• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাতে পঢ়া সামৰি ৰাজনীতিত প্ৰৱেশ, এতিয়া ৰেকৰ্ড গঢ়ি চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে সোৰেণ

আধাতে পঢ়া সামৰি ৰাজনীতিত প্ৰৱেশ, এতিয়া ৰেকৰ্ড গঢ়ি চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে সোৰেণ

2 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

38 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আধাতে পঢ়া সামৰি ৰাজনীতিত প্ৰৱেশ, এতিয়া ৰেকৰ্ড গঢ়ি চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে সোৰেণ

editor by editor
November 28, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আধাতে পঢ়া সামৰি ৰাজনীতিত প্ৰৱেশ, এতিয়া ৰেকৰ্ড গঢ়ি চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে সোৰেণ
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধাতে পঢ়া সামৰি ৰাজনীতিত প্ৰৱেশ, এতিয়া ৰেকৰ্ড গঢ়ি চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে সোৰেণ

আজি বৃহস্পতিবাৰে ঝাৰখণ্ডত নতুন চৰকাৰে শপত পাঠ পঢ়ি চৰকাৰ গঠন কৰিব। শেহতীয়া বিধানসভা নিৰ্বাচনত জয়ী হোৱা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত সোৰেণে বৃহস্পতিবাৰে চতুৰ্থবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

চলিত বৰ্ষৰ ৩১ জানুৱাৰীত ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল সোৰেণক, তাৰ পিছত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। যাৰ বাবে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিল চম্পাই সোৰেণে। ৰ

পাছত চলিত বৰ্ষৰে ৪ জুলাইত জেলৰ পৰা ওলাই অহাৰ পাছত হেমন্তই সোৰেণে চম্পাই ছ’ৰেনক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা গুচাই নিজে হয়। কিন্তু কাৰ্যকাল শেষ হোৱাত পুনৰ নিৰ্বাচন হয়। সেই নিৰ্বাচনৰ পাছত ২৩ নৱেম্বৰত ঘোষণা কৰা ফলাফলৰ পিছত হেমন্ত সোৰেণ পুনৰ নিৰ্বাচিত হয়। আৰু এতিয়া আজি মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ পঢ়িব।

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত সোৰেণে এইবাৰ চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ’বলৈ ওলাইছে। তেখেতক পিতৃ শিবু সোৰেণো ঝাৰখণ্ডৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত আছিল।

হেমন্ত সোৰেণৰ শিক্ষা জীৱনলৈ চোৱা হয় যদি, ১৯৭৫ চনৰ ১০ আগষ্টত জন্মগ্ৰহণ কৰি প্ৰাথমিক শিক্ষা আৰম্ভ কৰি ১৯৯০ চনত পাটনাৰ এম জি হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হয়। পিছত ১৯৯৪ চনত পাটনা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষা সমাপ্ত কৰে।

ৰাঁচীৰ বি আই টি (মেছৰা)ত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ নামভৰ্তি কৰিছিল যদিও কিছু কাৰণত পঢ়া-শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলে হেমন্ত সোৰেণে। পাছলৈ ৰাজনীতিত প্ৰৱেশ কৰে।

কল্পনা সোৰেণৰ সৈতে বিবাহিত জীৱনত হেমন্ত সোৰেণৰ দুই পুত্ৰ সন্তান। পত্নী কল্পনা সোৰেণো ৰাজনীতিত জড়িত। এইবাৰৰ নিৰ্বাচনত গাণ্ডে বিধানসভাৰ আসনৰ পৰা পত্নী কল্পনাই জয়লাভ কৰে। আনহাতে স্বামী মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hemanta SorenHemnata Soren Oath YTackingjharkhandJharkhand CMoath taking
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
মুম্বাই যান-বাহন আৰক্ষীলৈ ভাবুকি ভৰা ফোন- মোদী সন্দৰ্ভত বিশেষ পৰিকল্পনা অজ্ঞাতৰ

মুম্বাই যান-বাহন আৰক্ষীলৈ ভাবুকি ভৰা ফোন- মোদী সন্দৰ্ভত বিশেষ পৰিকল্পনা অজ্ঞাতৰ

বৃহস্পতি গ্ৰহৰ বাবে ২০২৫ৰ ১০ এপ্ৰিললৈ ৫ ৰাশিৰ অতিকে ভাল দিন

বৃহস্পতি গ্ৰহৰ বাবে ২০২৫ৰ ১০ এপ্ৰিললৈ ৫ ৰাশিৰ অতিকে ভাল দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.