পুৰণি ৫টকীয়া নোট হাতত আছে নেকি? যদি আপোনাৰ হাতত পুৰণি ৫টকীয়া নোট আছে তেন্তে আপোনাক লাখপতি হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে৷ যিসকলৰ হাতত পুৰণি ৫টকীয়া নোট আছে তেওঁলোকৰ বাবে আছে সুখবৰ৷ কোনো লোকৰ হাতত যদি পুৰণি ৫টকীয়া নোট আছে তেন্তে নিশাৰ ভিতৰতে আপুনি লাখপতি হ’ব৷
প্ৰতিটো ৫টকীয়া নোটত RBIৰ দ্বাৰা প্ৰিণ্ট কৰা এটা চিৰিয়েল নম্বৰ থাকে৷ আপুনি অকলেই এই নম্বৰৰ মাধ্যমেৰে ২১ লাখ টকা আয় কৰিব পাৰে৷ যদি এই ৫টকীয়া নোটত চিৰিয়েল নম্বৰ ৭৮৬থাকে যি ইছলামৰ অতি পবিত্ৰ নম্বৰ, আপুনি সেয়া ব্যৱহাৰ কৰিয়েই লাখ টকা উপাৰ্জন কৰিব পাৰে৷
এই নোটৰ চিৰিয়েল নম্বৰ যদি ১২৩৪৫৬হয় তেন্তে আপুনিও লাখ টকা আয় কৰিব পাৰে৷ এইসমূহৰ ওপৰিও সেই পুৰণি ৫টকীয়া নোটত যদি ট্ৰেক্টৰত এজন কৃষকৰ ছবি থাকে তেতিয়াও সেই ৫টকীয়া নোট নিলামত উঠিব৷ আপুনি এই নোট জাতীয় আৰু আন্তৰ্জাতিক ৱেবচাইটৰ মাধ্যমেৰে নিলাম কৰিব পাৰে৷ যদি আপোনাৰ হাতত এই ধৰণৰ নোট থাকে তেন্তে নিলাম কৰিব পাৰে আপুনি৷ ইণ্টাৰনেটত এই সম্পৰ্কিয় বহু ৱেবচাইট আছে৷ আপুনি তেওঁলোকৰ মাধ্যমেৰে আপোনাৰ ৫টকীয়া নোট নিলাম কৰিব পাৰে৷
coinbazzar.comৰ অনলাইন চাইটত যাওক৷ ইয়াত আপোনাক অনলাইন বিক্ৰেতা হিচাপে ৰেজিষ্টাৰ কৰিব পাৰে৷ ইয়াৰপাছতেই আপুনি নোটৰ ছবি আপলোড কৰি ঘৰত ৰাখিব পাৰিব৷ এই প্ৰক্ৰিয়াৰ পাছতেই আগ্ৰহীসকলে আপোনাৰ সৈতে যোগাযোগ কৰিব৷ ফলত ঘৰত বহিয়েই পুৰণি নোট বিক্ৰি কৰি মালামাল হ’ব পাৰে আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ