• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত কেতিয়া আৰম্ভ হ’ব ৬ জি! ৫ জি সন্দৰ্ভতো সলনি হ’ব বহু

ভাৰতত কেতিয়া আৰম্ভ হ’ব ৬ জি! ৫ জি সন্দৰ্ভতো সলনি হ’ব বহু

2 years ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

1 hour ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

2 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

2 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

3 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

4 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

5 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

6 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

6 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

7 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

8 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

8 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ভাৰতত কেতিয়া আৰম্ভ হ’ব ৬ জি! ৫ জি সন্দৰ্ভতো সলনি হ’ব বহু

editor by editor
November 27, 2024
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতত কেতিয়া আৰম্ভ হ’ব ৬ জি! ৫ জি সন্দৰ্ভতো সলনি হ’ব বহু
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত কেতিয়া আৰম্ভ হ’ব ৬ জি! ৫ জি সন্দৰ্ভতো সলনি হ’ব বহু

টেলিকম সঁজুলি আৰু নেটৱৰ্ক ডিপ্ল’ইমেণ্টৰ আগশাৰীৰ কোম্পানী এৰিক্সনে শেহতীয়াকৈ ৬জি সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ কৰিছে। কোম্পানীটোৱে কয় যে বৰ্তমান বিশ্বই ৫জি ষ্টেণ্ডলোন (Standalone) আৰু ৫জি এডভাঞ্চ (Advanced) ৰ যুগত প্ৰৱেশ কৰিছে।

ইয়াৰ পিছত ৬জিয়ে টেলিকম খণ্ডত এনে পৰিৱৰ্তন আনিব যিয়ে নেটৱৰ্কক ৰূপান্তৰিত কৰিব। এৰিক্সনৰ মতে, যোগাযোগ সেৱা প্ৰদানকাৰী (CSP) সমূহে বৰ্তমান ৫জিক অধিক ফলপ্ৰসূ আৰু ব্যাপক কৰি তুলিবলৈ কাম কৰি আছে।

কেৱল এয়াই নহয়, আজিকালি কোম্পানীসমূহেও চেটেলাইট সংযোগৰ ওপৰত বহুত গুৰুত্ব দিছে, অৰ্থাৎ অতি সোনকালে ভাল নেটৱৰ্ক উপলব্ধ হ’ব আনকি যিবোৰ অঞ্চলত বৰ্তমান সংযোগ ভাল নহয়, সেইবোৰতো ভাল নেটৱৰ্ক হব।

শেহতীয়াকৈ এৰিক্সনে প্ৰকাশ কৰা এক প্ৰতিবেদনত কয় যে ২০৩০ চনৰ আশে-পাশে ৬জি প্ৰযুক্তি মুকলি হ’ব পাৰে। ভাৰত, জাপান, দক্ষিণ কোৰিয়া, আমেৰিকা, চীন আদি দেশত ইতিমধ্যে ৬জিৰ প্ৰস্তুতি আৰম্ভ হৈছে।

বৰ্তমান ৩২০ টাতকৈও অধিক টেলিকম অপাৰেটৰে ৫জি এছ এ নেটৱৰ্কৰ বাণিজ্যিক সেৱা আগবঢ়াই আছে। অৱশ্যে ই বিশ্বৰ মাত্ৰ ২০% অংশহে সামৰি লৈছে। এৰিক্সনে কয় যে ২০৩০ চনৰ ভিতৰত এই সংখ্যা ৬০% লৈ বৃদ্ধি পাব।

শেহতীয়াকৈ ভাৰতত ৫জি নেটৱৰ্কৰ সম্প্ৰসাৰণ অতি দ্ৰুতগতিত হৈছে। এয়াৰটেল আৰু জিঅ’ই মিলি দেশৰ প্ৰায় সকলো ৰাজ্য আৰু জিলাতে ৫জি সেৱা আৰম্ভ কৰিছে। যি সময়ত এয়াৰটেলে NSA অৰ্থাৎ Non-Standalone ৫জি নেটৱৰ্কৰ কাম কৰি আছে, যিটো বৰ্তমানৰ ৪ জি আন্তঃগাঁথনিৰ ওপৰত ভিত্তি কৰি অস্থায়ী সমাধান হিচাপে গণ্য কৰা হৈছে।

কেৱল এয়াই নহয়, এৰিক্সনে নিজৰ প্ৰতিবেদনত কয় যে উন্নত টেলিকম নেটৱৰ্কৰ বাবে ৫জি এক ডাঙৰ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব। এই প্ৰযুক্তিত অধিক ক্ষমতা আৰু উন্নত ব্যৱহাৰকাৰী অভিজ্ঞতা পোৱা যায়। ২০৩০ চনৰ ভিতৰত যেতিয়া ৫জি এডভান্সড সম্পূৰ্ণৰূপে মুকলি হ’ব, তেতিয়া মোবাইল ডাটা ট্ৰেফিক বৰ্তমানৰ তুলনাত তিনিগুণলৈকে বৃদ্ধি পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5 G6 G6 G Service6 G Service in IndiaIndianMobile Network
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন
অসম

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

September 11, 2026
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?
অসম

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

September 11, 2026
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী
জীৱনশৈলী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

September 11, 2026
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?
বিশ্ব

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

September 11, 2026
Next Post
বিশ্বৰ সবাতোকৈ ডাঙৰ প্ৰবঞ্চনা, তাকো এগৰাকী মহিলাৰ, এতিয়া আদালতৰ বিশেষ ৰায়

বিশ্বৰ সবাতোকৈ ডাঙৰ প্ৰবঞ্চনা, তাকো এগৰাকী মহিলাৰ, এতিয়া আদালতৰ বিশেষ ৰায়

বিৰাট কোহলী নহবও পাৰে কেপ্টেইন, তেন্তে কোনে নেতৃত্ব দিব ৰয়েল বেংগালুৰুক !

বিৰাট কোহলী নহবও পাৰে কেপ্টেইন, তেন্তে কোনে নেতৃত্ব দিব ৰয়েল বেংগালুৰুক !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.