• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ১৪ দিন… জানুৱাৰীতেই কঁপাল ফুলিব এই ৫ৰাশিৰ, ধনসুখ বাঢ়িব নভৱাকৈয়ে

মাত্ৰ ১৪ দিন… জানুৱাৰীতেই কঁপাল ফুলিব এই ৫ৰাশিৰ, ধনসুখ বাঢ়িব নভৱাকৈয়ে

1 year ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

1 minute ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

43 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

2 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

3 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

4 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

5 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

6 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ১৪ দিন… জানুৱাৰীতেই কঁপাল ফুলিব এই ৫ৰাশিৰ, ধনসুখ বাঢ়িব নভৱাকৈয়ে

মাত্ৰ ১৪ দিন... জানুৱাৰীতেই কঁপাল ফুলিব এই ৫ৰাশিৰ, ধনসুখ বাঢ়িব নভৱাকৈয়ে

editor by editor
December 14, 2024 - Updated on December 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাত্ৰ ১৪ দিন… জানুৱাৰীতেই কঁপাল ফুলিব এই ৫ৰাশিৰ, ধনসুখ বাঢ়িব নভৱাকৈয়ে
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ কেইদিনমানৰহে অপেক্ষা৷ তাৰপাছতেই শেষ হ’ব ডিচেম্বৰ৷ আৰম্ভ হ’ব নতুন বছৰ৷ ১৫ দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৫ চন৷ জ্যোতিষশাস্ত্ৰ অনুসৰি অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব জানুৱাৰী মাহ৷ এই মাহত বুধ, মঙল, সূৰ্য আৰু শুক্ৰৰ দৰে শক্তিশালী গ্ৰহসমূহে গমন কৰিব৷ যাৰ কাৰণে বুধাদিত্য আৰু ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব৷ ২০২৫ চনৰ জানুৱাৰী মাহত ৫ৰাশিৰ প্ৰচুৰ সম্পদ আহৰণৰ যোগ আছে৷

তুলা ৰাশি

২০২৫ চন তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত উপকাৰী হ’ব৷ বছৰৰ আৰম্ভণি তেওঁলোকৰ বাবে সুখকৰ হ’ব৷ প্ৰথম মাহতেই প্ৰচুৰ আৰ্থিক সুবিধা পাব পাৰে তুলা ৰাশিৰ জাতক জাতিকাই৷ তেওঁলোকৰ প্ৰেম জীৱন ভাল হ’ব৷ বহু নতুন পৰীক্ষা কৰিব পাৰে৷ আপোনাৰ ঘৰত শুভ কামৰ আয়োজন হ’ব পাৰে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে খুবেই ভাল হ’ব ২০২৫ চনৰ জানুৱাৰী মাহ৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব পাৰে৷ ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ’ব৷ বহুবছৰ পাছত কোনো পুৰণি বন্ধুৰ সৈতে দেখা হ’ব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাই ভাল সময় কটাব জানুৱাৰী মাহত৷ কৰ্মক্ষেত্ৰত সাফল্য লাভৰ সম্ভাৱনা আছে৷ ইনক্ৰিমেণ্টসহ পদোন্নতি পাব পাৰে৷ প্ৰেম জীৱন ভালে যাব৷

সিংহ ৰাশি

নতুন বছৰৰ প্ৰথম মাহতেই বহু সুখবৰ পাব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাই৷ শুভ সময় কটাব এই ৰাশিৰ জাতকে৷ ধীৰে ধীৰে কিছু পুৰণি ৰোগৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ নিজৰ ঘৰৰ মালিক হোৱাৰ সম্ভাৱনা আছে৷ আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিয়াসকলে বহু আৰ্থিক সুবিধাৰ সম্ভাৱনা আছে জানুৱাৰী মাহত৷ ব্যৱসায়ত আপোনাৰ লাভ উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ যাৰকাৰণে আপুনি আৰ্থিকভাৱে আৰু শক্তিশালী হৈ উঠিব৷ চাকৰিত কিছু নতুন দায়িত্ব পাব পাৰে৷ নতুন বছৰত এক নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ
প্ৰযুক্তি

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

April 22, 2026
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!
জীৱনশৈলী

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

April 22, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

April 22, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

April 22, 2026
Next Post
ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

ধনু সংক্ৰান্তিত সূৰ্যৰ প্ৰভাৱ! সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জীৱনত

লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.