• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰ গঠন কৰি মন্ত্ৰী হৈছিল হে, বিস্ফোৰণত নিহত মন্ত্ৰী-দেহৰক্ষীসহ মুঠ ১২

চৰকাৰ গঠন কৰি মন্ত্ৰী হৈছিল হে, বিস্ফোৰণত নিহত মন্ত্ৰী-দেহৰক্ষীসহ মুঠ ১২

2 years ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

26 minutes ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

2 hours ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

2 hours ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

3 hours ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

4 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

4 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

5 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

6 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

7 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

7 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰ গঠন কৰি মন্ত্ৰী হৈছিল হে, বিস্ফোৰণত নিহত মন্ত্ৰী-দেহৰক্ষীসহ মুঠ ১২

editor by editor
December 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
চৰকাৰ গঠন কৰি মন্ত্ৰী হৈছিল হে, বিস্ফোৰণত নিহত মন্ত্ৰী-দেহৰক্ষীসহ মুঠ ১২
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰ গঠন কৰি মন্ত্ৰী হৈছিল হে, বিস্ফোৰণত নিহত মন্ত্ৰীসহ দেহৰক্ষী, মুঠ ১২ নিহত

আফগানিস্তানৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজধানী কাবুলত সংঘটিত এক বৃহৎ বিস্ফোৰণত তালিবান চৰকাৰৰ এজন মন্ত্ৰীৰ মৃত্যু। ২০২১ চনত খলিল ৰেহমান হাক্কানী তালিবানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মন্ত্ৰী হৈছিল। কিন্তু আজি এক ভয়ংকৰ বিস্ফোৰণত অকাল মৃত্যু হয়।

মন্ত্ৰীগৰাকীৰ ভতিজা আনাছ হাক্কানীয়ে এই তথ্য সদৰি কৰে। মন্ত্ৰীগৰাকীৰ দেহৰক্ষীকে ধৰি বহু লোকে প্ৰাণ হেৰুৱাই এই বিস্ফোৰণত। এই বিস্ফোৰণটো বুধবাৰে কাবুলত অৱস্থিত শৰণাৰ্থী মন্ত্ৰালয়ৰ চৌহদত সংঘটিত হয়, যাৰ বাবে শৰণাৰ্থী মন্ত্ৰী খলিল ৰহমান হাক্কানী আৰু তেওঁৰ ৩ জন দেহৰক্ষীকে ধৰি মুঠ ১২ জন লোকে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

জানিব পৰা মতে, যেতিয়া এই বিস্ফোৰণ সংঘটিত হৈছিল তেতিয়া মন্ত্ৰী হাক্কানীয়ে খোষ্টৰ পৰা অহা এদল লোকক আদৰণি জনাই আছিল। যাৰ বাবেই এই আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাই আৰু বহুতো গুৰুতৰভাৱে আহত হয়।

নিহত মন্ত্ৰী খলিল ৰেহমান হাক্কানী আছিল ২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানত গঠন হোৱা অন্তৱৰ্তীকালীন তালিবান চৰকাৰৰ শৰণাৰ্থীৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি তেওঁ আছিল উগ্ৰপন্থী সংগঠন হাক্কানী নেটৱৰ্কৰ জ্যেষ্ঠ নেতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: afganistanAfghanistan Minister Diedbomb blastMinister Died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ
বিনোদন

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

August 9, 2026
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য
জীৱনশৈলী

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

August 9, 2026
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?
জীৱনশৈলী

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

August 9, 2026
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
Next Post
ক্ৰীম সানি বগা নহ’ল যুৱক, কাষ চাপিল ন্যায়ৰ বাবে, কোম্পানীয়ে ভৰিলে ১৫ লাখ

ক্ৰীম সানি বগা নহ'ল যুৱক, কাষ চাপিল ন্যায়ৰ বাবে, কোম্পানীয়ে ভৰিলে ১৫ লাখ

‘অভিনেতা নহ’লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই’

'অভিনেতা নহ'লে আজি আন্ডাৰৱৰ্ল্ডত থাকিলো হয়, খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নাই'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.