• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

2 years ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

30 minutes ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

1 hour ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

2 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

3 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

3 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

4 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

6 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

6 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

7 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

8 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

8 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

editor by editor
November 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যক্তিৰ আৰ্থিক পৰিস্থিতিৰ ওপৰত গ্ৰহৰ বিশেষ প্রভাৱ থাকে৷ নৱগ্ৰহৰ মাজত অন্যতম হৈছে শুক্ৰ৷ এই গ্ৰহ মজবুত থাকিলে ব্যক্তিৰ জীৱনত সুখ, সমৃদ্ধি, অৰ্থ, বৈভৱ আৰু বিলাসিতাৰে পৰিপূৰ্ণ হৈ থাকে৷ কোষ্ঠীৰ সঠিক কক্ষত শুক্ৰই অৱস্থান কৰিলে ব্যক্তিৰ জীৱন আনন্দেৰে ভৰপুৰ হয়৷ আনকি তেনে ব্যক্তিৰ মানসিক, আৰ্থিক আৰু স্বাস্থ্যজনিত সমস্যাও নাথাকে৷

কিন্তু শুক্ৰ দুৰ্বল হ’লে ব্যক্তিৰ জীৱনত নানান সমস্যাই দেখা দিয়ে৷ আনকি লক্ষ্মীও ৰুষ্ট হয়৷ সেয়ে লক্ষ্মীক তুষ্ট ৰখাৰ বাবে শুক্ৰ মজবুত হোৱাটো জৰুৰী৷ আপোনাৰ কোষ্ঠীত শুক্ৰৰ পৰিস্থিতি কেনে জানিবলৈ এইকেইটা সহজ উপায় আপুনি অৱলম্বন কৰিব পাৰে৷ জ্যোতিষ অনুসৰি দৈনন্দিন জীৱনত এনে কিছু ইংগিত পোৱা যায়৷ শুক্ৰৰ মজবুত আৰু দুৰ্বল পৰিস্থিতি সম্পৰ্কে তাৰ পৰাই জানিব পাৰিব৷

শুক্ৰ দুৰ্বল হোৱাৰ ইংগিত

যি ব্যক্তিৰ কোষ্ঠীত শুক্ৰ মজবুত নহয় তেওঁলোকৰ চালৰ সমস্যা থাকে৷

শুক্ৰ দুৰ্বল ব্যক্তিৰ দাম্পত্য জীৱনত সুখ নাথাকে৷ বিবাহৰ পাছতো অন্যৰ সৈতে সম্পৰ্কত যুক্ত থাকে এনে ব্যক্তি৷

জ্যোতিষ অনুসৰি দুৰ্বল শুক্ৰৰ ব্যক্তি সন্তান সুখৰ পৰা বঞ্চিত হয়৷ ব্যক্তিৰ বীৰ্য দোষ থাকে৷

দুৰ্বল শুক্ৰ ব্যক্তিৰ প্ৰেম জীৱন সফল নহয়৷

ইয়াৰোপৰি চকু, অন্ত্ৰ, ভৰি, কিডনি, মধুমেহৰ সমস্যা প্ৰায়ে হৈ থাকে৷

যি ব্যক্তিৰ জন্মছকত শুক্ৰ দুৰ্বল তেওঁলোকে ধন, সুখ, বিলাসিতাৰ পৰা বঞ্চিত হয়৷ এওঁলোকৰ আত্মবিশ্বাৰ দুৰ্বল হয়৷ যশ আৰু কীৰ্তি লাভৰ পৰাও এওঁলোক বঞ্চিত৷

শুক্ৰ কেনেকৈ মজবুত কৰিব?

পৰিস্কাৰ পৰিচ্ছন্নতা বজায় ৰাখিলে শুক্ৰৰ কৃপা লাভ সম্ভৱ৷

ব্যক্তিগত পৰিচ্ছন্নতাৰ বিষয়ে সজাগ হ’ব লাগে৷

সুগন্ধইয়ো শুক্ৰক মজবুত কৰিব পাৰে৷ সেয়ে পাৰফিউমত শুক্ৰ আকৃষ্ট হয়৷ ইয়াৰোপৰি ঘৰত সুগন্ধি ছটিয়াই ৰাখিলে শুক্ৰ তুষ্ট হয়৷

জীৱনসংগীক সন্মান কৰিলে, তেওঁলোকক আনন্দেৰে ৰাখিলে শুক্ৰৰ প্ৰভাৱ বৃদ্ধি পায়৷ ইয়াৰোপৰি ঘৰত মাতৃ,ভগ্নী, শিশুৰ সুখৰ দিশত নজৰ দিব লাগে৷

শুক্ৰবাৰে উপবাস কৰিলেও শুক্ৰ সবল হয়৷ পুজাৰ সমত শুং শুক্ৰাই নমঃ বা ওম দ্ৰাং দ্ৰীং দ্ৰৌং সঃ শুক্ৰাই নমঃ মন্ত্ৰ জপ কৰক৷

দৈ, গাখীৰ, চাউল, চেনী, মৌ খালেও শুক্ৰ মজবুত হয়৷

শুক্ৰবাৰে পুজাৰ অন্তত দৰিদ্ৰ ব্ৰাহ্মণক বগা পোছাক, সুগন্ধি বস্তু, আঁতৰ দান কৰক৷

কোনো জ্যোতিষৰ পৰামৰ্শ লৈ ওপাল বা হীৰা ধাৰণ কৰিলেও শুক্ৰ মজবুত হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
Next Post
শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে পাব শ্ৰী কৃষ্ণৰ আশীৰ্বাদ

শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে পাব শ্ৰী কৃষ্ণৰ আশীৰ্বাদ

চিকিৎসকে কৈছিল সকলো শেষ, কিন্তু শেষযাত্ৰাত সাৰ পাই উঠিল, তাৰপিছত?

চিকিৎসকে কৈছিল সকলো শেষ, কিন্তু শেষযাত্ৰাত সাৰ পাই উঠিল, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.