• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃতীয় টেষ্টত বুমৰাহৰ অনন্য ৰেকৰ্ড, কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ সৈতে একে তালিকাত

1 year ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

29 minutes ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

60 minutes ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

2 hours ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

12 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

13 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

14 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

15 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

তৃতীয় টেষ্টত বুমৰাহৰ অনন্য ৰেকৰ্ড, কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ সৈতে একে তালিকাত

editor by editor
December 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
তৃতীয় টেষ্টত বুমৰাহৰ অনন্য ৰেকৰ্ড, কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ সৈতে একে তালিকাত
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তৃতীয় টেষ্টত বুমৰাহৰ অনন্য ৰেকৰ্ড, কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ সৈতে একে তালিকাত

অষ্ট্ৰেলিয়াৰ গাবাত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছৰ অষ্ট্ৰেলিয়াৰ খেল ইতিমধ্যে সমাপ্ত। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৭ টা উইকেট হেৰুাৱই ১০১ অভাৰত ৪০৫ ৰান কৰিছে। ভাৰতে এতিয়া বেট ধৰিবলৈ বাকি। পাছে গবাত অনুষ্ঠিত হৈ থকা এই তৃতীয়খন টেষ্ট মেচত পুনৰবাৰ দেখা গ’ল জছপ্ৰিত বুমৰাহৰ উজ্জ্বল বলিং।

দ্বিতীয় দিনা উজ্জ্বল বলিং কৰি বুমৰাহে গঢ়ে এক অনন্য ৰেকৰ্ড। গাবা টেষ্টৰ দ্বিতীয় দিনা ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰে যশপ্ৰীত বুমৰাহে। ইয়াৰ লগে লগে দ্বিতীয় দিনা ৫টা উইকেট দখল কৰি এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে বুমৰাহে। বুমৰাহে এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন কিংবদন্তি অধিনায়ক কপিল দেৱৰ সৈতে এক বিশেষ তালিকাত স্থান লাভ কৰিছে।

গাবা টেষ্টৰ দ্বিতীয় দিনা যশপ্ৰীত বুমৰাহ ৫টা উইকেট সম্পূৰ্ণ কৰে। বুমৰাহে স্মিথ, হেড, খোৱাজা, নাথান আৰু মাৰ্ছৰ দৰে বেটছমেনক আউট কৰে। টেষ্ট ক্ৰিকেটত এইবাৰ দ্বাদশ বাৰৰ বাবে বুমৰাহে এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৫ উইকেট দখল কৰা ভাৰতৰ দ্বিতীয়জন বেগী বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ। এই তালিকাৰ প্ৰথম নম্বৰত আছে প্ৰাক্তন ক্ৰিকেট কিংবদন্তি কপিল দেৱ, যিয়ে ২৩ বাৰ ৫টা উইকেট লাভ কৰাৰ অভিলেখ গঢ়িছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BoomrahCricketerIndia Vs AustraliaIndian CricketerJashprit Boomrahkapil devRecord
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

May 5, 2026
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!
জীৱনশৈলী

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

May 5, 2026
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

May 5, 2026
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

May 4, 2026
Next Post
আজি বছৰটোৰ দীৰ্ঘতম পূৰ্ণিমা, লগতে ১৯ বছৰৰ পাছত বিৰল মহাজাগতিক আশ্চৰ্য্য

বলীউডৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক ডিগ্ৰীধাৰী, যিয়ে ৬৭ বছৰ বয়সত গঢ়িলে ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন