• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ টকাৰ খেলিমেলি! ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰৰ নামত জাৰি গ্ৰেপ্তাৰি পাৰোৱানা

লাখ লাখ টকাৰ খেলিমেলি! ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰৰ নামত জাৰি গ্ৰেপ্তাৰি পাৰোৱানা

2 years ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

25 minutes ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

46 minutes ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

1 hour ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

3 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

3 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

4 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

6 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

6 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

7 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

7 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

লাখ লাখ টকাৰ খেলিমেলি! ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰৰ নামত জাৰি গ্ৰেপ্তাৰি পাৰোৱানা

লাখ লাখ টকাৰ খেলিমেলি! ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰৰ নামত জাৰি গ্ৰেপ্তাৰি পাৰোৱানা

editor by editor
December 21, 2024
in অপৰাধ, ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
লাখ লাখ টকাৰ খেলিমেলি! ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰৰ নামত জাৰি গ্ৰেপ্তাৰি পাৰোৱানা
0
SHARES
841
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ মাটিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ বাবে পাঁচ মেচৰ টেষ্ট চিৰিজ খেলিছে৷ অন্যহাতে ভাৰতীয় ক্ৰিকেট জগতত এক চাঞ্চল্যকৰ আপডেট সন্মুখলৈ আহিছে৷ তাতেই ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপজয়ী এজন খেলুৱৈ সন্মুখীন হৈছে ডাঙৰ সমস্যাৰ৷ কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানাও জাৰি হৈছে৷

গ্ৰেপ্তাৰী পৰোৱানা ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা অপেনাৰৰ বিৰুদ্ধে

টিম ইণ্ডিয়াৰ হৈ খেলা প্ৰাক্তন তাৰকা অপেনাৰ ৰবিন ওথাপ্পাৰ বিৰুদ্ধে এটা ডাঙৰ গোচৰত গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰা হৈছে৷ ৰবিন উথাপ্পা ভাৰতীয় ক্ৰিকেট দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল৷ ২০০৭ চনৰ t20 বিশ্বকাপত চেম্পিয়নজয়ী ভাৰতীয় দলৰ অংশ আছিল৷

https://x.com/orderofindia/status/1870344178661560333

কিয় জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পাৰোৱানা

মূলত ৰবিন উথাপ্পাৰ বিৰুদ্ধে প্ৰভি়ডেণ্ট ফাণ্ড কেলেংকাৰীৰ অভিযোগ উঠিছে৷ পি এফ কমিছনাৰ গোপাল ৰেড্ডি ভাৰতী. দলৰ প্ৰাক্তন তাৰকা প্লেয়াৰ ৰবিন উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে৷ পুলকেশীনগৰ আৰক্ষীক এই বিষয়ে ক্ৰিকেটাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ কৰ্ণাটকৰ প্ৰাক্তন খেলুৱৈ ৰবিন উথাপ্পা চেঞ্চুৰিজ লাইফষ্টাইল ব্ৰেণ্ড প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰাইভেট কোম্পানীয়ে পৰিচালনা কৰিছে৷ উথাপ্পাৰ বিৰুদ্ধে অভিযোগ যে তেওঁৰ সংস্থাত কৰ্মৰত কৰ্মীসকলৰ দৰমহাৰ পৰা পিএঠ কাটি লোৱা হৈছিল৷ তাৰপাছতেই সেই পি এফ বৰ্তমান পৰ্যন্ত তেওঁলোকৰ ওচৰত জমা কৰা হোৱা নাই৷ যাৰ পৰিমাণ ২৩লাখ টকা৷ এই অৱস্থাত PF কমিছনাৰ গোপাল ৰেড্ডিয়ে বিগত ৪ ডিচেম্বৰত পুলকেশীনগৰ থানালৈ এখন চিঠি লিখি সেই বিষয়ে ৱাৰেণ্ট জাৰি কৰাৰ আবেদন কৰিছে৷ ইয়াৰপাছতেই পুলিছে ৱাৰেণ্ট জাৰি কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

July 13, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক
বাণিজ্য

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Next Post
ওদালগুৰি কাণ্ডৰ ৰহস্য ফাদিল! সতীয়া ভাতৃ নীৰজ শৰ্মাক আটক আৰক্ষীৰ

ওদালগুৰি কাণ্ডৰ ৰহস্য ফাদিল! সতীয়া ভাতৃ নীৰজ শৰ্মাক আটক আৰক্ষীৰ

পুহৰ কৃষ্ণা সপ্তমীত সৌভাগ্য যোগ, সূৰ্যৰ কৃপাত ভাগ্য উজ্বলিব ৫ৰাশিৰ

পুহৰ কৃষ্ণা সপ্তমীত সৌভাগ্য যোগ, সূৰ্যৰ কৃপাত ভাগ্য উজ্বলিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.