• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

editor by editor
December 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ
0
SHARES
299
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

বাংলাদেশৰ ৰাজনীতিত এইবাৰ সমুখ সমৰত শ্বেখ হাছিনা আৰু মহম্মদ উইনুছ। দুয়োৰে মাজত একপ্ৰকাৰৰ যুদ্ধ ঘোষণা। দুয়োগৰাকী নেতাই ইজনে সিজনৰ বিৰুদ্ধে আক্ৰমনাণাত্মক হৈ উঠিছে। যাৰ বাবে এতিয়া দেশখনত ভৱিষ্যতে কিবা এটা ডাঙৰ ঘটন হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰা হৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মুকলিকৈ বিৰোধত নামিছে নতুন চৰকাৰৰ। বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰক তীব্ৰ লক্ষ্য কৰি তেওঁ কয় যে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ইউনুছ এজন হত্যাকাৰী। আৱামি লীগৰ কাৰ্যসূচীত ভাৰ্চুৱেলি ভাষণ দি তেওঁ কয় যে আমি একত্ৰিত হৈ আমাৰ দেশক বচাব লাগিব।

বৰ্তমান দিল্লীত বাহৰ পাতি আছে শ্বেখ হাছিনাই। আগষ্ট মাহত দেশ এৰি যোৱাৰ পিছৰে পৰা দিল্লীত বসবাস কৰি আহিছে হাছিনাই। ইফালে বাংলাদেশৰ নতুন মুৰব্বী ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে হিংসা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।

ভাৰ্চুৱেল ভাষণত শ্বেখ হাছিনাই কয়, ‘এই অন্ধকাৰ নাইকিয়া হ’ব, এই ফেচিষ্ট, হত্যাকাৰী, ষড়যন্ত্ৰমূলক ইউনুছ চৰকাৰে বাংলাদেশৰ জনসাধাৰণৰ পৰা শিক্ষা পাব। আমাৰ দেশ ধ্বংস কৰি আছে, তাত আতংকৰ সৃষ্টি কৰিছে। অনুগ্ৰহ কৰি সকলোৱে একত্ৰিত হৈ এই ফেচিবাদী চৰকাৰখন আঁতৰাই পেলাওক যাতে বাংলাদেশৰ ভাল ভৱিষ্যত থাকিব পাৰে।

হাচিনাই আৰু কয়, ‘তেওঁলোকে ভুৱা গোচৰ পঞ্জীয়ন কৰি মানুহক হত্যা কৰাসকলক মুকলি কৰি দিছে। কিয় সাংসদ আৰু সংসদ ভৱনৰ কোঠা লুণ্ঠন কৰিছে? দেশ লুণ্ঠন কৰিছে। অৰ্থনৈতিক ব্যৱস্থা কিয় ধ্বংস কৰিছে? কিয় এনে কৰিছে, হত্যাকাৰী ইউনুছ আৰু তেওঁৰ উপদেষ্টাসকলে উত্তৰ দিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshMohhmamad YunusShekh Hassina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.