• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰ মানেই শনিৰ দশা নহয়, কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?

শনিবাৰ মানেই শনিৰ দশা নহয়, কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?

2 years ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

30 minutes ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

1 hour ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

2 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

4 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

4 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

5 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

6 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

7 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

8 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

8 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

9 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰ মানেই শনিৰ দশা নহয়, কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?

শনিবাৰ মানেই শনিৰ দশা নহয়, কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?

editor by editor
November 23, 2024
in জীৱনশৈলী
0
শনিবাৰ মানেই শনিৰ দশা নহয়, কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰৰ দিনটোত শনিৰ বেয়া দৃষ্টিয়েই থাকিব তেনে নহয়৷ আজিৰ দিনটোও ভালকৈ কটাব কেইটামান ৰাশিৰ জাতকে৷ কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ জানি থওক৷

মেষ ৰাশি

পঢ়াশুনাত ভাল সুযোগ আহিব৷ পিতৃ-মাতৃৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব৷ নতুন কামৰ সন্ধান পাব৷ প্ৰতিবাদী মনোভাৱে কৰ্মস্থানত সন্মান বৃদ্ধি পাব৷ সন্তানৰ সৈতে সম্পৰ্ক ভাল হ’ব৷ স্বৰ্ণ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত অৱশ্যে কিন্তু দুঃচিন্তা থাকিব৷ ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰখাই শ্ৰেয়৷ অতিৰিক্ত ক্ৰোধে কামত ব্যাঘাত জন্মাব৷ পুলিছি কোনো সমস্যা থাকিলে আজি দূৰ হ’ব৷

বৃষ ৰাশি

কোনো ভুল কামৰ বাবে আজি অনুতপ্ত হ’ব৷ দিনজুৰি ব্যৱসায় ভাল চলিলেও পাছত জটিলতাই দেখা দিব পাৰে৷ সম্পত্তি কিনাবেছাৰ বাবে শুভ সময়৷ যানবাহনত যাতায়াত কৰোতে সতৰ্ক থাকক৷ উপাৰ্জনৰ ভাগ্য ভাল আৰু আৰ্থিক উন্নতি বৰ্তি থাকিব৷ অযথা কোনো বিবাদত সোমাই নপৰিব৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ নিজৰ সমস্যাৰ কথা কাকো নোকোৱাই ভাল হ’ব৷ কাৰোবাক উপকাৰ কৰিব পাৰে৷

মিথুন ৰাশি

কৰ্মক্ষেত্ৰত দায়িত্ব পালনক লৈ সমস্যা হ’ব পাৰে৷ নিজৰ চিকিৎসাত বহু অৰ্থ ব্যয় হ’ব পাৰে৷ ভ্ৰমণৰ পৰিকল্পনাত বাধা আহিব৷ প্ৰেমত কোনো সমস্যা থাকিলে দূৰ হ’ব৷ ব্যয়ৰ প্ৰতি নজৰ ৰাখক৷ শৰীৰত বিভিন্ন ৰোগৰ উপদ্ৰৱ বাঢ়িব পাৰে৷ স্বামীৰ সৈতে মতবিৰোধ দূৰ হ’ব৷ সন্তানৰ সুবুদ্ধিৰ উদয় হ’ব৷ দীৰ্ঘদিনৰ অসুখ থাকিলে মুক্তি পাব পাৰে৷

কৰ্কট ৰাশি

কৰ্মক্ষেত্ৰত বৈৰী মনোভাৱ ত্যাগ কৰাই ভাল৷ তৰ্ক বিতৰ্কত সোমাই পৰিব পাৰে৷ স্নেহভাজন কাৰো তৈয়া বিবাদ হ’ব পাৰে৷ প্ৰেমত ভাগ্য খুলিব৷ ব্যৱয়াসত জটিলতা দূৰ হ’ব৷ ঘৰলৈ অতিথিৰ আগমন হ’ব পাৰে৷ ঋণ পৰিশোধ কৰাৰ বাবে সঞ্চয়ত ব্যাঘাত জন্মিব৷ পিতৃ মাতৃৰ সৈতে অকাৰণতে বিবাদ হ’ব পাৰে৷ সন্তানৰ চাকৰিপ্ৰাপ্তিৰ যোগ আছে৷ বন্ধুৰ সৈতে বিবাদ হ’ব পাৰে৷

সিংহ ৰাশি

কৰ্মস্থানত দূৰ্ঘটনাৰ পৰা সাবধানে থাকক৷ সংসাৰত সংযত হৈ থাকক৷ সন্তানক লৈ কিছু চিন্তা থাকিব পাৰে৷ কৰ্মস্থানত সহকৰ্মীৰ সহায় পাব পাৰে৷ কাৰোবাৰ পৰা দামী উপহাৰ পাব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ উন্নতিৰ যোগ আছে৷ প্ৰেমত আশা৷ বুদ্ধিমান ব্যক্তিৰ সু পৰামৰ্শ কামত লাগিব৷ উপাৰ্জনৰ ভাগ্য ভাল৷ কিন্তু ব্যয়ো থাকিব৷ বিদ্যুৎৰ পৰা সতৰ্ক থাকক৷ ব্যৱসায়ত উন্নতি৷

কন্যা ৰাশি

ব্যৱসায়ত ভাল লাভ হ’ব পাৰে৷ প্ৰতিভা প্ৰকাশৰ সুযোগ পাব৷ দায়িত্ব পালনক লৈ পত্নীৰ সৈতে অশান্তি বাঢ়িব পাৰে৷ শাৰীৰিক দুৰ্বলতাৰ বাবে পঢ়াশুনাত ব্যাঘাত ঘটিব পাৰে৷ কোনো হেৰুওৱা সামগ্ৰী উভতাই পাব পাৰে৷ প্ৰতিবেশীয়ে আপোনাক সহায়ৰ হাত আগবঢ়াব৷ কামৰ স্থানত চালাকি নকৰাই ভাল৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷

তুলা ৰাশি

উচ্চপদস্থ কোনো ব্যক্তিৰ অনুগত থাকিলে লাভৱান হ’ব৷ প্ৰতিবেশীৰ কাজিয়াত নোহোমাব৷ প্ৰেমত শুভ৷ মিছাৰ আশ্ৰয় ল’লে ধৰা পৰিব৷ সম্পত্তিক লৈ সমস্যা থাকিলে দূৰ হ’ব৷ বন্ধুৰ সৈতে বিবাদ দূৰ হ’ব৷ কঁকালৰ বিষত ভূগিব পাৰে৷ কামৰ চাপত সংসাৰত সময় দিব নোৱাৰিব৷

বৃশ্চিক ৰাশি

প্ৰতিযোগিতামূলক কামত সাফল্যৰ যোগ৷ কু সংগই নিজৰ ক্ষতি কৰিব৷ নজনাকৈ কাৰোবাৰ মনত আঘাত দিব পাৰে৷ অন্যক বচাবলৈ গৈ নিজৰ বৃহৎ ক্ষতি হ’ব পাৰে৷ আত্মীয়ক লৈ দুশ্চিন্তা থাকিব৷ পুৰণি কোনো সমস্যাৰ সমাধান হ’ব৷ নিজৰ প্ৰতিভা প্ৰকাশৰ সুযোগ পাব৷ পিতৃ মাতৃৰ বাবে খৰচ বাঢ়িব পাৰে৷ দুখীয়া মানুহক সহায় কৰি আনন্দ পাব৷ ব্যৱসায়ত সুখবৰ আহিব৷ ৰক্তচাপক লৈ চিন্তা৷

ধনু ৰাশি

কৰ্মত অন্যৰ সহায়ৰ প্ৰয়োজনিয়তা অনুভৱ কৰিব৷ ৰাস্তাঘাটত সাবধানে চলাফিৰা কৰক৷ উচ্চশিক্ষাৰ শুভ যোগ আছে৷ সঞ্চয়ৰ তুলনাত ব্যয় বেছি হ’ব পাৰে৷ পৰিচিত কোনো ব্যক্তি ঘৰলৈ আহিব পাৰে৷ অতিৰিক্ত লোভনীয় সুযোগ আহিলেও এৰাই চলক৷ প্ৰিয়জনৰ আপোনাৰ প্ৰতি ভালপোৱা থাকিব৷ গহনা ব্যৱসায়ীৰ বাবে দিনটো শুভ৷

মকৰ ৰাশি

ভাল কোনো সুযোগ আহিব পাৰে৷ কাৰোপৰা বৃহৎ উপকাৰ পাব৷ হতাশাৰ বাবে শৰীৰ বেয়া হোৱাৰ সম্ভাৱনা৷ মানুহৰ সেৱা কৰি শান্তিলাভ কৰিব৷ নতুন কিছু সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা থাকিব৷ পত্নীৰ সৈতে ভ্ৰমণ কৰিব পাৰে৷ বন্ধুৰ সহায়তাত উপকৃত হ’ব৷ ইচ্ছাপূৰণ হোৱাৰ দিন৷ সন্তানৰ বাবে খৰচ বাঢ়িব পাৰে৷ পিতৃৰ শৰীৰক লৈ চিন্তিত৷

কুম্ভ ৰাশি

ধৰ্মীয় স্থানত দান কৰি শান্তিলাভ৷ কামৰ বাবে ঘৰৰ কোনো বাহিৰলৈ যোৱাক লৈ মনোকষ্ট৷ সংগীত চৰ্চাৰ নতুন ৰাস্তা খুলিব পাৰে৷ পৰিশ্ৰমৰ সুফল পাব৷ কোনো প্ৰতিবেশীৰ দ্বাৰা ব্যৱসায়ত উপকাৰ পাব পাৰে৷ কাৰো প্ৰৰোচনাত হঠাৎ উত্তেজিত নহ’ব৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ অতিৰিক্ত কথাই সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰা দিনটো শুভ৷ খৰচ বৃদ্ধিৰ বাবে সঞ্চয় কমিব৷

মীন ৰাশি

সুবক্তা হিচাপে সুনাম বাঢ়িব৷ প্ৰেমত সতৰ্ক হওক৷ প্ৰতাৰিত হোৱাৰ যোগ আছে৷ মনৰ কথা সঠিক মানুহৰ আগত কওক৷ গুৰুজনাৰ পৰামৰ্শ মানি চলক৷ ঘৰত চুৰি হোৱাৰ আশংকা আছে৷ কৰ্মত জনপ্ৰিয়তা অৰ্জন৷ অৰ্থ ব্যয়৷ দিনজুৰি প্ৰচুৰ পৰিশ্ৰম কৰিব৷ ঘৰত কোনো মাঙ্গলিক কামৰ আয়োজনক লৈ আলোচনা হ’ব পাৰে৷ চকুৰ ৰোগ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব
জীৱনশৈলী

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

June 26, 2026
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

June 26, 2026
Next Post
২৪ বছৰৰ ৰেকৰ্ড ভাঙিল ঝাৰখণ্ডত! মেজিক নম্বৰ অতিক্ৰম ইণ্ডি এলায়েন্সৰ

২৪ বছৰৰ ৰেকৰ্ড ভাঙিল ঝাৰখণ্ডত! মেজিক নম্বৰ অতিক্ৰম ইণ্ডি এলায়েন্সৰ

গৌৰৱে গৌৰৱ কৰিবলৈ বিহালী নাথাকিল কংগ্ৰেছৰ হাতত, বিহালীত বিজেপিৰ বৃহৎ জয়

গৌৰৱে গৌৰৱ কৰিবলৈ বিহালী নাথাকিল কংগ্ৰেছৰ হাতত, বিহালীত বিজেপিৰ বৃহৎ জয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.