ কিন্তু ইণ্টাৰনেট স্পীড কেনেকৈ বঢ়াব?

ফোনত বহু এপ একেলগে খুলি থয় নেকি?

বহুতেই ফোন ব্যৱহাৰ কৰোতে একেলগে বহুকেইটা এপ খুলি লয়৷ এনেদৰে এপ খুলি থলে বহু ডাটা কাট খাই৷ যাৰবাবে অচিৰেই ইণ্টাৰনেট সেৱা কাট খায়৷ সেয়ে ইণ্টাৰনেটৰ স্পীড বেছিকৈ পাবলৈ হ’লে প্ৰথমে প্ৰয়োজনীয় এপটোহে খুলি ল’ব লাগে৷

এয়াৰপ্লেন মুড

যদি ইণ্টাৰনেট স্পীডে কাম নকৰে তেন্তে ফোনৰ নেটৱৰ্ক ৰি ষ্টাৰ্ট কৰিলে এই সমস্যাৰ সমাধান পাব৷ ইয়াৰ বাবে ফোনৰ চেটিংছ পেনেলত গৈ ‘এয়াৰপ্লেন মুড’ দি আকৌ অন কৰক৷ তেনেকৈ কৰিলে ইণ্টাৰনেট স্পীড বৃদ্ধি পায়৷

নেটৱৰ্ক ছেটিংছ ৰিছেট কৰিব

নেটৱৰ্ক ছেটিংছ ৰি ষ্টাৰ্ট কৰিবলৈ পোনতে ৰি ছেট অপশ্ব্যনত গৈ ক্লিক কৰিব৷ তাৰপাছতেই ৰি ছেট মোবাইল নেটৱৰ্ক অপশ্ব্যনত ক্লিক কৰিব৷ ইয়াৰ পাছতেই ফোন ৰি ষ্টাৰ্ট হৈ গ’লে ইণ্টাৰনেট স্পীড বৃদ্ধি পায়৷

নেটৱৰ্ক ছিলেকছন কৰক

নেটৱৰ্ক ছিলেকছনত গৈ আপোনাৰ ফোনত ৫ জি সেৱাত ক্লিক কৰিছেনে সেয়া পৰীক্ষা কৰক৷ নকৰিলে ছেটিংছত গৈ প্ৰথমে চাই লওক আপোনাৰ ফোনটোত ৫ জি সেৱাৰ সুবিধা আছেনে! যদি আছে তাত ক্লিক কৰি অপেন কৰক৷

ফোন ৰি-ষ্টাৰ্ট কৰক

দীৰ্ঘসময় ধৰি জৰুৰী কিবা পিডিএফ ডাউনলোড কৰাৰ চেষ্টা কৰিছে, কিন্তু ইণ্টাৰনেট স্পীড কমি যোৱাৰ বাবে এয়া সম্ভৱ হোৱা নাই তেন্তে ফোনটো এবাৰ ৰি ষ্টাৰ্ট কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

April 30, 2026
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

April 30, 2026
Next Post
ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.